ছিলঠীয়া ভাষা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ছিলঠীয়া ꠍꠤꠟꠐꠤ | |
---|---|
অঞ্চল | বাংলাদেশ (ছিলঠ বিভাগ) আৰু ভাৰত (অসমৰ বৰাক উপত্যকা আৰু হোজাই; শ্বিলং আৰু ত্ৰিপুৰাৰ কিছু অংশ) |
স্থানীয় ভাষিক |
ne2007 |
ভাষা পৰিয়াল |
হিন্দ-ইউৰোপীয়
|
লিখন প্ৰণালী | ছিলঠীয়া নাগৰী, পূৰ্ব-নাগৰী আৰু ৰোমান |
ভাষা সংকেত | |
ISO 639-3 | syl |
গ্লোটোলগ | sylh1242 [1] |
লিংগোৱাস্ফেয়াৰ | 59-AAF-ui |
![]() দক্ষিণ এছিয়াৰ ছিলঠীয়া ভাষী অঞ্চল | |
ছিলঠীয়া (ছিলঠীয়া: ꠍꠤꠟꠐꠤ, বঙালী: সিলেটি) বা ছিলঠীয়া নাগৰী ভাষা[2][3][4] বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Sylheti". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/sylh1242.
- ↑ Prabhātakumāra Mukhopādhyāẏa (1978). Phire phire cāi. Mitra o Ghosha. পৃষ্ঠা. 231.
- ↑ "Caturaṅga" theke. De'ja Pābaliśiṃ. 1996. পৃষ্ঠা. 116.
- ↑ Rasamaẏa Mohānta (1990). Sileṭa añcalera śikshāṅgana: atīta o bartamāna.Sarasvatī Mohānta. পৃষ্ঠা. 4.