তাঞ্চঙীয়া ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাঞ্চঙীয়া
থলুৱা অঞ্চল বাংলাদেশ
অঞ্চল পাৰ্বত্য চট্টগ্ৰাম (বাংলাদেশ)
মিজোৰাম আৰু ত্ৰিপুৰা (ভাৰত)
ৰাখাইন ৰাজ্য (ম্যানমাৰ)
জাতীয়তা তাঞ্চঙীয়া জনগোষ্ঠী
স্থানীয় ভাষিক
২২,০০০
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
লিখন প্ৰণালী তাঞ্চঙীয়া বৰ্ণমালা
ভাষা সংকেত
ISO 639-3 tnv

তাঞ্চঙীয়া হৈছে বাংলাদেশপাৰ্বত্য চট্টগ্ৰাম, ভাৰতত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্য আৰু ম্যানমাৰৰাখাইন ৰাজ্যত প্ৰচলিত এটা ভাষা। ই এটা ভাৰত-আৰ্য ভাষা যদিও কোনো কোনো বিদ্বানৰ মতে ই তিব্বত-বৰ্মীয় ভাষা।[1][2] ইয়াৰ চাকমা আৰু চট্টগ্ৰামীয়া ভাষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "In Search History of the Tanchangya Language". Tongchangya World. 1 July 2019. https://tongchangyaworld.wordpress.com/2019/07/01/in-search-history-of-the-tanchangya-language/। আহৰণ কৰা হৈছে: 25 July 2019. 
  2. Rupak-Debnath (2008): 167