সমললৈ যাওক

ভত্ৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Bhatri
ଭତ୍ରୀ
থলুৱা অঞ্চল India
অঞ্চল Chhattisgarh, Odisha
জাতীয়তা Bhottada Tribe (Odias)
স্থানীয় ভাষিক
334,258 (2011 census)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari, Odia
ভাষা সংকেত
ISO 639-3 bgw

ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাকোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html আহৰণ কৰা হৈছে: 2018-07-07.
  2. "Bhatri". Ethnologue. https://www.ethnologue.com/language/bgw আহৰণ কৰা হৈছে: 2021-08-20.
  3. Masica (1991:16)

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Masica, Colin (1991). The Indo-Aryan Languages. Cambridge Language Surveys. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-29944-2.