ভাৰতৰ কমিউনিষ্ট পাৰ্টি
অৱয়ব
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (ইংৰাজী: Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম।[1] ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।[2][3][4]
বিশিষ্ট নেতৃত্ব
[সম্পাদনা কৰক]নাম | জন্ম- মৃত্যু | ভূমিকা / পৰিচয় |
---|---|---|
বিষ্ণু চট্টোপাধ্যায় | এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১ | জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ |
ভূপেশ গুপ্ত | ২০ অক্টোবৰ, ১৯১৪ – ৬ আগষ্ট, ১৯৮১ | কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা |
অজয় ঘোষ | উল্লেখ নাই | ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা |
সোমনাথ লাহিড়ী | ১ ছেপ্টেম্বৰ, ১৯০৯ – ১৯ অক্টোবৰ, ১৯৮৪ | প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য |
ভৱানী সেন | উল্লেখ নাই | ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী |
অৰ্ধেন্দুভূষণ বৰ্ধন | ২৪ ছেপ্টেম্বৰ, ১৯২৪ – উল্লেখ নাই | ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (CPI) প্ৰাক্তন সাধাৰণ সম্পাদক |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Recognized National Parties". Election Commission of India. https://eci.gov.in/files/category/267-recognized-national-parties/.
- ↑ "Brief History of CPI – CPI". Archived from the original on 9 December 2015. https://web.archive.org/web/20151209001241/https://sites.google.com/a/communistparty.in/cpi/brief-history-of-cpi। আহৰণ কৰা হৈছে: 1 December 2015.
- ↑ "Foundation of the Communist Party of India (CPI) in 1925: product of (...) – Mainstream". www.mainstreamweekly.net. http://www.mainstreamweekly.net/article9916.html.
- ↑ NOORANI, A. G. (17 May 2012). "Origins of Indian communism". Frontline. https://frontline.thehindu.com/the-nation/article30165649.ece.