সদস্য:Ani_ttbr

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
New-Bouncywikilogo.gif
Qxz-ad176.gif

দেওবাৰ
15
September





Ani ttbr
নাম অনিমেষ বৰা
যোগাযোগ
ই-মেইল wiki.ani1993@gmail.com

ৱিকিপিডিয়া আৰু মই[সম্পাদনা কৰক]

২০১১ চনৰ এপ্ৰিল মাহৰ পৰাই মই ৱিকিপিডিয়াৰ লগত জড়িত। কিন্তু তেতিয়া কেৱল ইংৰাজী ৱিকিতহে দুই-এটা সম্পাদনা কৰিছিলোঁ। ২০১২ চনৰ ৬ জুনত মই অসমীয়া ৱিকিপিডিয়াত প্ৰথমটো সম্পাদনা কৰোঁ। তাৰ পিছৰ পৰাই মই ইয়াত নিয়মীয়াকৈ সম্পাদনা কৰি আহিছোঁ।

কৰ্মশালা[সম্পাদনা কৰক]

বৰ্তমানলৈকে মই দুখনকৈ ৱিকিপিডিয়াৰ সন্মিলনত অংশগ্ৰহণ কৰিছোঁ। ভৱিষ্যতেও এনে সন্মিলনত অংশগ্ৰহণ কৰাৰ আগ্ৰহ আছে।

  • এপ্ৰিল, ২০১১: Anirudh Singh Bhati আৰু Nikhil Sheth-য়ে ৱিকিপিডিয়া আৰু সম্পাদনাৰ বিষয়ে থুলমূল আভাস দিছিল। স্কাইপৰ যোগেদি বিভিন্ন সদস্যৰ লগত মত-বিনিময় অনুষ্ঠান।
  • এপ্ৰিল, ২০১২: Ashwin Baindur-য়ে ৱিকিপিডিয়া আৰু সম্পাদনাৰ বিষয়ে থুলমূল আভাস দিছিল।
Basic cartography workshop by Arun Ganesh (বিতং তথ্য)

মোৰ সম্পাদনাসমূহ[সম্পাদনা কৰক]


কিবা কিবি কথা[সম্পাদনা কৰক]

Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-2 This user is able to contribute with an intermediate level of English.


Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '৭ বছৰ, ৩ মাহ, আৰু ৯ দিন ধৰি আছে।
ProveIt logo for user boxes.jpg
এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।
ৱিকিপিডিয়া:HotCat এই সদস্যজনে "শ্ৰেণী" সাল-সলনিৰ বাবে হট কেট সঁজুলি ব্যৱহাৰ কৰে।

Mozilla Firefox logo 2013.svg এই সদস্যজনে Mozilla Firefox 14 ব্ৰাউজাৰ ব্যৱহাৰ কৰি অৱদান আগবঢ়ায়।
Exquisite-gmail blue.png
এইজন সদস্যই ইমেইল সেৱাৰ বাবে জিমেইল ব্যৱহাৰ কৰে।
F icon.svg
এইজন সদস্য ফেচবুকৰ নিয়মীয়া ব্যৱহাৰকাৰী


Allaroundamazingbarnstar.png অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়াত ২০০ টা প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। — গীতাৰ্থ বৰদলৈ (talk) 09:35, 14 জানুৱাৰী 2013 (UTC)
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা

এইটো বিশ্বকোষৰ প্ৰবন্ধ নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাখন দেখা পায় তেন্তে সেয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাখন যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহবও পাৰে। মূল ব্যৱহাৰকাৰীসকলৰ তালিকাখন তলৰ লিংকত পাব:
সক্ৰিয় ব্যৱহাৰকাৰীসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন