সদস্য বাৰ্তা:IKHazarika

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এয়া মোৰ টক পেজ। মোলৈ কিবা বাৰ্তা থাকিলে ইয়াত দিব পাৰে। মোৰ সদস্য পৃষ্ঠালৈ যাবলৈ ""ইয়াত টিপক""


সদস্য:IKHazarika   বঁটা   মোলৈ বাৰ্তা ইয়াত দিয়ক   ৱিকিপিডিয়ালৈ মোৰ বৰঙণি   মই আৰম্ভ কৰা প্ৰবন্ধ   ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা   হিন্দী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা   বাংলা ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠা    

মোক অসমীয়া ৱিকিপীডিয়ালৈ আদৰণী[সম্পাদনা কৰক]


প্ৰভাকৰ শৰ্মা নেওগ (talk) 06:14, 2 আগষ্ট 2014 (UTC)

বাৰ্তা:পাইথেগাৰাছ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি বাৰ্তা:পাইথেগাৰাছ এইটো চাই মতামত দিয়কচোন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 18:00, 3 আগষ্ট 2014 (UTC)

উদ্ধৃতি[সম্পাদনা কৰক]

আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধত ইংৰাজী ৱিকিৰ উদ্ধৃতি নিদিব| অধিক জানিবৰ বাবে ইয়াত চকু ফুৰাওক। বিষ্ণু শইকীয়া 13:04, 5 আগষ্ট 2014 (UTC)

সদস্য পৃষ্ঠাৰ বানান[সম্পাদনা কৰক]

তোমাৰ সদস্য পৃষ্ঠাত কেইটামান বানানৰ অসংগতি আছে, শুধৰাই লোঁৱা:

  • সমোহ/বৰঙণিসমোহ -> সমূহ/বৰঙণিসমূহ
  • ৱাচ্‌লিষ্ট -> ৱাট্‌চলিষ্ট
  • শৃষ্টি -> সৃষ্টি।

তলত কেইখনমান অসমীয়া অভিধানৰ ঠিকনা দিলোঁ, তোমাৰ ভৱিষ্যতে সুবিধা হ'ব:

নৱম শ্ৰেণীৰ ছাত্ৰ হৈও ৱিকিত তোমাৰ ৰাপ দেখি আমাৰ খুব ভাল লাগিছে। এইদৰে নিজেও লাগি থাকিবা আৰু বন্ধু-বান্ধৱীসকলোকো অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰিবাঁ বুলি আশা ৰাখিলোঁ। শুভেচ্ছা থাকিল।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 14:46, 31 আগষ্ট 2014 (UTC)

উদ্ধৃতি[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপুনি ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতি লিংকটো এবাৰ চাব | যদিও আপুনি দিয়া উদ্ধৃতিসমূহ সুন্দৰ হৈছে তথাপিও একেটা উত্সকে বাৰম্বাৰ উল্লেখ কৰা বাবে জাননীখন লগোৱা হৈছে| তদুপৰি উদ্ধৃতিসমূহ উপস্থাপন প্ৰণালীত কিছু আসোঁৱাহ আছে | মোৰ সময় কম বাবে ভালদৰে লাগিব পৰা নাই | তথাপিটো মই আপোনাৰ টুৰ হেয়াৰ্ডাল প্ৰবন্ধটো এবাৰ হাত ফুৰাম | তাৰ পাছত এবাৰ চাবচোন | আপোনাৰ অমূল্য সময় খৰচ কৰি ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰা বাবে ধন্যবাদ জনালো | সম্পাদনা কৰি থাকে যেন | অ’ আৰু আলোচনা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰে যেন | স্বাক্ষৰ কৰিবৰ বাবে ~ চিহ্ন চাৰিবাৰ ব্যৱহাৰ কৰক | বিষ্ণু শইকীয়া 10:33, 13 অক্টোবৰ 2014 (UTC)

উদগণি পদক
এজন স্কুলিয়া ছাত্ৰ হৈও ৱিকিপিডিয়াত ৰাপৰ বাবে শ্ৰীমান IKHazarika -ক এই বিশেষ উদগণি পদক দিয়া হ'ল। আশাকৰোঁ তেওঁ ভবিষ্যতলৈ এজন আগশাৰীৰ ৱিকিপিডিয়ান হৈ উঠিব। প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:43, 30 অক্টোবৰ 2014 (UTC)


আন্তৰিক অভিনন্দন ঈশান। তোমাৰ উৎসাহ আৰু আগ্ৰহ দেখি খুউব ভাল লাগিছে। বৰ্তমান বাহিৰত আছোঁ যদিও ময়ো উত্তৰ লখিমপুৰৰে। তোমাক কিবা সহায় বা পৰামৰ্শৰ প্ৰয়োজন হ'লে জনাবা দেই। জলি বৰা (talk) 18:47, 30 অক্টোবৰ 2014 (UTC)
অভিনন্দন! — গীতাৰ্থ বৰদলৈ (talk) 17:52, 3 নৱেম্বৰ 2014 (UTC)

চলন পৃষ্ঠাটো চাবাঁ। মই কেইটামান ফৰ্মুলা ৱিকিটেক্সটত লিখি দিছোঁ। তুমি সেইকেইটা আৰু এই পৃষ্ঠাটো en:Help:Displaying a formula চাই চাই বাকী কেইটা লিখিবাঁ। কিবা দৰকাৰ হ'লে মোক ফোন কৰিবাঁ - ৯৪৩৫৭৮১৮৯৬। ন'হলে তোমাৰ নাম্বাৰটো মোক দিবাঁ, মোক মিচ্‌ড কল দিলে মই ওভোটাই ফোন কৰিম। মৰমেৰে, প্ৰভাকৰ শৰ্মা নেওগ (talk) 12:56, 23 নৱেম্বৰ 2014 (UTC)

গাণিতিক চিহ্নৰ বাবে বিশেষ পদক[সম্পাদনা কৰক]

বিশেষ বঁটা
চলন প্ৰবন্ধটোৰ গাণিতিক সমীকৰণখিনি উপযুক্ত চিহ্নৰে অলংকৃত কৰিবলৈ শিকি ব্যৱহাৰ কৰাৰ বাবে তোমালৈ এই বিশেষ পদক আগবঢ়োৱা হ'ল। আগলৈও এনেদৰে উদ্যমী হৈ থাকাঁ যেন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 13:56, 3 জানুৱাৰী 2015 (UTC)
প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
যোগদানৰ পৰা যোৱা ছমাহৰ ভিতৰতে অসমীয়া ৱিকিপিডিয়াত তুমি দেখুওৱা উৎসাহ আৰু নিৰালস্য অৱদানৰ বাবে কৃত্জ্ঞতাস্বৰূপে তোমালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈকো এনেদৰে কাম কৰি থাকিবা। - জলি বৰা (talk) 07:42, 15 ফেব্ৰুৱাৰী 2015 (UTC)

সদস্য পৃষ্ঠাত তোমাৰ পৰিচয়খিনি প্ৰথম পুৰুষত (first person singular) লিখাঁ[সম্পাদনা কৰক]

সদস্য পৃষ্ঠাৰ তোমাৰ নিজৰ বিষয়ে লিখা কথাখিনি উপযুক্ত হৈছে যদিও মই ভাবোঁ যে সেই কথাখিনি তুমি নিজে কোৱাৰ দৰে লিখিলে বেছি ভাল হ'ব। নিজৰ বায়'-ডাটা তৃতীয় পুৰূষত লিখিলে অলপ আচহুৱা যেন লাগে। এনেকৈ লিখাঁ:

মোৰ জন্ম ১৪ জানুৱাৰী ২০০০ত লখিম্পুৰত হৈছিল। মোক ২ বছৰ বয়সত লখিম্পুৰৰ মডাৰ্ণ স্কুলত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত সংগম একাডেমীলৈ যাওঁ। ৩য় শ্ৰেণীত মোক এচিয়ান পাব্লিক স্কুলত নাম ভৰ্ত্তি কৰোৱা হয়।

পৰিয়াল মোৰ দেউতাৰ নাম ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মাৰ নাম ৰেখা শৰ্মা। ৫ জনীয়া পৰিয়ালটিত মই, দেউতা, মা, আইতা কুসুম হাজৰিকা আৰু ভনী অভিনন্দা কাশ্যপ হাজৰিকা থাকোঁ। আমাৰ ঘৰ বৰ্তমান অসমৰ লখিম্পুৰত।

বৰ্তমান বিদ্যালয় মই লখিম্পুৰৰ এচিয়ান পাব্লিক স্কুললৈ যাওঁ। এই স্কুলত নাৰ্চাৰিৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে। স্কুলখন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ফলকৰ আধীনত।


প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:14, 15 ফেব্ৰুৱাৰী 2015 (UTC)

A gummi bear holding a sign that says "Thank you"
Thank you for using VisualEditor and sharing your ideas with the developers.

Hello, IKHazarika,

The Editing team is asking very experienced editors like you for your help with VisualEditor. The team has a list of  top-priority problems, but they also want to hear about small problems. These problems may make editing less fun, take too much of your time, or be as annoying as a  paper cut. The Editing team wants to hear about and try to fix these small things, too. 

You can share your thoughts  by clicking this link. You may respond to this quick, simple, anonymous survey in your own language. If you take the survey, then you agree your responses may be used in accordance with  these terms. This survey is powered by Qualtrics and their use of your information is governed by their  privacy policy.

More information (including a translateable list of the questions) is posted on wiki at mw:VisualEditor/Survey 2015. If you have questions, or prefer to respond on-wiki, then please leave a message on the survey's talk page.

Thank you, Whatamidoing (WMF) (talk) 23:31, 16 মাৰ্চ 2015 (UTC)

নতুন পৃষ্ঠা[সম্পাদনা কৰক]

ভাইটি, কেৱল এটা শাৰীৰ প্ৰবন্ধ নিলিখিবা দেই। এনেকুৱা প্ৰবন্ধ সৃষ্টি নকৰাৰ সিদ্ধান্ত বহুদিন আগতেই লোৱা হৈছিল। অন্ততঃ এটা পৰিচ্ছেদকৈ লিখি পেলাবা। লগে ৰহ'! — গীতাৰ্থ বৰদলৈ (talk) 14:17, 25 মাৰ্চ 2015 (UTC)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ দিয়াৰ বিষয়ে "ৱিকিপিডিয়া:সৰল সহায়িকা"ত থকা কথাখিনিত চকু ফুৰাবাচোন দেই। — গীতাৰ্থ বৰদলৈ (talk) 09:00, 27 মাৰ্চ 2015 (UTC)

১০০টা প্ৰবন্ধ[সম্পাদনা কৰক]

অভিনন্দন ঈশান, তোমাৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলো| বিষ্ণু শইকীয়া 10:27, 30 মাৰ্চ 2015 (UTC)

শততম প্ৰবন্ধ পদক[সম্পাদনা কৰক]

শততম প্ৰবন্ধ পদক
অসমীয়া ৱিকিপিডিয়াত ১০০টা নতুন প্ৰবন্ধ সৃষ্টিৰ কৃতিত্বৰ অভিনন্দনস্বৰূপে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অৱদান আগবঢ়াই অসমীয়া ৱিকিপিডিয়াক আৰু সমৃদ্ধিশালী কৰি তুলিবা।

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যগণ, ৩০ মাৰ্চ, ২০১৫

ঈশান, ফেচবুকৰ ৱিকিগোটত এটা বাৰ্তা দিছো| চোৱা নাই চাগে| এটা সৰু অনুৰোধ - একেবাৰে সৰু সৰু প্ৰবন্ধ লিখি প্ৰবন্ধ সংখ্যা বঢ়োৱাতকৈ কমকৈ হ’লেও অলপ মজলীয়া আকৃতিৰ প্ৰবন্ধ লিখিলে ভাল হয়| লগতে তুমি লিখা কাৰণ প্ৰ, ৰ্ক, আদি শব্দবোৰত বাংলা ৰটো ঊহ্য হৈ থকা দেখা গৈছে, মোৰ বোধে তুমি বাংলা ৱিকিৰ পৰা প্ৰতিলিপি কৰা বাবে সি সমস্যাটো আহিছে| আগলে লক্ষ্য কৰিবা| বিষ্ণু শইকীয়া 12:33, 9 এপ্ৰিল 2015 (UTC)

দুই-তিনিশাৰীৰ পৃষ্ঠা সৃষ্টি কৰি প্ৰতিটোতে 'পোখালি' টেগ্‌ লগাই থাকিলে বেয়া দেখি ঈশান। লগতে বাংলা তথ্যসূত্ৰবোৰৰ সলনি ইং ৱিকিৰ পৰা তথ্যসূত্ৰ দিব পাৰা নেকি চাবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 18:33, 9 এপ্ৰিল 2015 (UTC)

এই মাহৰ ৱিকিপিডিয়ান (এপ্ৰিল)[সম্পাদনা কৰক]

এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

জলি বৰা (talk) 06:28, 10 মে' 2015 (UTC)

অসমীয়া/বাংলা আখৰ[সম্পাদনা কৰক]

তুমি অসমীয়া/বাংলা আখৰৰ বিষয়ে প্ৰবন্ধ লিখা দেখি ভাল লাগিছে। মই এটা পৰামৰ্শ দিব খোজোঁ, তুমি ভাবি চাবাঁ।

প্ৰত্যেক আখৰৰ কাৰণে একোটাকৈ প্ৰবন্ধ লিখি থাকিলে দেখোন সৰু সৰু বহুত প্ৰবন্ধ হ'বগৈ। আমাৰ ৱিকিত অসমীয়া ভাষা, অসমীয়া লিপি আদি কেইবাটাও প্ৰবন্ধ আছে। তোমাৰ আখৰ দি লিখা প্ৰবন্ধকেইটা উক্ত পৃষ্ঠাবোৰৰ (বা দৰকাৰ পৰিলে নতুনকৈ লিখি) লগত তাল-মিল ৰাখি সন্মিলীত কৰি পেলালে কেনে হয়?

আৰু এটা দৰকাৰী টিপ: আখৰবোৰৰ/শব্দবোৰৰ উচ্চাৰণ ভালদৰে বুজাবলৈ IPA (Intternationl phonatic language) চিহ্ন ব্যৱহাৰ কৰা হয়। এই আই পি এ বোৰৰ এখন তালিকা পোৱা যায়। শিকিবলৈ বিশেষ টান নহয়। গতিকে তোমাৰ ভাষা সম্পৰ্কীয় প্ৰবন্ধবোৰত ব্যৱহাৰ কৰিব পাৰিবাঁ আৰু ভৱিষ্যতলৈও যিকোনো ভাষাৰ শুদ্ধ উচ্চাৰণৰ বাবে সুবিধা হ'ব।

কিন্তু এটা কথা মনত ৰাখিবাঁ - ৱিকিপিডিয়াত লাগি লাগি নিজৰ পঢ়া ঢিলাই নিদিবাঁ।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 12:56, 18 July 2015 (UTC)

মই তাল-মিলৰ কথাটো ভালকৈ বুজি নাপালো.... মই বাংলা আখৰ অ, বাংলা আখৰ ক প্ৰবন্ধকেইটা আতৰাব লাগিব নেকি? মই বহু দিনৰ আগতেই অসমীয়া অ-ৰ পৰা ঁ-লৈ লিখিলো। এতিয়া বাংলা আখৰকেইটাৰ বিষয়ে লিখাৰ কথা ভাবিছিলো!
আৰু, ক্লাছ টেন পোৱাৰ পৰা ৱিকিপিডিয়া কৰা কমাই দিছো (প্ৰায় আধা!! ), ৩০ জুলাইত মোৰ অসমীয়া ৱিকিপিডিয়াত ১বছৰ সম্পূৰ্ণ হ'ব, সেয়ে অলপ কাম কৰিছো, যাতে ষ্টে'টিষ্টিক্সবোৰ ভাল হওক!! .... তেতে ১৫ তাৰিখে পৰীক্ষা শেষ হ'ল.... আপুনি মোৰ বিষয়ে ইমান চিন্তা কৰা দেখি খুউব ভাল লাগিল। IKHazarika (talk) 08:27, 21 July 2015 (UTC)
মই আখৰকেইটা আঁতৰোৱাৰ কথা কোৱা নাই। ইমান কষ্ট কৰি লিখা প্ৰবন্ধকেইটা কিয় আতৰাম! মই কৈছোঁ সকলোখিনি লৈ আখন "অসমীয়া/বাংলা আখৰ" বা "অসমীয়া/বাংলা লিপি" এনেকৈ একেটা প্ৰবন্ধতে সকলো আখৰ সুমুৱাই দিলে কেনে হয়? আগতে লিখাখিনি কাট-পেষ্ট কৰি বা তালিকা বনাই দিলেই হ'ব। লগতে অসমীয়া ভাষা সম্বন্ধিত কেইবাটাও প্ৰবন্ধ ৱিকিত আছে, সেই কাৰণে মই সেইখিনিও ৰাখি (তথ্যৰ পুনৰাবৃত্তি নকৰাকৈ লিখাৰ কথা কৈছিলোঁ।
অৱশ্যে মই ক'লোঁ বুলিয়েইযে তুমি তেনেকৈ লিখিব লাগিব তেনে নহয়। তুমি যদি ভাবিছাঁ এনেকৈয়ে ঠিক আছে তেন্তে সেয়ে হওক।
প্ৰভাকৰ শৰ্মা নেওগ (talk) 12:41, 21 July 2015 (UTC)
The Teamwork Barnstar
ৱিকিৰ শেহতীয়া প্ৰকল্পত সমিলমিলেৰে কাম কৰি তুমি দিয়া অৱদানৰ সামান্য স্বীকৃতি স্বৰূপে এই পদক আগবঢ়ালো। আশাকৰোঁ, আগলৈও এনেদৰেই একে উৎসাহেৰে কাম কৰি যাবা জলি বৰা (talk) 06:48, 28 July 2015 (UTC)

অসমীয়া/বাংলা আখৰ[সম্পাদনা কৰক]

অসমীয়া লিপি পৃষ্ঠাটো চাইছাঁনে? তোমাৰ অসমীয়া আখৰৰ পৃষ্ঠাবিলাকৰ মূল কথাখিনি তাতে সোমাই আছে দেখোন।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 23:01, 30 July 2015 (UTC)

এটা এটা আখৰৰ পৃষ্ঠাবোৰৰ কথাখিনি মূল অসমীয়া/বাংলা লিপি বা বৰ্ণমালাৰ প্ৰবন্ধতে সুমুৱাই দিব পাৰি। চাবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 06:50, 31 July 2015 (UTC)

এছিয়ান মাহলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি, আপোনাক ৱিকিপিডিয়া এছিয়ান মাহ যোগদান কৰিবলৈ আমন্ত্ৰণ জনালোঁ!

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে প্ৰতিবছৰে অনুষ্ঠিত এটি অনলাইন সম্পাদনামেলা (এডিট-এ-থন) বিশেষ, যাৰ লক্ষ্য হৈছে এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি কৰা। এই বছৰো অহা নৱেম্বৰ মাহত এই সম্পাদনামেলা অনুষ্ঠিত কৰি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিগত বৰ্ষত এই মেলাৰ জৰিয়তে ৪৩ টা ভাষাত প্ৰায় ৭,০০০ তকৈও অধিক প্ৰবন্ধ লিখা হৈছিল।

ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ বন্ধুত্বৰ চিন স্বৰূপে, প্ৰৱন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ পূৰণ কৰা কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেকজন যোগদানকাৰীকে বিশেষভাৱে সজোৱা এটিকৈ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব।

আটাইতকৈ অধিক প্ৰৱন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানজনক "ৱিকিপিডিয়া এছীয় দূত" সন্মানেৰে বিভূষিত কৰা হ'ব।

ধন্যবাদ সহকাৰে! দিব্য দত্ত  (বাৰ্তা) 17:23, 27 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া এছিয়ান মাহৰ প্ৰবন্ধসমূহ অনুগ্ৰহ কৰি ইয়াত জমা কৰকদিব্য দত্ত  (বাৰ্তা) 13:04, 7 November 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া চন্দ্ৰলৈ[সম্পাদনা কৰক]

কেইটামান প্ৰবন্ধ নিৰ্বাচিত প্ৰবন্ধলৈ উন্নীত কৰিব লাগে, এই বিষয়ত ময়ো একমত, কিন্তু এই কামটো সম্ভৱতঃ প্ৰশাসক তথা সদস্যসকলৰ অনুমতি সাপেক্ষেহে কৰিব পাৰি। তোমাৰ অনুৰোধটো মই ৰাইজৰ চ'ৰাত দি দিছোঁ। দিব্য দত্ত  (বাৰ্তা) 07:15, 29 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই উন্নীত কৰিম বুলি ভবা তিনিটা প্ৰবন্ধত মই টেগ লগাই দিলোঁ বাৰু, তুমিও দুটামানত লগালা, কিন্তু মেটাৰ এই পৃষ্ঠাত থকা প্ৰবন্ধ কেইটাহে (৮ টা) নিৰ্বাচিত হৈছে নেকি! দিব্য দত্ত  (বাৰ্তা) 17:12, 3 November 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Address Collection - WAM[সম্পাদনা কৰক]

Congratulations! You have more than 4 accepted articles in Wikipedia Asian Month! Please submit your mailing address (not the email) via this google form. This form is only accessed by me and your username will not distribute to the local community to send postcards. All personal data will be destroyed immediately after postcards are sent. Please contact your local organizers if you have any question.

If you do not wish to share your personal information and do not want to receive the postcard, please let me know at my meta talk page so I will not keep sending reminders to you. Best, Addis Wang Sent by MediaWiki message delivery (talk) 05:22, 7 January 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

You have done a great work on ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা. Thanks for all your works. --Titodutta (talk) 20:32, 15 January 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.


“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশেষ নক্ষত্ৰ পদক[সম্পাদনা কৰক]

বিশেষ নক্ষত্ৰ পদক
মৰমৰ ঈশান, তোমাক ৱিকিত দেখি থাকিলে বয়স্ক ৱিকিপিডিয়ান হিচাপে আমিও কাম কৰিবলৈ মনোবল পাওঁ। শেহতীয়াকৈ ৱিকিত তুমি অৰ্থনীতি বিষয়ক যিকেইটা প্ৰবন্ধ লিখিছা, সি নিশ্চয় ৱিকিৰ মান বঢ়াব। এনেদৰে অনুপ্ৰেৰণামূলক কামবোৰ কৰি যোৱা। উজ্জ্বলৰপৰা উজ্জ্বলতম হৈ আগবাঢ়ি যাওঁতে পথবোৰ পোহৰাই যোৱা। তোমাৰ যাত্ৰাপথত এই সামান্য উপহাৰ আগবঢ়ালোঁ। আশাকৰোঁ গ্ৰহণ কৰিবা।

JyotiPN (talk) 11:56, 30 December 2020 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]


নমস্কাৰ! এই পদক লাভ কৰি মই অতিকৈ কৃতজ্ঞ অনুভৱ কৰিছোঁ। মই কৰা কাম যে আপুনি উপযোগী বুলি ভাবিলে, সেয়ে মোৰ বাবে আনন্দৰ বিষয়। অশেষ ধন্যবাদ।IKHazarika (talk) 14:25, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ব্যৱসায় আৰু অৰ্থনীতি পদক[সম্পাদনা কৰক]

ব্যৱসায় আৰু অৰ্থনীতি পদক
প্ৰিয় সতীৰ্থ, অৰ্থনীতি বিষয়ক বিভিন্ন প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ মান বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ। -Nayan j Nath (বাৰ্তা) 14:47, 30 April 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পদকটোৰ বাবে অশেষ ধন্যবাদ! আশা কৰোঁ সকলোৰে সহযোগিতাৰে অসমীয়া ৱিকিপিডিয়া প্ৰকল্পটো এনেদৰেই আগবাঢ়ি যাওক। IKHazarika (বাৰ্তা) 05:04, 14 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় IKHazarika,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখি অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক। বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় IKHazarika,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিপিডিয়া এছিয়ান মাহ ২০২১[সম্পাদনা কৰক]

মৰমৰ ঈশান, তোমাক বহুতদিনৰ মূৰত ৱিকিত সক্ৰিয় দেখি ভাল লাগিছে। লিখি থাকিবা। শুভকামনা। JyotiPN (বাৰ্তা) 15:33, 8 November 2021 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

উৎসাহ দিয়াৰ বাবে অশেষ ধন্যবাদ! IKHazarika (বাৰ্তা) 16:55, 8 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikipedia Asian Month 2021 Postcard[সম্পাদনা কৰক]

Dear Participants,

Congratulations!

It's Wikipedia Asian Month's honor to have you all participated in Wikipedia Asian Month 2021, the seventh Wikipedia Asian Month. Your achievements were fabulous, and all the articles you created make the world can know more about Asia in different languages! Here we, the Wikipedia Asian Month International team, would like to say thank you for your contribution also cheer for you that you are eligible for the postcard of Wikipedia Asian Month 2021. Please kindly fill the form, let the postcard can send to you asap!

This form will be closed at March 15.

Cheers!

Thank you and best regards,

Wikipedia Asian Month International Team, 2022.02

বৌদ্ধ ধৰ্ম পদক[সম্পাদনা কৰক]

অভিনন্দন!

প্ৰিয় সতীৰ্থ, বৌদ্ধ ধৰ্ম সম্পৰ্কীয় বহুকেইটা প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে। —-Chandan Chiring Phukon  Chat 03:19, 16 মে' 2022 (ইউ.টি.চি.)

উৎসাহ যোগোৱাৰ বাবে অশেষ ধন্যবাদ! এই পদকে আগলৈ কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব। IKHazarika (বাৰ্তা) 08:17, 16 মে' 2022 (ইউ.টি.চি.)

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

অমূল্য অৱদান পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
প্ৰিয় সতীৰ্থ, তিনি শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি যাতে সদায়েই অব্যাহত থাকে। _Nayan j Nath (বাৰ্তা) 15:46, 29 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ Nayan j Nath! এই পদকে মোক আগলৈও কাম কৰি যাবলৈ প্ৰেৰিত কৰিব! IKHazarika (বাৰ্তা) 04:11, 30 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: ছেপ্টেম্বৰ, ২০২২[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

Nayan j Nath (বাৰ্তা) 17:05, 26 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ! ই মোক আগলৈও কাম কৰি যাবলৈ উৎসাহ যোগাব! IKHazarika (বাৰ্তা) 07:08, 3 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশিষ্ট অনুবাদক পদক[সম্পাদনা কৰক]

আগষ্ট মাহত অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ ষোল্লটা নতুন প্ৰবন্ধৰ সৃষ্টিৰে আপোনাৰ অৱদান অমূল্য।

বিশিষ্ট অনুবাদক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

ধন্যবাদ! ই মোক আগলৈও কাম কৰি যাবলৈ উৎসাহ যোগাব! IKHazarika (বাৰ্তা) 07:09, 3 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ড্ৰেগন ঐতিহ্য পদক[সম্পাদনা কৰক]

ড্ৰেগন ঐতিহ্য পদক
নমস্কাৰ IKHazarika। চলিত মাহত আপুনি চীনদেশৰ সভ্যতা আৰু ইতিহাস সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধলৈ বৰঙণি আগবঢ়াই অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিছে। ইয়াৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ। ধন্যবাদেৰে -Chandan Chiring Phukon  Chat 03:49, 18 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ! এই পদকে আগলৈও কাম কৰি যাবলৈ উৎসাহিত কৰিব! IKHazarika (বাৰ্তা) 12:28, 19 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

-Chandan Chiring Phukon  Chat 13:09, 1 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পদকটো দিয়াৰ বাবে ধন্যবাদ! আগলৈও অসমীয়া ৱিকিপিডিয়াৰ বাবে কাম কৰি যাবলৈ ই উছাহ যোগাব। IKHazarika (বাৰ্তা) 18:12, 1 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WikiConference India 2023: Program submissions and Scholarships form are now open[সম্পাদনা কৰক]

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline[সম্পাদনা কৰক]

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.

বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২২)[সম্পাদনা কৰক]

বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২২)
গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে ২০২২ বৰ্ষটোত আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (বাৰ্তা) 05:34, 1 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই পদকৰ বাবে অশেষ ধন্যবাদ! ভাবি আছিলোঁ এই বছৰৰ মোৰ কাম কাজৰ বিষয়ে। বছৰটোত হৃদয়েৰে বিশ্বাস কৰা এই causeৰ বাবে অলপ হ'লেও কিবা এটা কৰিব পাৰিলোঁ বুলি এই পদকে সোঁৱৰাব আৰু আগলৈও কাম কৰি যাবলৈ উৎসাহ যোগাব। IKHazarika (বাৰ্তা) 21:06, 1 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাষিক সমন্বয় পদক[সম্পাদনা কৰক]

ভাষিক সমন্বয় পদক
হে ৱিকিসতীৰ্থ, শেহতীয়াকৈ ভালেসংখ্যক ভাষা সম্পৰ্কীয় প্ৰবন্ধ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াক তুমি সমৃদ্ধ কৰি তুলিছা। ইয়াৰ বাবে কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিসমাজৰ হৈ তোমালৈ এই সামান্য পদক আগবঢ়ালোঁ। ধন্যবাদেৰে -Chandan Chiring Phukon  Chat 17:17, 27 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পদকটোৰ বাবে ধন্যবাদ! এই পদকে আগলৈও কাম কৰি যাবলৈ উৎসাহ যোগাব! IKHazarika (বাৰ্তা) 18:53, 27 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাষা সচেতক পদক[সম্পাদনা কৰক]

ভাষা সচেতক পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি ভাষা বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- Nayan j Nath (বাৰ্তা) 14:43, 31 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ! আগলৈও কাম কৰি যাবলৈ এই পদকে মোক উৎসাহ যোগাব! IKHazarika (বাৰ্তা) 07:29, 1 August 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


বিচাৰক পদক (এছিয়ান মাহ, ২০২৩)[সম্পাদনা কৰক]

বিচাৰকৰ পদক

  হে ৱিকি সতীৰ্থ; অসমীয়া ৱিকিপিডিয়াত বৰ্তমান চলি থকা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ শীৰ্ষক প্ৰবন্ধ লেখন প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি সফলতাৰে প্ৰতিযোগিতাখন আগবঢ়াই নিয়াত যি বৰঙণি আগবঢ়াইছে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ সুস্বাস্থ্য কামনাৰে।

__অসমীয়া ৱিকিমিডিয়া সমাজ

The WMF Language team needs your feedback[সম্পাদনা কৰক]

Hello IKHazarika,

I hope this message finds you well.

My name is Uzoma Ozurumba, a Community Relations Specialist supporting the Language team. I am contacting you because I posted a message from the Language team in your Wikipedia village pump to communicate our proposal to make the MinT with the IndicTrans2 model the default machine translation in Assamese Wikipedia.

We would appreciate your reading the message and giving us feedback on our proposal in the thread. You can also ask some of Assamese Wikipedia community members to read the message and let us know if they are okay with having MinT as the default translation in your Wikipedia.

Thank you so much for your help.

Best regards,

UOzurumba (WMF) (বাৰ্তা) 18:00, 12 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thank you for reaching out. I will attend to it soon, discuss with other contributors as well and get back to you. IKHazarika (বাৰ্তা) 21:45, 12 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2023 WAM Message to Organizers[সম্পাদনা কৰক]

Dear Wikipedia Asian Month Campaign organizers,


The 2023 Wikipedia Asian Month (WAM) Campaign has ended. On behalf of the WAM International Team, we express our gratitude for your effort and participation.

We are writing to remind you to begin the jury process. Some WAM Campaigns ended earlier, and have already finished auditing and reviewing contributions.

Please suggest all campaigns to complete the following before January 31th, 2024:

1. Finalize their list

2. Report the username of your Wikipedia Asian Ambassador, the participant who has the most edit in your campaign

3. Update a list of all eligible editors on the 2023 WAM Ambassadors page, list of eligible editors column


We look forward to your updates.

Thanks so much!


WAM International Team

Theredunicorn (talk)