ৱিকিপিডিয়া:ৱিকিপত্ৰিকা
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা। এই পত্ৰিকাখন কিছুদিন আগেয়ে ফেচবুকৰ গোটত হোৱা আলোচনা অনুসৰি ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহৰ এটা। অসমীয়া ৱিকিপিডিয়াৰ এইখন মাহেকীয়া প্ৰতিবেদন হিচাপে চলাই নিবলৈ সক্ৰিয় ৱিকিপিডিয়ানসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। এই পৃষ্ঠাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আলোচনা পৃষ্ঠাত দিও আপুনি এই কাৰ্যত সহায় কৰিব পাৰে। এই পৃষ্ঠাখনত সন্নিবিষ্ট বিষয়সমূহ হ’ব অসমীয়া ৱিকিপিডিয়াৰ বিগত মাহৰ ভাল কামসমূহ, সন্মিলন, কৰ্মশালা, যিকোনো মিডিয়াত প্ৰকাশিত অসমীয়া ৱিকিপিডিয়া সম্পৰ্কীয় প্ৰকাশিত বা-বাতৰি, সক্ৰিয় সদস্যসকলৰ তালিকা, উল্লেখযোগ্য বঁটা প্ৰাপ্ত সদস্যসকল, শেহতীয়াভাৱে লিখা কেইটামান ভাল প্ৰবন্ধ আদি। এই পৃষ্ঠাৰ পৰা পুনৰ বাৰ্ষিকভাৱে প্ৰকাশিত ৱিকিপিডিয়া:ৱিকিপত্ৰিকালৈ শ্ৰেষ্ঠতম সমলবোৰ বাচি উলিয়াই প্ৰকাশ কৰা হ'ব।
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.36.0-wmf.38 (783a4e6)। |
মুঠ প্ৰবন্ধ সংখ্যা ৮,৩৫৫ টা। |
মুঠ পৃষ্ঠা আছে ৬০,৬৮৫ টা। |
মুঠ সম্পাদনা কৰা হৈছে ২,৭০,৫০৯ বাৰ। |
মুঠ ১,৪৬১ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ২৯,৩৭৫ জন, সক্ৰিয় সদস্য ৭৮ জন আৰু ৪ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ২৮ চ'ত ১৪২৮ ভাস্কৰাব্দৰ পূৱা ১০:২৭ বজালৈ প্ৰযোজ্য। |
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ'বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ'ল।
- প্ৰকাশিত ৱিকিপত্ৰিকাসমূহ
- ২০১২: ছেপ্তেম্বৰ, অক্টোবৰ, ডিচেম্বৰ
- ২০১৩: এপ্ৰিল, আগষ্ট
- ২০১৪: মাৰ্চ, এপ্ৰিল, অক্টোবৰ, নৱেম্বৰ
- ২০১৫: জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ
- ২০১৬: জানুৱাৰী, ফেব্ৰুৱাৰী, এপ্ৰিল, ছেপ্টেম্বৰ, নৱেম্বৰ, ডিচেম্বৰ
- ২০১৭: জানুৱাৰী, ফেব্ৰুৱাৰী, মে', আগষ্ট
- ২০১৯: জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ
- ২০২০: জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ
- ২০২১: জানুৱাৰী , ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’,