ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১২
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
:: ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ::
প্ৰথম বৰ্ষ | তৃতীয় সংখ্যা | ডিচেম্বৰ | ২০১২
অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোন
ডিচেম্বৰ/জানুৱাৰী, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২০০০ টালৈ বৃদ্ধি পালে। (১৩ জানুৱাৰী, ২০১৩)
প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
- ভাল প্ৰবন্ধ
- অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
- হোলোঙাপাৰ গিবন অভয়াৰণ্য
- নিউ মুন
- কিকি হাঁহ
- বুঢ়ীগোসানী দেৱালয়
- হয়কলি
- নাহৰফুটুকী বাঘ
- তিতাবৰত খোল বাদনেৰে অভিলেখ
- গাংমৌ থান
- ভীমৰাও ৰামজী আম্বেদকাৰ
- সত্যনাথ বৰা

হাজোৰ মাধৱ মন্দিৰত মাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
- নিৰ্বাচিত চিত্ৰ
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.39.0-wmf.17 (27d58b4)। |
মুঠ প্ৰবন্ধ সংখ্যা ১০,৩৭৯ টা। |
মুঠ পৃষ্ঠা আছে ৭২,০৩৩ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৩,২৫,৩২৭ বাৰ। |
মুঠ ১,৬৮১ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৩৪,০৫৯ জন, সক্ৰিয় সদস্য ১১৮ জন আৰু ৪ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪২৯ ভাস্কৰাব্দৰ পূৱা ০৯:৩৬ বজালৈ প্ৰযোজ্য। |
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
অসমীয়া ৱিকিউৎসই ইনকুবেটৰৰ পৰা মুক্ত হৈ এটা নিজস্ব ড’মেইন লাভ কৰিলে, আৰু বৰ্তমান ইয়াৰ ঠিকনা হ’ল www.as.wikisource.org
- শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত "শ্ৰীৰামবিজয়" অংকীয়া নাট অসমীয়া ৱিকিউৎসত নিতুল বৰাই অন্তৰ্ভুক্ত কৰিছে।
- হেম সৰস্বতী বিৰচিত "প্ৰহ্লাদ চৰিত্ৰ" অসমীয়া ৱিকিউৎসত নিতুল বৰাই লিখি উলিয়াইছে।
- উল্লেখনীয় ৱিকিপিডিয়া পদক
- অনিমেষ বৰালৈ - অমূল্য অৱদান পদক : অসমীয়া ৱিকিপিডিয়াত ২০০টা প্ৰবন্ধ লিখি উলিওৱাৰ বাবে।
- মঞ্জিল কোঁৱৰলৈ- চলচ্চিত্ৰ পদক: অসমীয়াত ৱিকিপিডিয়াত ন-পুৰণি চলচ্চিত্ৰ বিষয়ে বিভিন্ন প্ৰবন্ধ লিখাৰ বাবে।
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | অনিমেষ বৰা | ২১৮ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | গীতাৰ্থ বৰদলৈ (প্ৰশাসক) | ১০৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | দীপাংকৰ চেতিয়া | ৮৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | ৰুমী বৰা | ৪২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | ৰঞ্জিৎ শৰ্মা | ২৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | যুগল চন্দ্ৰ বৰা | ২০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | জলি বৰা | ১৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
|