সদস্য বাৰ্তা:Manjil Konwar

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু বাৰ্তা 12:43, 16 মে' 2012 (UTC)

একাউণ্ট[সম্পাদনা কৰক]

সদস্য:মঞ্জিল কোঁৱৰ আপোনাৰেই আন এটা একাউণ্ট নহয় জানো? পাছৱৰ্ড হেৰাল হ’বলা? বিষ্ণু বাৰ্তা 12:48, 16 মে' 2012 (UTC)


উপহাৰ[সম্পাদনা কৰক]

Working Man's Barnstar.png The Working Man's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)


সদস্য পৃষ্ঠা[সম্পাদনা কৰক]

সদস্য পৃষ্ঠাখন বৰ ভাল হৈছে দেই| এইখন বনায়েই ছুটি ল’লাই যে? বিষ্ণু বাৰ্তা 21:52, 21 মে' 2012 (UTC)

পৰীক্ষা হৈ থকাৰ কাৰণে এইকেইদিন আজৰি সময় কম, গতিকে দুদিনমানৰ কাৰণে ছুটি ল'লোঁ। Manjil Konwar (talk) 15:21, 27 মে' 2012 (UTC)

আলোচনা[সম্পাদনা কৰক]

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:25, 17 নৱেম্বৰ 2012 (UTC)

চলচ্চিত্ৰ পদক[সম্পাদনা কৰক]

Barnstar film 3.svg চলচ্চিত্ৰ পদক
অসমীয়া ৱিকিপিডিয়াত বিভিন্ন চলচ্চিত্ৰৰ বিষয়ে প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। — গীতাৰ্থ বৰদলৈ (talk) 18:10, 14 জানুৱাৰী 2013 (UTC)

অসমীয়া চলচ্চিত্ৰ পদক[সম্পাদনা কৰক]

Assamfilm.png অসমীয়া চলচ্চিত্ৰ পদক
অসমীয়া ৱিকিপিডিয়াত চলিত ২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইবাটোও প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। বিষ্ণু শইকীয়া 10:48, 16 অক্টোবৰ 2014 (UTC)

Collaboration discussion among Indic language communities in Bengali Wiki Conference[সম্পাদনা কৰক]

Hi, There will be a open discussion on posssible collaborations among all attending Indic language community members at Bengali Wikipedia 10th Anniversary Conference to be held at Kolkata on 9th and 10th January. If you want to take part in the discussion, please list out the topics you want to discuss for future collaborative projects and explain in brief at this meta page. Please select the language community also with whom you want to discuss. Thanks. -- Bodhisattwa (talk) 20:50, 29 ডিচেম্বৰ 2014 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

এপ্ৰিল ২০১৫ৰ প্ৰচাৰপত্ৰিকাৰ সম্পাদকীয়[সম্পাদনা কৰক]

মই লিখি চালো। কিবা ভুল হৈছে নেকি চাই শুধৰাই দিবচোন.... সদস্য:IKHazarika/পৰীক্ষাগাৰ IKHazarika (talk) 13:21, 12 মে' 2015 (UTC)

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
শেহতীয়াকৈ তুমি ৱিকিত যোগ দিয়া দীনেশ দাস আৰু ‎প্ৰসেন বৰা শীৰ্ষক উৎকৃষ্ট মানদণ্ডৰ প্ৰবন্ধৰ বাবে এই পদক আগবঢ়ালো; এনেদৰেই উদ্যমেৰে লাগি থাকিবা বুলি আশা ৰাখিছোঁ
অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 02:32, 26 জুন 2015 (UTC)
ধন্যবাদ। - Manjil Konwar (talk) 06:06, 26 জুন 2015 (UTC)

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)