সদস্য:IKHazarika
নমস্কাৰ! মই ঈশান কাশ্যপ হাজৰিকা। লখিমপুৰত জন্ম, কিছু বছৰ দিল্লীত আছিলোঁ, বৰ্তমানে নিউ য়ৰ্কৰ নিবাসী। অৰ্থনীতিৰ ছাত্ৰ। সমাজ বিজ্ঞান, গণিত, দৰ্শন, পৰিসংখ্যা বিজ্ঞান, ভাষা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদিত ৰুচী ৰাখোঁ।
অসমীয়া ৱিকিপিডিয়াত প্ৰথম সম্পাদনা কৰিছিলোঁ ৩০ জুলাই ২০১৪ত, পাইথেগোৰাছ নামৰ প্ৰবন্ধটোত। প্ৰথম প্ৰবন্ধ লিখিছিলোঁ ৪ আগষ্ট ২০১৪ত: চীন। মুক্ত জ্ঞানৰ এই বিৰল আন্দোলনৰ সৈতে জড়িত হৈ বৰ তৃপ্তি অনুভৱ কৰোঁ।
মই সৃষ্টি কৰা প্ৰবন্ধৰ সংখ্যা ২৪ এপ্ৰিল ২০২৩ত ৪০০ পালেগৈ।
অন্যান্য পৃষ্ঠা
[সম্পাদনা কৰক]মোৰ বাবে কোনো বাৰ্তা থাকিলে ইয়াত টিপক
মই ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰৱগণি চাবলৈ ইয়াত টিপক
আৰম্ভ কৰা প্ৰবন্ধৰ তালিকা চাবলৈ ইয়াত টিপক
মই পোৱা বঁটাৰ বিশেষ তালিকা চাবলৈ ইয়াত টিপক
মোক কোনো প্ৰবন্ধ লিখিবলৈ আহ্বান কৰিবলৈ ইয়াত টিপক
মোৰ ইংৰাজী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠালৈ যাবলৈ ইয়াত টিপক
মোৰ হিন্দী ৱিকিপিডিয়াৰ সদস্য পৃষ্ঠালৈ যাবলৈ ইয়াত টিপক