সদস্য বাৰ্তা:Ranjit Sarma

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

— গীতাৰ্থ বৰদলৈ (talk) 07:29, 20 জুলাই 2013 (UTC)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ তথ্য যদি কোনো আলোচনীৰ পৰা সংগ্ৰহ কৰিছে তেতিয়া তথ্যসূত্ৰত প্ৰবন্ধৰ নাম, লেখকৰ নাম উল্লেখ কৰাৰ লগতে আলোচনীখনৰ মাহ, বৰ্ষ, পৃষ্ঠাৰ সংখ্যা আদিও উল্লেখ কৰিব। তেতিয়া প্ৰবন্ধটো বেছি বিশ্বাসযোগ্য হয়। তথ্যসূত্ৰ দিওঁতে তলত দিয়া ধৰণে দিব পাৰে। তথ্যসূত্ৰসমূহ প্ৰবন্ধটোৰ মাজে মাজে ব্যৱহাৰ কৰিলে বেছি ভাল হয়।

<ref>{{cite journal | title= | author= | journal= | year= | month= | volume= | issue= | pages= }} </ref> Ani ttbr (talk) 13:41, 6 ছেপ্টেম্বৰ 2013 (UTC) উপদেশ দিয়াৰ বাবে ধন্যবাদ। ভবিশ্বতে এই নিয়ম মানি চলিবলৈ চেষ্টা কৰিম।