ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৩
(ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/আগষ্টৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: আগষ্ট, ২০১৩
অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোণ
- ভাল প্ৰবন্ধ
- অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
- নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- পৰিবেশ অধ্যয়ন
- ৰে'জ অৱ এঞ্জেল্ছ
- ৰুদ্ৰাক্ষ
- যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
- শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
- অমৰ সিং (ক্ৰিকেটাৰ)
- জিতেন্দ্ৰনাথ গোস্বামী

মৰণা মৰাৰ পাছত বা দিবলৈ ধানবোৰ বিশেষ কায়দাৰে বহলকৈ ছটিয়াই লোৱাৰ দৃশ্য। আলোকচিত্ৰশিল্পী: মিণ্টু বৰগোঁহাই
- নিৰ্বাচিত চিত্ৰ
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.41.0-wmf.1 (4de0415)। |
মুঠ প্ৰবন্ধ সংখ্যা ১১,৩৮৫ টা। |
মুঠ পৃষ্ঠা আছে ৭৭,২৬৪ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৩,৫০,১৫৭ বাৰ। |
মুঠ ১,৭৫৫ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৩৬,৭৮৯ জন, সক্ৰিয় সদস্য ১০৯ জন আৰু ৫ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪৩০ ভাস্কৰাব্দৰ সন্ধ্যা ০৭:৩২ বজালৈ প্ৰযোজ্য। |
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা "ৰূপহী" অসমীয়া ৱিকিউৎসত অনামিকা বৰুৱাই লিখি উলিয়াইছে।
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | অনিমেষ বৰা | ২১৮ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | গীতাৰ্থ বৰদলৈ (প্ৰশাসক) | ১০৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | দীপাংকৰ চেতিয়া | ৮৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | ৰুমী বৰা | ৪২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | ৰঞ্জিৎ শৰ্মা | ২৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | যুগল চন্দ্ৰ বৰা | ২০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | জলি বৰা | ১৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক গোট https://www.facebook.com/groups/assamwikigroup/
অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক পৃষ্ঠা https://www.facebook.com/aswikipedia
|