ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৪
নিৰ্বাচিত চিত্ৰ
- নিৰ্বাচিত চিত্ৰ
আলোকচিত্ৰশিল্পী: দ্বিজেন মহন্ত
ভাল প্ৰবন্ধ
বাৰাক হুছেইন অ'বামা (Barack Hussein Obama) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ)কেনিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে মাতৃ এন ডানহাম কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, কেনিয়াৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেওঁ হাৱাইলৈ পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। অ’বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল জাকাৰ্টালৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেওঁ হাৱাইৰ বিখ্যাত ‘পুনাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল। এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। তাৰ পাছত তেওঁ লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত নাম ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়।... (বিতং ভাৱে পঢ়ক............)
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.44.0-wmf.11 (5bb154a)। |
মুঠ প্ৰবন্ধ সংখ্যা ১৪,৫৫৭ টা। |
মুঠ পৃষ্ঠা আছে ৯৯,৫৫৩ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৪,৬৩,২২৭ বাৰ। |
মুঠ ১,৯৪৮ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৪৩,৫২৭ জন, সক্ৰিয় সদস্য ১১৫ জন আৰু ৬ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪৩২ ভাস্কৰাব্দৰ ৰাতি ০২:৩১ বজালৈ প্ৰযোজ্য। |
- বিগত মাহত সৃষ্টি কৰা কেইটামান উল্লেখনীয় প্ৰবন্ধ
- ৰবিন গুৰুং
- মুম্বাই চিটি এফ চি
- ক'কে
- ৰেহনেছ টি পি
- ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫৭
- মাধুৰ্য বৰা
- অভদ্ৰ
- টি আৰ পি আৰু
- বাংলা ভাষা সাহিত্যলৈ সাহিত্য অকাডেমী বঁটাৰ তালিকা
- ৱিকিপিডিয়াসমূহৰ তালিকা
- হাজং ভাষা
- জেছি ওৱেন্ছ
- ৰাজজ্যোতি কোঁৱৰ
- এলেন দেউৰী
- গোলকীয় উষ্ণতা বৃদ্ধি
- মিয়া লাভ
অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
শ্ৰীশ্ৰীহনুমান পাঁচালী খন অসমীয়া ৱিকিউৎসত একক চেষ্টাৰে অন্তৰ্ভুক্ত কৰে মৃদুল কুমাৰ শৰ্মাই , তেখেতলৈ অভিনন্দন তথা কৃতজ্ঞতা জনালোঁ।
উল্লেখনীয় ৱিকিপিডিয়া/ৱিকিউৎস পদক
মৃদুল কুমাৰ শৰ্মালৈ ৱিকিউৎস: সাংস্কৃতিক পদক
ৱিকিউৎস: সাংস্কৃতিক পদক | ||
ৱিকিউৎসত হনুমান পাঁচালী গ্ৰন্থখন যোগ কৰি দিয়া অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 11:07, 29 নৱেম্বৰ 2014 (UTC) |
দিব্য দত্তলৈ নৱেম্বৰ মাহৰ ৱিকিপিডিয়ানৰ পদক
সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ৬ ডিচেম্বৰ, ২০১৪ ’ নৱীকৰণ কৰা হৈছে। বিগত মাহত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | বিষ্ণু শইকীয়া (প্ৰশাসক) | ৯২২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | দিব্য দত্ত | ১৫১ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | ৰঞ্জন ভূঞা | ৮৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | হীৰক নয়ন ভূঞা | ৮৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | ঈশান কাশ্যপ হাজৰিকা | ৫৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | মঞ্জিল কোঁৱৰ | ৫৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | অভিজিত কলিতা | ৪১ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৮ | প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) | ৩২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৯ | কিৰণ খনিকৰ | ৩১ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
১০ | নিতুল বৰা | ১৭ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
১১ | মানৱ প্রতিম শর্মা | ১৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
|