মুম্বাই চিটি এফ চি
![]() | ||||
সম্পূৰ্ণ নাম | মুম্বাই চিটি ফুটবল ক্লাব | |||
---|---|---|---|---|
প্ৰতিষ্ঠা | ২০১৪ | |||
খেলপথাৰ | ডি-ৱাই পাটিল ষ্টেডিয়াম (আসন: 55,000) | |||
গৰাকী | ৰণবীৰ কপুৰ কেইক্ চাল্ডান্হা বিমল পাৰেখ | |||
![]() | ||||
লীগ | ইণ্ডিয়ান চুপাৰ লীগ | |||
২০১৪ | আৰম্ভণি বৰ্ষ | |||
ৱেবছাইট | ক্লাব হ'ম পেজ Club home page | |||
|
মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান চুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2]
এই দল বলিৱুডৰ অভিনেতা ৰণবীৰ কপুৰ, ক্ৰীড়া বিনিয়োগকাৰী কেয়ক গাৰ্বাচ্ছিঅ' চাল্ডান্হা আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ ক'লাবাৰ কুপাৰেজ পথাৰত হয়।[1]
বুৰঞ্জী[সম্পাদনা কৰক]
২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান চুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3]
মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4]
ষ্টেডিয়াম[সম্পাদনা কৰক]
মুম্বাই চিটি এফ-চিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ডি-ৱাই পাটিল ষ্টেডিয়ামত খেলিব।
খেলুৱৈ[সম্পাদনা কৰক]
বৰ্তমান দল[সম্পাদনা কৰক]
টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।
দল পৰিচালনা[সম্পাদনা কৰক]
পদবী | নাম |
---|---|
মুখ্য প্ৰশিক্ষক | ![]() |
সহযোগী প্ৰশিক্ষক | ![]() |
কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক[সম্পাদনা কৰক]
সময় | কিত্ নিৰ্মাতা | চোলা পৃষ্ঠপোষক |
---|---|---|
২০১৪- | নাই | জাবং ডট কম |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 Basu, Saumyajit. "Stars embrace soccer through Indian Super League". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/Stars-embrace-soccer-through-Indian-Super-League/articleshow/33712666.cms#write। আহৰণ কৰা হৈছে: 22 April 2014.
- ↑ http://www.croydonadvertiser.co.uk/Crystal-Palace-team-Mumbai-City-FC-search-Indian/story-24642956-detail/story.html
- ↑ "Indian Super League sees interest from 30 franchise bidders". Business Standard. http://www.business-standard.com/article/companies/indian-super-league-sees-interest-from-30-franchise-bidders-114032300585_1.html। আহৰণ কৰা হৈছে: 22 April 2014.
- ↑ "Ex-Liverpool stars Luis Garcia and Josemi start as Atletico de Kolkata win first Indian Super League clash against Mumbai City". Daily Mail. Associated Press. 12 October 2014. http://www.dailymail.co.uk/sport/football/article-2790093/ex-liverpool-stars-luis-garcia-josemi-start-atletico-kolkata-win-indian-super-league-clash-against-mumbai-city.html। আহৰণ কৰা হৈছে: 13 October 2014.
- ↑ "MCFC coach Reid not worried over Anelka's unavailability". The Times of India: 23. 10 October 2014.
- ↑ "Nicolas Anelka joins Mumbai City in Indian Super League". Sports-nova. http://sports-nova.com/nicolas-anelka-join-mumbai-city-indian-super-league/। আহৰণ কৰা হৈছে: 15 September 2014.
|