ফুটবল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ফুটবল
Football4.png
ফুটবল খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা ফিফা (আন্তৰ্জাতিক ফুটবল ফেডাৰেছন)
অন্য নাম চ'কাৰ
প্ৰথমবাৰ খেলা হয় ১৯ ডিচেম্বৰ ১৮৬৩
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ ফুটবল

ফুটবল (ইংৰাজী: Football) এবিধ বহিঃ ক্ৰীড়া। ফুটবলৰ আন এটা নাম "চ'কাৰ" (soccer)। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে "ফুট" আৰু "বল" শব্দ দুটাৰ পৰা। অৰ্থাৎ ভৰিৰে খেলা বল। এই খেলৰ আৰম্ভনি ইটালিফ্লৰেন্সত হৈছিল।ফুটবল নিলোতপলে খেলি বহুত মজা পাই |

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]