ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১২
< ৱিকিপিডিয়া:ৱিকিপত্ৰিকা(ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/অক্টোবৰৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
- ভাল প্ৰবন্ধ
- অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
- বাংলাদেশৰ মুক্তিযুদ্ধ
- ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)
- ভাৰতীয় চুক্তি আইন ১৮৭২
- সৈনিক স্কুল, গোৱালপাৰা
- গ্ৰেইজ এনাটমী
- গুৱাহাটী উচ্চ ন্যায়ালয়
- শৰাইঘাটৰ যুদ্ধ
- নলবাৰী মহাবিদ্যালয়
- মাগোল
- জোনবিৰি (গল্প সংকলন)
- ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
- নটৰাজ থিয়েটাৰ
- নামৰূপ
- ৱান ডাইৰেকশ্বন
শেহতীয়াভাৱে মৃত্যু হোৱা ব্যক্তি

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিত অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
- নিৰ্বাচিত চিত্ৰ
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.39.0-wmf.10 (6139f98)। |
মুঠ প্ৰবন্ধ সংখ্যা ১০,২৫২ টা। |
মুঠ পৃষ্ঠা আছে ৭১,১৫৭ টা। |
মুঠ সম্পাদনা কৰা হৈছে ৩,২০,৯২৪ বাৰ। |
মুঠ ১,৬৬৩ টা ফাইল আপল'ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৩৩,৪৯২ জন, সক্ৰিয় সদস্য ৯৪ জন আৰু ৪ জন প্ৰশাসক আছে। |
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক। |
এই তথ্যসমূহ ১৪২৯ ভাস্কৰাব্দৰ :৩৬ বজালৈ প্ৰযোজ্য। |
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ চৰিত্ৰ আৰু পাঁচালী অসমীয়া ৱিকিউৎসত ধনজিৎ শৰ্মাই মুদ্ৰনলিখন কৰিছে।
- লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা গ্ৰন্থৰ হাস্যৰসাত্মক ৰচনাসমূহ অসমীয়া ৱিকিউৎসত অনামিকা বৰুৱাই মুদ্ৰনলিখন কৰি সম্পূৰ্ণ কৰিলে।
- উল্লেখনীয় ৱিকিপিডিয়া পদক
- অনামিকা বৰুৱালৈ - অনুবাদ পদক : "স্বামী নিগমানন্দ" প্ৰমূখ্যে আন বহুকেইটা প্ৰবন্ধ অসমীয়া ভাষালৈ ভাঙনি কৰা বাবে।
- কৰ্মশালা
- শিক্ষা প্ৰকল্প : ১৪ অক্টোবৰ, ২০১২ (দেওবাৰ) গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক ষ্টাফ ক'লেজত দিনৰ ১১ বজাৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ শিক্ষা প্ৰকল্পৰ অধীনত এখনি ৱিকি প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছিল। উক্ত কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ ১৫ গৰাকী শিক্ষাৰ্থীক ইউনিক'ড ব্যৱহাৰ কৰি অসমীয়া লিখিবলৈ শিকোৱাৰ লগতে ৱিকিপিডিয়াত প্ৰৱন্ধ লিখাৰ প্ৰশিক্ষণ দিয়া হয়। এই সম্পৰ্কে প্ৰকাশিত বা-বাতৰি দুটামানৰ লগতে আলোকচিত্ৰ তলত সংলগ্ন ক’ৰা হ’ল।
- Assamese Wikipedia Education Program at GU assamtimes.org ৱেবছাইটত প্ৰকাশিত বাতৰি।
- অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প সম্পৰ্কে cis-india.org ত বি্স্তৃতভাৱে পঢ়ক।
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | অনিমেষ বৰা | ২১৮ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
২ | গীতাৰ্থ বৰদলৈ (প্ৰশাসক) | ১০৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৩ | দীপাংকৰ চেতিয়া | ৮৬ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৪ | ৰুমী বৰা | ৪২ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৫ | ৰঞ্জিৎ শৰ্মা | ২৩ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৬ | যুগল চন্দ্ৰ বৰা | ২০ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
৭ | জলি বৰা | ১৫ | (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি ) |
|