সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
:: ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ::

প্ৰথম বৰ্ষ | তৃতীয় সংখ্যা | ডিচেম্বৰ | ২০১২

অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোন
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
ডিচেম্বৰ/জানুৱাৰী, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:


অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২০০০ টালৈ বৃদ্ধি পালে। (১৩ জানুৱাৰী, ২০১৩)


ভাল প্ৰবন্ধ


অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ


হাজোৰ মাধৱ মন্দিৰত মাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
নিৰ্বাচিত চিত্ৰ



অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম

অসমীয়া ৱিকিউৎসই ইনকুবেটৰৰ পৰা মুক্ত হৈ এটা নিজস্ব ড’মেইন লাভ কৰিলে, আৰু বৰ্তমান ইয়াৰ ঠিকনা হ’ল www.as.wikisource.org

  • হেম সৰস্বতী বিৰচিত "প্ৰহ্লাদ চৰিত্ৰ" অসমীয়া ৱিকিউৎসত নিতুল বৰাই লিখি উলিয়াইছে।


উল্লেখনীয় ৱিকিপিডিয়া পদক


সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
১অনিমেষ বৰা২১৮(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২গীতাৰ্থ বৰদলৈ (প্ৰশাসক)১০৩(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৩দীপাংকৰ চেতিয়া৮৬(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৪ৰুমী বৰা৪২(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৫ৰঞ্জিৎ শৰ্মা২৩(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৬যুগল চন্দ্ৰ বৰা২০(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৭জলি বৰা১৫(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )

বিস্তৃত তালিকা....



প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ