সমললৈ যাওক

সদস্য:Boranitul

অসমীয়া ৱিকিপিডিয়াৰ পৰা

[ৱিকিউত্স:Boranitul]

Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-2 This user is able to contribute with an intermediate level of English.
Search user languages

নিতুল বৰা, গুৱাহাটী সন্মিলনত

 বিষ্ণু শ‍ইকীয়াবাৰ্তা19:17, 17 এপ্ৰিল 2012(UTC)


মোৰ বিষয়ে


নমস্কাৰ| মই নিতুল বৰা। বসতি স্থান নগাঁও। কৰ্মসুত্ৰে ম‍ই অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডল, নগাঁও কাৰ্য্যালয়ত কৰ্মৰত। চিৰ চেনেহী মোৰ অসমীয়া ভাষাটোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াত যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে জন্মভূমিৰ প্ৰতি কৰ্তব্য পালন|


The Photographer's Barnstar
For the winner of the Assamese Photography Competition ... Keep contributing to Wikimedia Commons :-) Naveenpf (talk) 15:12, 18 June 2012 (UTC)

পুৰস্কাৰ

[সম্পাদনা কৰক]
অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:01, 8 জুলাই 2012 (UTC))

নিতুল দা, অসমীয়া ৱিকিত ছবি আপল'ড নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল, কেৱল ৱিকিকমন্সত কৰাৰ কথা কোৱা হৈছিল। তাৰোপৰি আপুনি আপল'ড কৰা অস্কাৰ আৰু নোবেল বঁটাৰ ছবি ৱিকিকমন্সত আছেই। লগতে আপল'ড কৰা ফটো দুখনৰ স্বত্বাধিকাৰী তথ্যত দিয়াৰ দৰে আপুনি নহয়! মই মচিবলৈ টেগ্‌ কৰি দিছোঁ দেই। — গীতাৰ্থ বৰদলৈ (talk) 11:57, 15 জুলাই 2012 (UTC)

বেণুধৰ শৰ্মা

[সম্পাদনা কৰক]

শুদ্ধ নামটো "বেণুধৰ শৰ্মা"। পৃষ্ঠাখন আছেই। আপুনি "বেনুধৰ শৰ্মা"ৰ পৰা দৰকাৰী কথাখিনি নি সিখনত সুমুৱাই দিয়ক। তাৰপিছত এইখন ডিলিট টেগাই দিব। — গীতাৰ্থ বৰদলৈ (talk) 18:29, 27 জুলাই 2012 (UTC)

কৃষ্ণকান্ত সন্দিকৈ

[সম্পাদনা কৰক]

কৃষ্ণকান্ত সন্দিকৈ পৃষ্ঠাখন বিলোপ কৰা হল বুলি জাননী লগোৱা আছে, নতুনকৈ পৃষ্ঠাখন পুনৰ সৃষ্টি কৰা হৈছে নেকি বাৰু, যদি নতুনকৈ পৃষ্ঠাখন সৃষ্টি কৰা হোৱা নাই মই এই কামটো কৰিম বুলি ভাবিছো যিহেতু মোৰ হাতত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে বিতংকৈ তথ্য মজুত আছে। গতিকে প্ৰশাসক মহোদয় বৃন্দই অনুমতি দিলে কামটো সৰ্ম্পূন কৰিব পাৰো। আশাৰে বাট চাই ৰলো।— নিতুল বৰা (talk) 02:30, 29 জুলাই 2012 (UTC)

ক'তনো বিলোপ কৰা হ'ল? আপুনি দিয়া লিংকটোত দেখোন পৃষ্ঠাখন আছেই। বহলাবলৈ অনুমতিৰ প্ৰয়োজন নাই। — গীতাৰ্থ বৰদলৈ (talk) 16:39, 29 জুলাই 2012 (UTC)
সেইটোতো মইও দেখিছো, কিন্তু কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ তথ্য এটিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ প্ৰথমে আলোচনা পৃষ্ঠা খোলোতেই জাননীখন চকুত পৰিল---সাৱধান আগতে বিলোপ কৰা পৃষ্ঠা এখন আপুনি পুনঃনিৰ্মান কৰিবলৈ গৈ আছে --- এই বাৰ্তাটো দেখিহে সুধিব লগিয়াত পৰিলো। ঠিক আছে এতিয়া গম পালো যেতিয়া কোনো কথা নাই, সেইখন মই এতিয়া কৰিম।— নিতুল বৰা (talk) 23:20, 29 জুলাই 2012 (UTC)


বিশেষ বঁটা
ৱিকিউৎসত আপোনাৰ বিশিষ্ট অৱদানৰ বাবে শলাগৰ চিনস্বৰূপে এই সামান্য বঁটা আগবঢ়ালোঁ। আশাকৰোঁ আগলৈও আপোনাৰ অৱদানেৰে ৱিকিউৎস সম্বৃদ্ধ কৰি যাব।
প্রভাকৰ শৰ্মা নেওগ (talk) 04:05, 13 মাৰ্চ 2014 (UTC)
ৱিকিউৎস: সাংস্কৃতিক পদক
ৱিকিউৎসত ৰাম নৱমী গ্ৰন্থখন যোগ কৰি দিয়া অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 13:16, 7 নৱেম্বৰ 2014 (UTC)