সদস্য বাৰ্তা:ৰঞ্জন ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


প্রভাকৰ শৰ্মা নেওগ (talk) 00:05, 13 অক্টোবৰ 2014 (UTC)

অৱচেতন মন[সম্পাদনা কৰক]

ইং ৱিকিৰ লগত সংগতি ৰাখি প্ৰবন্ধটোৰ নামাকৰণ অৱচেতনা বুলি কৰিলোঁ।

তাৰ লগতে ইং ৱিকিৰ প্ৰথম পৰিচ্ছেদটোও অনুবাদ কৰি দিব পাৰিলে প্ৰবন্ধটো অধিক তথ্যসংগত হ'ব। অনুগ্ৰহ কৰি প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাটোও এবাৰ চাই মতামত দিবচোন।

ৱিকিপিডিয়াত লিখাৰ বাবে ধন্যবাদ। আগলৈকো লিখি থাকে যেন।

প্রভাকৰ শৰ্মা নেওগ (talk) 07:06, 20 অক্টোবৰ 2014 (UTC)