ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: আগষ্ট, ২০১৩


অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোণ


এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।


Emblem-readnews.svg
জুলাই/আগষ্ট, ২০১৩অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:


অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২৩০০ টালৈ বৃদ্ধি পালে। (২০ জুলাই, ২০১৩)


ভাল প্ৰবন্ধ


অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ


মৰণা মৰাৰ পাছত বা দিবলৈ ধানবোৰ বিশেষ কায়দাৰে বহলকৈ ছটিয়াই লোৱাৰ দৃশ্য। আলোকচিত্ৰশিল্পী: মিণ্টু বৰগোঁহাই
নিৰ্বাচিত চিত্ৰ



অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
  • জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা "ৰূপহী" অসমীয়া ৱিকিউৎসত অনামিকা বৰুৱাই লিখি উলিয়াইছে।


সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
অনিমেষ বৰা ২১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (প্ৰশাসক) ১০৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপাংকৰ চেতিয়া ৮৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা ৪২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰঞ্জিৎ শৰ্মা ২৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
যুগল চন্দ্ৰ বৰা ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )




প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ


অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক গোট https://www.facebook.com/groups/assamwikigroup/

অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক পৃষ্ঠা https://www.facebook.com/aswikipedia