সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ| ছেপ্টেম্বৰ | ২০২২ | নৱম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৰ্বপ্ৰথমে অগ্ৰজসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

কুলধৰ ৰাভা মামাৰ পৰা 'ৱিকি'ৰ বিষয়ে শুনি কিছুদিন আগত অসমীয়া ৱিকিপিডিয়াত একাউণ্ট এটা খুলিছিলোঁ। 'ৱিকিপিডিয়া' আৰু 'ৱিকিউৎস'ৰ পাৰ্থক্য বুজাই দিয়াৰ পৰা আদি কৰি সম্পাদনা কৰালৈকে তেখেতেই মোক পাৰ্যমানে সহায় কৰি আহিছে। ইয়াৰ পূৰ্বে 'ৱিকি' সম্পৰ্কে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল। এই ক্ষেত্ৰখনৰ সৈতে চিনাকি কৰাই দিয়া বাবে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়াও শিকিবলগীয়া কথা সৰহ। লাহে লাহে শিকি-বুজি যাবলৈ যত্ন কৰিম।

ভৱজিৎ বায়ন প্ৰণীত 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' আৰু ড° ৰমেশ পাঠক প্ৰণীত 'অসমীয়া ভাষাৰ ইতিহাস'ত দাঙি ধৰা তথ্য অনুসৰি খ্ৰীষ্টীয় তৃতীয় শতাব্দী মানৰ ভিতৰত ভাৰতৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা পাঁচ প্ৰকাৰৰ প্ৰাকৃতৰ ভিতৰত প্ৰধানতঃ মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে। উদ্ভৱ কালৰ পৰা ক্ৰমবিৱৰ্তনৰ মাজেদি আহি অসমীয়া ভাষাই আজিৰ ৰূপ লাভ কৰে। ইতিহাসে ঢুকি নোপোৱা কালৰো বাৰ্তাবাহক কোনো এটা ভাষা প্ৰাণৱন্ত হৈ থাকে ভাষাটোক চৰ্চা কৰা লোকসকলৰ মাজত। বিশ্বায়নৰ যুগত তথ্য-প্ৰযুক্তিয়ে ইন্ধন হিচাপে কাম কৰিছে। এই তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰি 'ৱিকি'ৰ দৰে এক মুক্ত বিশ্বকোষ অসমীয়া ভাষাত সৃষ্টি কৰা সুদূৰপ্ৰসাৰী চিন্তাধাৰাৰ ব্যক্তিসকলক এই চেগতে শলাগিছোঁ। ইয়ে ভাষাটোৰ উন্নতিৰ হকে কাম কৰিবলৈ অনাগত দিনত নৱপ্ৰজন্মৰ বাটকটীয়া হিচাপে কাৰ্য সম্পাদন কৰিব বুলি মই বিশ্বাসী।

বৰ্তমান সময়ত ইংৰাজী ভাষাক অতি মৰ্যাদাপূৰ্ণ উচ্চ ভাষা বুলি গণ্য কৰি প্ৰশাসন, অফিচ-কাছাৰী তথা কাৰিকৰী শিক্ষাৰ মাধ্যম হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। অভিজাত্য প্ৰকাশৰ বাহক ৰূপেও ইংৰাজী ভাষা ব্যৱহাৰ কৰা দেখা যায়। এনে এক স্থলত আইৰ মুখৰ সুৱদী-সুৰীয়া অসমীয়া ভাষাটোৰ হিতাৰ্থে যৎকিঞ্চিৎ কৰিব পাৰিলে তাতেই মই মোৰ জীৱনৰ সাৰ্থকতা বিচাৰি পাম।

শেষত কʼব বিচাৰিম যে, অসম তথা অসমীয়া ভাষা-সংস্কৃতিক অঙ্কীয় পৃথিৱীৰ মানসপটত প্ৰতিষ্ঠাৰ্থে 'অসমীয়া ৱিকিমিডিয়া'ৰ সক্ৰিয় সদস্যসকলৰ দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাত হাত উজান দিবলৈ পাই মই সুখী হৈছোঁ।

ধন্যবাদ।

 চন্দ্ৰিমা ৰাভা (বাৰ্তা) 00:43, 28 August 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

দ্য টাইমছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ টয়/TOI নামেৰেও জনাজাত) হৈছে দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ মাধ্যম। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত। ই ভাৰতৰ আটাইতকৈ পুৰণি ইংৰাজী ভাষাৰ কাকত, আৰু এতিয়াও প্ৰচলিত দ্বিতীয় পুৰণি ভাৰতীয় কাকত। ইয়াৰ প্ৰথম সংস্কৰণ ১৮৩৮ চনত প্ৰকাশ পাইছিল। ইয়াক "বৰি বন্দৰৰ বৃদ্ধ ভদ্ৰমহিলা" উপনামেৰে জনা যায় আৰু ই এখন ভাৰতীয় "অভিলেখৰ বাতৰি কাকত।"

কুৰি শতিকাৰ আৰম্ভণিৰ ওচৰত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে টাইমছ অৱ ইণ্ডিয়াক "এছিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ" বুলি অভিহিত কৰিছিল। ১৯৯১ চনত বিবিচিয়ে ইয়াক বিশ্বৰ ছখন শ্ৰেষ্ঠ বাতৰি কাকতৰ ভিতৰত স্থান দিয়ে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ আধাৰৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০২

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎অৰ্শদ নাদীম

অন্যান্য

  1. দলগত কাম
  2. ‎জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী
  3. চীনা বৌদ্ধধৰ্ম
  4. বিশ্ব মহ দিৱস
  5. লাৰকানা
  6. মকৰ ক্ৰান্তি
  7. মুক্ত সম্পৰ্ক
  8. কুমাঊঁ বিভাগ
  9. শুদ্ধভূমি বৌদ্ধধৰ্ম
  10. গেছ
  11. খো খো

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. অচিন্ত্য শিউলি
  2. মিথিলেশ চতুৰ্বেদী
  3. প্ৰিয়ংকা গোস্বামী
  4. ‎লক্ষ্য সেন
  5. অচন্ত শৰৎ কমল
  6. চিৰাগ শেট্টী
  7. সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী
  8. ‎এলডোজ পল
  9. ‎শ্ৰীজা আকুলা
  10. লাভলী চৌবে
  11. নৰেন্দ্ৰ দাভোলকাৰ
  12. ৰমেশবাবু প্ৰজ্ঞানন্দ
  13. মিতালী মধুমিতা
  14. উদয় উমেশ ললিত

অন্যান্য

  1. ২০২২ কমনৱেলথ গেমছত ভাৰত
  2. ‎সত্যমেৱ জয়তে
  3. বংগমাতা
  4. ‎বংগৰ নৱজাগৰণ
  5. ধীৱৰা (সংগীত)
  6. বাঙালী জাতি
  7. বাঙালী মুছলিম
  8. ‎য়ে মেৰে ৱতন কে লোগো
  9. কমনৱেলথ গেমছত ভাৰতবৰ্ষ
  10. দ্য টাইমছ অৱ ইণ্ডিয়া
  11. ভাৰতীয় স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি
  12. দ্য হিন্দু
  13. গৌড় ৰাজ্য
  14. বংগ চুলতানী
  15. বংগ চুবাঃ
  16. বেংগল প্ৰেচিডেঞ্চি
  17. বংগৰ বিভাজন (১৯৪৭)
  18. পূৰ্ব বংগ
  19. বাঙালী হিন্দু
  20. মিজো খাদ্যাভ্যাস
  21. উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ
  22. কলিকতা জিলা

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

  1. যমান্তক
  2. সদাশিৱ
  3. গংগাঋদ্ধি
  4. বিনায়কী

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎সনাতন হাজৰিকা
  2. ‎নয়নমণি শইকীয়া
  3. ‎বিশ্বজ্যোতি শৰ্মা
  4. মনোৰঞ্জন শাস্ত্ৰী
  5. আব্দুছ ছাত্তাৰ
  6. কমলা শইকীয়া
  7. তানিয়া চৌধুৰী
  8. হৰিবিলাস আগৰৱালা
  9. ৰোষেশ্বৰ বৰুৱা
  10. টুনুজ্যোতি গগৈ
  11. শ্ৰীশ্ৰীৰাম চন্দ্ৰ দাস
  12. তিলোত্তমা বৰুৱা

গ্ৰন্থ বিষয়ক

  1. মৰমৰ দেউতা

চলচ্চিত্ৰ বিষয়ক

  1. লালেটাপু ১৯৮৩

অন্যান্য

  1. ‎লখিমী সবাহ
  2. তাম্ৰেশ্বৰ দেৱালয়
  3. ‎চিয়াগীত
  4. অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন (২০২০)
  5. দোৰোলা
  6. ‎ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম‎
  7. ৰঙা চাহ
  8. ‎বোকাখেচা ভাওনা
  9. অসমত হাতী চিকাৰ আৰু হাতী পোহ মনোৱা
  10. অসমীয়া লোকসাহিত্যত হাতী আৰু মাউত

সানমিহলি

  1. কাৱৈ মাছ
  2. চেনীপুঠি
  3. পুঠি মাছ
  4. শিঙৰা মাছ
  5. চেঙেলী মাছ
  6. ‎খলিহনা মাছ
  7. মাগুৰ মাছ
  8. গৰৈ মাছ
  9. মিৰিকা টেঙা
  10. নৰা বগৰী
  11. ৰূপহী থেকেৰা
  12. পৰা আমলখি
  13. বিলম্বি টেঙা
  14. ঢেকীয়া লতা
  15. ঢেকীয়া
  16. নাগচম্পা
  17. চামকঁ‌ঠাল
  18. বহঁ‌ত
  19. নুনী
  20. ৰঙা নুনী
  21. ক’লা নুনী
  22. চোম গছ
  23. ক'লা চাউল
  24. ৰামবুটান
  25. পুৰণি পুথি সংগ্ৰহ আৰু বিতৰণ
  26. লালেটাপু সংঘৰ্ষ
  27. আন-নূৰ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
মইনাপৰীয়া নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পালনৰ দৃশ্য। অসমৰ যোৰহাট চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবে, ঢেকীয়া খোৱা গাঁৱত এই নামঘৰটো অৱস্থিত। মইনাপৰীয়া নামঘৰ, নৰসিংহ মুৰাৰীৰ নামত উৎসৰ্গিত এটা পৰ্যটকৰ আকৰ্ষক নামঘৰ।
আলোকচিত্ৰ শিল্পী: প্ৰণামী বৰদলৈ
উল্লেখনীয় ৱিকিমিডিয়ান

ঈশান কাশ্যপ হাজৰিকা: ২০১৩ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। উত্তৰ লখিমপুৰৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ৩,৮৪৪টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪৫। ৱিকিডাটা, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও তেওঁ বৰঙণি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিমিডিয়ান”, “প্ৰতিভাবান ন-সম্পাদকৰ পদক”, “শততম প্ৰবন্ধ পদক”, “The Teamwork Barnstar”, “বিশেষ নক্ষত্ৰ পদক”, “ব্যৱসায় আৰু অৰ্থনীতি পদক”, “বৌদ্ধ ধৰ্ম পদক”, “অমূল্য অৱদান পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ঈশান কাশ্যপ হাজৰিকা
The Feather Barnstar
প্ৰিয়াংকুশ ডেকা
বিশিষ্ট অনুবাদক পদক
ঈশান কাশ্যপ হাজৰিকা
শল্কলী পদক
চন্দন চিৰিং ফুকন
উদগণি পদক
চন্দ্ৰিমা ৰাভা,
মৃদুল চন্দ্ৰ শৰ্মা,
গীতাশ্ৰী গগৈ আপ্তে






বিশেষ অভিলেখ
আগষ্ট-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

আগষ্ট মাহত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সক্ৰিয় সদস্য চন্দন চিৰিং ফুকনে সৰ্বাধিক ৩২টা প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ৪০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক (লেখক: প্ৰশান্ত কুমাৰ দাস, ২০১৫)
এখনি উমাল চাদৰ (লেখিকা:হিমাশ্ৰী ভাগৱতী, ২০১৯)
পাঁ‌চনি (লেখক: লক্ষ্মীনাথ বেজবৰুৱা, ১৯১৩)
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
চাণক্য কুমাৰ দাস৫৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ভাস্কৰজ্যোতি ভূঞা৪৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন৩৫৩৫৪- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা৯৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ২৭৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা১১৬১০২৫২২৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ২৩৪-১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী১৪১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰিয়াংকুশ ডেকা৮৯-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০Scatter2021১৩৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১অপূৰ্ব শৰ্মা৩৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ঈশান জ্যোতি বৰা৫৯১৩৮- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩গীতাশ্ৰী গগৈ আপ্তে২৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪দিব্য দত্ত২৭৫১৪২৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫দীপকজ্যোতি মহন্ত৪১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: চন্দ্ৰিমা ৰাভা, মৃদুল চন্দ্ৰ শৰ্মা, অজয় দাস, QueerEcofeminist

ইনকুবেটৰ (Wq/as): প্ৰণামিকা অধিকাৰী, চাণক্য কুমাৰ দাস, দিব্য দত্ত, চন্দন চিৰিং ফুকন, ঈশান জ্যোতি বৰা, দীপকজ্যোতি মহন্ত, প্ৰিয়াংকুশ ডেকা

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।