মিথিলেশ চতুৰ্বেদী
অৱয়ব
| মিথিলেশ চতুৰ্বেদী | |
|---|---|
![]() | |
| জন্ম | ১৫ অক্টোবৰ, ১৯৫৪ লক্ষ্ণৌ, উত্তৰপ্ৰদেশ, ভাৰত |
| মৃত্যু | ৩ আগষ্ট, ২০২২ (৬৭ বছৰ) লক্ষ্ণৌ, উত্তৰপ্ৰদেশ, ভাৰত |
| পেচা | অভিনয় |
মিথিলেশ চতুৰ্বেদী (ইংৰাজী: Mithilesh Chaturvedi; ১১ অক্টোবৰ ১৯৫৪ – ৩ আগষ্ট ২০২২)[1] এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু ৰঙ্গমঞ্চ অভিনেতা আছিল।
জীৱনী
[সম্পাদনা কৰক]মিথিলেশ চতুৰ্বেদী এগৰাকী ভাৰতীয় অভিনেতা আছিল, তেওঁ সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল৷[2]
চতুৰ্বেদীয়ে “কই... মিল গয়া”, “সত্য”, “গদাৰ: এক প্ৰেম কথা”, “মোহল্লা আছি”, “খ্ৰীষ”, আৰু “স্ক্যম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্ট'ৰী”ৰ দৰে ৱেব ছিৰিজত কাম কৰিছিল। তেওঁ পৰিচালক প্ৰেম তিৱাৰী, কুঁৱৰ কল্যাণ সিং, বনসী কৌল, সূৰ্য মোহন কুলশ্ৰেষ্ঠ, দীন নাথ, উৰ্মিল থাপলিয়ালকে আদি কৰি অনুপম খেৰৰ লগতো অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| বৰ্ষ | শিৰোনাম | পৰিচালক | চৰিত্ৰ |
| ১৯৯৭ | ভাই ভাই | ছিকান্দৰ ভাৰতী | |
| ১৯৯৮ | সত্য | ৰাম গোপাল বৰ্মা | বিল্ডাৰ মালহোত্ৰা |
| ১৯৯৯ | তাল | সুভাষ ঘাই | ৰামভজন |
| ২০০০ | ফিজা | খালিদ মহম্মদ | |
| ২০০১ | গদাৰ: এক প্ৰেম কথা | অনিল শৰ্মা | ইদ্ৰিছ ( বাতৰি কাকতৰ সম্পাদক) |
| ২০০১ | আকছ | ৰাকেশ ওমপ্ৰকাশ মেহৰা | পি এমৰ সহায়ক |
| ২০০১ | অশোক দ্য গ্ৰেট | সন্তোষ শিৱন | কলিংগ মন্ত্ৰী |
| ২০০২ | ৰ’ড | ৰজত মুখাৰ্জী | বৃদ্ধলোক |
| ২০০৩ | কই... মিল গয়া | ৰাকেশ ৰোচন | মিঃ মাথুৰ (কম্পিউটাৰ বিশেষজ্ঞ) |
| ২০০৩ | কায়ামত (টিভি চিৰিজ) | প্ৰীত | |
| ২০০৫ | কিষ্ণা : দ্য ৱাৰিয়ৰ পয়েট | সুভাষ ঘাই | বিষ্ণু প্ৰসাদ |
| ২০০৫ | চিনন্দুৰ তেৰে নাম কা (টিভি চিৰিজ) | গিৰধাৰী প্ৰসাদ | |
| ২০০৫ | বাণ্টি ঔৰ বাবলি | ছাদ আলী | |
| ২০০৬ | খ্ৰীষ | ৰাকেশ ৰোচন | মিষ্টাৰ মাথুৰ (কেমিঅ’) |
| ২০০৭ | গান্ধী, মাই ফাডাৰ | ফিৰোজ আব্বাছ খান | জাকাৰিয়া |
| ২০০৮ | হাল্লা বল | ৰাজকুমাৰ সন্তোষী | |
| ২০০৮ | ক্ৰাজি ৪ | জয়দীপ সেন | |
| ২০০৯ | আজাব প্ৰেম কী গাজাব কাহানী | ৰাজকুমাৰ সন্তোষী | মিষ্টাৰ পিণ্টো |
| ২০১১ | মনিকা | সুষেন ভটনাগৰ | প্ৰতিৰক্ষা অধিবক্তা |
| ২০১১ | ৰেডী | আনীছ বাজমী | পাঠক |
| ২০১১ | মাই ফ্ৰেইণ্ড পিণ্টো | ৰাঘৱ দৰ | মাটিয়ানি |
| ২০১৩ | ফাটা প’ষ্টাৰ নিকলা হিৰ’ | ৰাজকুমাৰ সন্তোষী | বিস্কুট |
| ২০১৪ | নীলী চত্ৰী ৱালে (টিভি চিৰিজ) | আত্মাৰাম চৌবে | |
| ২০১৫ | মোহল্লা আছি[3][4][5] | চন্দ্ৰ প্ৰকাশ দ্বিবেদী | দয়া সিং |
| ২০১৬–২০১৯ | ভাবিজী ঘৰ পৰ হে! | শশাংক বালি | লেখক অভয় আশিয়ানা, বিচাৰক, ডকাইত আৰু বিভিন্ন চৰিত্ৰ |
| ২০১৯ | অৰ্জুন পাটিয়ালা | ৰোহিত জুগৰাজ | ভাটিয়া জী |
| ২০১৯ | লাইফ মে টাইম নেহী হে কিসি কো | মনোজ শৰ্মা | |
| ২০২০ | স্ক্যম ১৯৯২: হৰ্ষদ মেহতাৰ ষ্ট’ৰী | হান্সল মেহতা | ৰাম জেঠমলানি[6] |
| ২০২১ | ফিজা মেইন তাপিছ | ৰহাট খান | ইমম |
| ২০২২ | বাঞ্চাদা |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Veteran actor Mithilesh Chaturvedi passes away of heart ailment in Lucknow
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2022-08-05. https://web.archive.org/web/20220805080553/https://popdiaries.com/2022/08/04/actor-mithilesh-chaturvedi-passes-away-at-68-here-are-some-of-his-best-works-till-now/। আহৰণ কৰা হৈছে: 2022-08-05.
- ↑ IANS (15 November 2018). "'Mohalla Assi': Astutely mounted but verbose and clunky (IANS Review, Rating: **)". Business Standard India. https://www.business-standard.com/article/news-ians/mohalla-assi-astutely-mounted-but-verbose-and-clunky-ians-review-rating-118111501147_1.html.
- ↑ "'Mohalla Assi' review: Astutely mounted but verbose and clunky". The New Indian Express. https://www.newindianexpress.com/entertainment/review/2018/nov/15/mohalla-assi-review-astutely-mounted-but-verbose-and-clunky-1898759.html। আহৰণ কৰা হৈছে: 21 April 2021.
- ↑ "Mohalla Assi" (en ভাষাত). The Times of India. 21 November 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/previews/mohalla-assi/articleshow/66733585.cms.
- ↑ Magan, Srishti (17 October 2020). "Real Vs. Reel: Characters In 'Scam 1992: The Harshad Mehta Story' & Their Real-Life Counterparts" (English ভাষাত). www.scoopwhoop.com. Archived from the original on 11 April 2021. https://web.archive.org/web/20210411104120/https://www.scoopwhoop.com/entertainment/a-look-at-the-characters-in-scam-1992-their-real-life-counterparts/। আহৰণ কৰা হৈছে: 21 April 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মিথিলেশ চতুৰ্বেদী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
