সদস্য:চন্দ্ৰিমা ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আন্তৰিক নমস্কাৰ। অসমীয়া ৱিকিপিডিয়াই মোৰ জিজ্ঞাসু মনটোক পৰিতৃপ্তি প্ৰদান কৰে। মই ইয়াত শিকিবলৈ আহিছোঁ , তাৰ লগে লগে নিজা বৰঙনি আগবঢ়াই যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম।

জয় জয়তু অসমীয়া ৱিকিমিডিয়া।