সদস্য বাৰ্তা:চন্দ্ৰিমা ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

AdoroniBot (বাৰ্তা) 05:46, 21 June 2022 (ইউ.টি.চি.)Reply[উত্তৰ দিয়ক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক[সম্পাদনা কৰক]

New editor delivery.png প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। প্ৰবন্ধ লিখাৰ ক্ষেত্ৰত কমসময়তে কৌশলসমূহ আয়ত্ত কৰাৰ বাবেও আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 00:17, 1 August 2022 (ইউ.টি.চি.)Reply[উত্তৰ দিয়ক]

উদগণি বঁটা[সম্পাদনা কৰক]

SpecialBarnstar.png উদগণি পদক
দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ পিছতো সময় উলিয়াই অসমীয়া ৱিকিপিডিয়াৰ বাবে বৰঙণি আগবঢ়োৱাৰ আগ্ৰহৰ বাবে আপোনালৈ এই বিশেষ উদগণি পদক এটি আগবঢ়ালো। আশাকৰোঁ ভবিষ্যতলৈ আপুনি এগৰাকী অধিক সক্ৰিয় ৱিকিপিডিয়ান হৈ উঠিব।-অসমীয়া ৱিকিমিডিয়া সমাজ