ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অত্যাৱশ্যকীয় প্ৰবন্ধ
প্ৰথম স্তৰ     দ্বিতীয় স্তৰ     তৃতীয় স্তৰ     চতুৰ্থ স্তৰ     পঞ্চম স্তৰ
চমুপথবোৰ:
WP:VA
WP:VITAL

বিশেষ দ্ৰষ্টব্য: এই তালিকাখন মেটা-ৱিকিৰ গোলকীয় তালিকাৰ প্ৰতিলিপি। অনুগ্ৰহ কৰি এই তালিকাখন পোনপটিয়াকৈ সলনি নকৰে যেন। আপুনি যদি কোনো বিষয় ইয়াত সংযোগ কৰিব বিচাৰে, প্ৰথমে মেটা-ৱিকিৰ আলোচনা পৃষ্ঠাত আলোচনা কৰক। কোনো বিষয় সংযোগ বা বিলোপ কৰিবৰ বাবে উপযুক্ত যুক্তি দৰ্শোৱা প্ৰয়োজন।

এই তালিকাখনত অন্তৰ্ভুক্ত কৰা প্ৰবন্ধসমূহ প্ৰতিখন ৱিকিপিডিয়াতে থকাতো অত্যাৱশ্যকীয় হিচাপে বিবেচনা কৰা হয়। এই প্ৰবন্ধসমূহ উচ্চ মানদণ্ডৰ তথা নিৰ্বাচিত প্ৰবন্ধ হোৱাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াতো এই প্ৰবন্ধসমূহ থকাটো প্ৰয়োজনীয়। আপুনিও এই প্ৰবন্ধসমূহ সৃষ্টি বা বিস্তাৰ কৰাত সহায় কৰিব পাৰে। অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক।

এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ১,০০০ অত্যাৱশ্যকীয় প্ৰবন্ধক তালিকাভুক্ত কৰা হৈছে। এই তালিকা হৈছে ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ তৃতীয় স্তৰ। ১০,০০০ প্ৰবন্ধ সমৃদ্ধ বিস্তাৰিত তালিকা চতুৰ্থ স্তৰৰ এখনো ইয়াত উপলব্ধ আছে। আন দুখন চমু তালিকা ক্ৰমে দ্বিতীয় স্তৰৰ ১০০টা প্ৰবন্ধ আৰু প্ৰথম স্তৰৰ শীৰ্ষ ১০টা প্ৰবন্ধও আছে। এই তালিকাখনৰ নবীনতম সংস্কৰণটোৰ বাবে এই লিঙ্কটো চাব পাৰে। পঞ্চম স্তৰৰ আন এখন তালিকা আছে, যিখনত ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াবোৰত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা দিয়া হৈছে।

৬৮.২% প্ৰবন্ধ সৃষ্টি কৰা হ'ল

   

বিষয়বস্তু অনুসৰি প্ৰবন্ধৰ সংখ্যা
বিষয় প্ৰবন্ধৰ সংখ্যা প্ৰবন্ধ আছে প্ৰবন্ধ নাই
জীৱনী ২০৪ ৯৭ ১০৭
দৰ্শন আৰু মনোবিজ্ঞান ১৮ ১০
বিশ্ববীক্ষা আৰু ধৰ্ম ২৫ ১৫ ১০
সমাজ বিজ্ঞান ৭০ ৪৩ ২৭
ভাষা আৰু সাহিত্য ৪৬ ২১ ২৫
প্ৰমিতি ১২ ১২
বিজ্ঞান ২৫৭ ২৩৮ ১৯
খাদ্য আৰু কৃষি ৩৪ ২৬
প্ৰযুক্তি ৬৭ ২৮ ৩৯
কলা আৰু বিনোদন ৭৫ ২৯ ৪৬
ইতিহাস ৪৬ ২০ ২৬
ভূগোল ১৪৬ ১১২ ৩৪
মুঠ ১০০০ ৬৫১ ৩৪৯

* এই তালিকাখন অন্তিমবাৰৰ বাবে ২৯ জুলাই ২০২১-ত সংশোধন কৰা হৈছিল।

শিল্পী আৰু স্থপতিবিদ[সম্পাদনা কৰক]

লেখক, নাট্যকাৰ আৰু কবি[সম্পাদনা কৰক]

  1. চাৰ্লছ ডিকেন্স (en:Charles Dickens)
  2. ফিওদোৰ দস্তয়েভস্কি (en:Fyodor Dostoevsky)
  3. নাগিব মাহফুজ (en:Naguib Mahfouz)
  4. গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ (en:Gabriel García Márquez)
  5. হোমাৰ (en:Homer)
  6. ফ্ৰান্‌জ কাফ্‌কা (en:Franz Kafka)
  7. কালিদাস (en:Kālidāsa)
  8. মাৰ্চেল প্ৰুষ্ট (en:Marcel Proust)
  9. উইলিয়াম শ্বেইকছপীয়েৰ (en:William Shakespeare)
  10. ৰবীন্দ্ৰনাথ ঠাকুৰ (en:Rabindranath Tagore)
  11. লীঅ' টলষ্টয় (en:Leo Tolstoy)
  12. মাৰ্ক টোৱেইন (en:Mark Twain)
  13. দান্তে আলিগিয়েৰি (en:Dante Alighieri)
  14. আবু নুৱাচ (en:Abu Nuwas)
  15. হান্স খ্ৰীষ্টিয়ান এণ্ডাৰচন (en:Hans Christian Andersen)
  16. মাৎসু বাসো (en:Matsuo Bashō)
  17. হাফিজ শ্বিৰাজী (en:Hafez)
  18. হোৰ্হে লুইচ বৰ্হেচ (en:Jorge Luis Borges)
  19. লৰ্ড বায়ৰন (en:Lord Byron)
  20. মিগেল দে চেৰ্ভানটেচ (en:Miguel de Cervantes)
  21. জেফ্ৰী চচাৰ (en:Geoffrey Chaucer)
  22. এণ্টন চেকভ (en:Anton Chekhov)
  23. য়োহান ভোল্ফগেং ফন গ্যোটে (en:Johann Wolfgang von Goethe)
  24. ভিক্টৰ হিউগ' (en:Victor Hugo)
  25. জেমছ জয়ছ (en:James Joyce)
  26. লি বাই (en:Li Bai)
  27. মলিয়েৰ (en:Molière)
  28. অ'ভিদ (en:Ovid)
  29. আলেকজেণ্ডাৰ পুস্কিন (en:Alexander Pushkin)
  30. সোফোক্লেচ (en:Sophocles)
  31. ভেৰ্গিল (en:Virgil)


সুৰকাৰ আৰু সঙ্গীতশিল্পী[সম্পাদনা কৰক]

অভিযাত্ৰী আৰু ভ্ৰমণকাৰী[সম্পাদনা কৰক]

চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু অভিনয় শিল্পী[সম্পাদনা কৰক]

উদ্ভাৱক, বিজ্ঞানী আৰু গণিতজ্ঞ[সম্পাদনা কৰক]

  1. আৰ্কিমিডিছ (en:Archimedes)
  2. টিম বাৰ্নাৰ্ছ লী (en:Tim Berners-Lee)
  3. ব্ৰহ্মগুপ্ত (en:Brahmagupta)
  4. নিক'লাচ ক'পাৰ্নিকাচ (en:Nicolaus Copernicus)
  5. মেৰী কুৰী (en:Marie Curie)
  6. চাৰ্লছ ডাৰউইন (en:Charles Darwin)
  7. টমাছ আলভা এডিচন (en:Thomas Edison)
  8. এলবাৰ্ট আইনষ্টাইন (en:Albert Einstein)
  9. ইউক্লিড (en:Euclid)
  10. লিঅ'নাৰ্ড অইলাৰ (en:Leonhard Euler)
  11. মাইকেল ফেৰাডে (en:Michael Faraday)
  12. হেনৰী ফৰ্ড (en:Henry Ford)
  13. গেলিলিঅ’ গেলিলি (en:Galileo Galilei)
  14. কাৰ্ল ফ্ৰিডৰিখ গাউছ (en:Carl Friedrich Gauss)
  15. য়'হানেছ গুটন্‌বাৰ্গ (en:Johannes Gutenberg)
  16. জহান্স কেপলাৰ (en:Johannes Kepler)
  17. কাৰ্ল লিনিয়াছ (en:Carl Linnaeus)
  18. আইজাক নিউটন (en:Isaac Newton)
  19. লুই পেষ্ট'ৰ (en:Louis Pasteur)
  20. মেক্স প্লেংক (en:Max Planck)
  21. আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড (en:Ernest Rutherford)
  22. নিক'লা টেছলা (en:Nikola Tesla)
  23. এলান ট্যুৰিং (en:Alan Turing)
  24. ইবন চিনা (en:Avicenna)
  25. এনৰিক' ফাৰ্মী (en:Enrico Fermi)
  26. গালেন (en:Galen)
  27. ডাভিড হিলবাৰ্ট (en:David Hilbert)
  28. জেমছ প্ৰেস্কট জুল (en:James Prescott Joule)
  29. আল খোৱাৰিজমি (en:Muhammad ibn Musa al-Khwarizmi)
  30. গট‌ফ্ৰিড লাইব‌নিৎস (en:Gottfried Wilhelm Leibniz)
  31. জেমছ ক্লাৰ্ক মেক্সৱেল (en:James Clerk Maxwell)
  32. ডিমিট্ৰী মেণ্ডেলিভ (en:Dmitri Mendeleev)
  33. আৰৱিন শ্ৰুডিঙগাৰ (en:Erwin Schrödinger)
  34. জেমছ ৱাট (en:James Watt)

দাৰ্শনিক আৰু সমাজ বিজ্ঞানী[সম্পাদনা কৰক]

ৰাজনীতিবিদ[সম্পাদনা কৰক]

  1. সম্ৰাট অশোক (en:Ashoka)
  2. নেপোলিয়ন বোনাপাৰ্ট (en:Napoleon)
  3. জুলিয়াছ চিজাৰ (en:Julius Caesar)
  4. মোহনদাস কৰমচান্দ গান্ধী (en:Mohandas Karamchand Gandhi)
  5. চেংগিজ খান (en:Genghis Khan)
  6. চে গোৱেৰা (en:Che Guevara)
  7. এডল্ফ হিটলাৰ (en:Adolf Hitler)
  8. জোন অফ আৰ্ক (en:Joan of Arc)
  9. মাৰ্টিন লুথাৰ কিং, অনুজ (en:Martin Luther King, Jr.)
  10. ভ্লেডিমিৰ লেনিন (en:Vladimir Lenin)
  11. নেলছন মেণ্ডেলা (en:Nelson Mandela)
  12. মাও জেদং (en:Mao Zedong)
  13. জৱাহৰলাল নেহৰু‎‎ (en:Jawaharlal Nehru)
  14. ক্যিন ছি হোৱং (en:Qin Shi Huang)
  15. আকবৰ (en:Akbar)
  16. আলেকজেণ্ডাৰ (en:Alexander the Great)
  17. মোস্তাফা কামাল আতাতুৰ্ক (en:Mustafa Kemal Atatürk)
  18. আগষ্টাচ (en:Augustus)
  19. অটো ৱন বিজমাৰ্ক (en:Otto von Bismarck)
  20. সিমন বলিভাৰ (en:Simón Bolívar)
  21. শাৰ্লেমেন (en:Charlemagne)
  22. ৱিনষ্টন চাৰ্চিল (en:Winston Churchill)
  23. মহান কনষ্টেনটাইন (en:Constantine the Great)
  24. মহান চাইৰাচ (en:Cyrus the Great)
  25. চাৰ্লচ দ্য গ'ল (en:Charles de Gaulle)
  26. এলিজাবেথ প্ৰথম (en:Elizabeth I of England)
  27. আব্ৰাহাম লিংকন (en:Abraham Lincoln)
  28. লুই চতুৰ্থ (en:Louis XIV of France)
  29. ৰোজা লাক্সেমবাৰ্গ (en:Rosa Luxemburg)
  30. কোৱামে নক্ৰুমা (en:Kwame Nkrumah)
  31. মহান পিটাৰ (en:Peter the Great)
  32. ফ্ৰেঙ্কলিন ৰোজাভেল্ট (en:Franklin D. Roosevelt)
  33. সালাহউদ্দিন (en:Saladin)
  34. যোছেফ ষ্টালিন (en:Joseph Stalin)
  35. ছুলেইমান প্ৰথম (en:Suleiman the Magnificent)
  36. চান য়াট-চেন (en:Sun Yat-sen)
  37. তৈমুৰ লং (en:Timur)
  38. ওমৰ (en:Umar)
  39. জৰ্জ ৱাশ্বিংটন (en:George Washington)

ধৰ্মীয় গুৰু আৰু ধৰ্মতত্ত্ববিদ[সম্পাদনা কৰক]

  1. ইব্ৰাহিম (en:Abraham)
  2. গৌতম বুদ্ধ (en:Buddha)
  3. মুহাম্মাদ (en:Muhammad)
  4. যীশু (en:Jesus)
  5. টমাচ আকুইনাচ (en:Thomas Aquinas)
  6. হিপ্পোৰ আগষ্টিন (en:Augustine of Hippo)
  7. আল-গজ্জালি (en:Al-Ghazali)
  8. মাৰ্টিন লুথাৰ (en:Martin Luther)
  9. মোজেচ (en:Moses)
  10. নাগাৰ্জুন (en:Nagarjuna)

দৰ্শন আৰু মনোবিজ্ঞান[সম্পাদনা কৰক]

দৰ্শন[সম্পাদনা কৰক]

মনোবিজ্ঞান[সম্পাদনা কৰক]

  1. আচৰণ (en:Behavior)
  2. আবেগ (en:Emotion)
  3. প্ৰেম (en:Love)
  4. মনোবিজ্ঞান (en:Psychology)
  5. চিন্তা (en:Thought)

বিশ্ববীক্ষা আৰু ধৰ্ম[সম্পাদনা কৰক]

সমাজ বিজ্ঞান[সম্পাদনা কৰক]

  1. সমাজ (en:Society)
  2. সভ্যতা (en:Civilization)
  3. শিক্ষা (en:Education)

পৰিয়াল আৰু সম্বন্ধ[সম্পাদনা কৰক]

  1. পৰিয়াল (en:Family)
  2. শিশু (en:Child)
  3. পুৰুষ (en:Man)
  4. বিবাহ (en:Marriage)
  5. মহিলা (en:Woman)

ৰাজনীতি[সম্পাদনা কৰক]

  1. ৰাজনীতি (en:Politics)
  2. নৈৰাজ্যবাদ (en:Anarchism)
  3. ঔপনিৱেশিকতাবাদ (en:Colonialism)
  4. সাম্যবাদ (en:Communism)
  5. ৰক্ষণশীলতাবাদ (en:Conservatism)
  6. গণতন্ত্ৰ (en:Democracy)
  7. একনায়কত্ববাদ (en:Dictatorship)
  8. কূটনীতি (en:Diplomacy)
  9. ফেছিবাদ (en:Fascism)
  10. গোলকীকৰণ (en:Globalization)
  11. চৰকাৰ (en:Government)
  12. মতাদৰ্শ (en:Ideology)
  13. সাম্ৰাজ্যবাদ (en:Imperialism)
  14. উদাৰনৈতিকতাবাদ (en:Liberalism)
  15. মাৰ্ক্সবাদ (en:Marxism)
  16. ৰাজতন্ত্ৰ (en:Monarchy)
  17. জাতীয়তাবাদ (en:Nationalism)
  18. গণৰাজ্য (en:Republic)
  19. সমাজবাদ (en:Socialism)
  20. ৰাষ্ট্ৰ (en:State (polity))
  21. ৰাজনৈতিক দল (en:Political party)
  22. প্ৰপাগাণ্ডা (en:Propaganda)
  23. সন্ত্ৰাসবাদ (en:Terrorism)

বাণিজ্য আৰু অৰ্থনীতি[সম্পাদনা কৰক]

  1. অৰ্থনীতি (en:Economics)
  2. মূলধন (অৰ্থনীতি) (en:Capital (economics))
  3. পুঁজিবাদ (en:Capitalism)
  4. প্ৰচলিত মুদ্ৰা (চলাৰ্থ) (en:Currency)
    1. ইউৰো (en:Euro)
    2. জাপানীজ য়েন (en:Japanese yen)
    3. আমেৰিকান ডলাৰ (en:United States dollar)
  5. উদ্যোগ (en:Industry)
  6. মুদ্ৰা (en:Money)
  7. কৰ (en:Tax)

আইন[সম্পাদনা কৰক]

  1. আইন (en:Law)
  2. সংবিধান (en:Constitution)

আন্তঃৰাষ্ট্ৰীয় সংস্থা[সম্পাদনা কৰক]

  1. আফ্ৰিকান ইউনিয়ন (en:African Union)
  2. আৰব লীগ (en:Arab League)
  3. দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (en:ASEAN)
  4. জাতিসমূহৰ সংঘ (en:Commonwealth of Nations)
  5. ইউৰোপিয়ান ইউনিয়ন (en:European Union)
  6. ৰেডক্ৰছ (en:International Red Cross and Red Crescent Movement)
  7. নাটো (en:NATO)
  8. ন'বেল বঁটা (en:Nobel Prize)
  9. অ'পেক (en:OPEC)
  10. ৰাষ্ট্ৰসংঘ (en:United Nations)
    1. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (en:International Court of Justice)
    2. আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (en:International Monetary Fund)
    3. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (en:UNESCO)
    4. মানৱ অধিকাৰৰ সাৰ্বভৌম ঘোষণাপত্ৰ (en:Universal Declaration of Human Rights)
    5. বিশ্ব স্বাস্থ্য সংস্থা (en:World Health Organization)
  11. বিশ্ব বেংক (en:World Bank)
  12. বিশ্ব বাণিজ্য সংস্থা (en:World Trade Organization)

যুদ্ধ আৰু সৈন্যবাহিনী[সম্পাদনা কৰক]

  1. সৈন্যবাহিনী (en:Military)
  2. শান্তি (en:Peace)
  3. যুদ্ধ (en:War)
    1. গৃহযুদ্ধ (en:Civil war)

সামাজিক সমস্যা[সম্পাদনা কৰক]

  1. গৰ্ভপাত (en:Abortion)
  2. মৃত্যুদণ্ড (en:Capital punishment)
  3. মানৱ অধিকাৰ (en:Human rights)
  4. দৰিদ্ৰতা (en:Poverty)
  5. বৰ্ণবৈষম্য (en:Racism)
  6. দাসত্ত্ব (en:Slavery)

ভাষা আৰু সাহিত্য[সম্পাদনা কৰক]

  1. ভাষা (en:Language)
  2. গুৰুত্বপূৰ্ণ ভাষাসমূহ
    1. আৰবী ভাষা (en:Arabic language)
    2. বঙালী ভাষা (en:Bengali language)
    3. চীনা ভাষা (en:Chinese language)
    4. ইংৰাজী ভাষা (en:English language)
    5. ফৰাচী ভাষা (en:French language)
    6. জাৰ্মান ভাষা (en:German language)
    7. গ্ৰীক ভাষা (en:Greek language)
    8. হিব্ৰু ভাষা (en:Hebrew language)
    9. হিন্দী-উৰ্দু ভাষা (en:Hindi-Urdu language)
    10. জাপানী ভাষা (en:Japanese language)
    11. লেটিন ভাষা (en:Latin language)
    12. ফাৰ্চী ভাষা (en:Persian language)
    13. পৰ্তুগীজ ভাষা (en:Portuguese language)
    14. ৰুছ ভাষা (en:Russian language)
    15. সংস্কৃত (en:Sanskrit)
    16. স্পেনীছ ভাষা (en:Spanish language)
    17. স্বাহিলী ভাষা (en:Swahili language)
    18. তুৰ্কী ভাষা (en:Turkish language)
  3. ভাষাবিজ্ঞান (en:Linguistics)
  4. ব্যাকৰণ‎ (en:Grammar)
  5. শব্দ (ব্যাকৰণ‎) (en:Word)
    1. স্বনিম (en:Phoneme)
    2. আখৰ (চিলেবল) (en:Syllable)
  6. লিখন পদ্ধতি (en:Writing system)
    1. আৰবী বৰ্ণমালা (en:Arabic alphabet)
    2. চীনা চিহ্ন লিপি (en:Chinese characters)
    3. চিৰালিক লিপি (en:Cyrillic script)
    4. গ্ৰীক বৰ্ণমালা (en:Greek alphabet)
    5. হানগুল লিপি (en:Hangul)
    6. ৰোমান লিপি (en:Latin alphabet)
  7. সাক্ষৰতা (en:Literacy)
  8. অনুবাদ (en:Translation)
  9. সাহিত্য (en:Literature)
    1. গদ্য (en:Prose)
    2. দ্য আৰ্ট অফ ৱাৰ (en:The Art of War)
    3. কল্প-সাহিত্য (en:Fiction)
      1. আলিফ লেইলা (en:One Thousand and One Nights)
    4. উপন্যাস (en:Novel)
      1. হংলোমেং (en:Dream of the Red Chamber)
      2. দ্য টেল অফ গেঞ্জি (en:The Tale of Genji)
    5. কবিতা (en:Poetry)
      1. গিলগামেশৰ মহাকাব্য (en:Epic of Gilgamesh)
      2. ইলিয়াদ (en:Iliad)
      3. মহাভাৰত (en:Mahābhārata)
      4. শাহনামা (en:Shāhnāma)

প্ৰমিতি[সম্পাদনা কৰক]

  1. প্ৰমিতি (en:Measurement)
  2. আন্তৰ্জাতিক একক পদ্ধতি (en:International System of Units)

ভৰ, আয়তন আৰু দূৰত্ব[সম্পাদনা কৰক]

  1. কিলোগ্ৰাম (en:Kilogram)
  2. লিটাৰ (en:Litre)
  3. মিটাৰ (en:Metre)

সময়[সম্পাদনা কৰক]

  1. দিনপঞ্জী (en:Calendar)
    1. গ্ৰেগৰিয়ান বৰ্ষপঞ্জী (en:Gregorian calendar)
  2. ঘড়ী (en:Clock)
  3. ছেকেণ্ড (en:Second)
  4. দিন (en:Day)
  5. বছৰ (en:Year)
  6. সময় অঞ্চল (en:Time zone)

বিজ্ঞান[সম্পাদনা কৰক]

  1. বিজ্ঞান (en:Science)
  2. প্ৰকৃতি (en:Nature)

জ্যোতিৰ্বিজ্ঞান[সম্পাদনা কৰক]

জীৱবিজ্ঞান[সম্পাদনা কৰক]

জৈবিক প্ৰক্ৰিয়া[সম্পাদনা কৰক]

  1. বিপাক ক্ৰিয়া (en:Metabolism)
    1. পাচন (en:Digestion)
    2. সালোক সংশ্লেষণ (en:Photosynthesis)
    3. শ্বাসক্ৰিয়া (en:Breathing)
  2. ক্ৰমবিকাশ (en:Evolution)
  3. প্ৰজনন (en:Reproduction)
    1. গৰ্ভধাৰণ (en:Pregnancy)
    2. লিংগ (en:Sex)

জীৱ[সম্পাদনা কৰক]

শৰীৰস্থান[সম্পাদনা কৰক]

স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান[সম্পাদনা কৰক]

  1. চিকিৎসা বিজ্ঞান (en:Medicine)
  2. আসক্তি (en:Addiction)
    1. ইথান'ল (en:Ethanol)
    2. ধঁপাত (en:Tobacco)
  3. আলজেমাৰ ৰোগ (en:Alzheimer's disease)
  4. কৰ্কট ৰোগ (en:Cancer)
  5. COPD (en:COPD)
  6. পানীলগা জ্বৰ (en:Common cold)
  7. দন্ত চিকিৎসা (en:Dentistry)
  8. প্ৰতিবন্ধকতা (en:Disability)
    1. অন্ধত্ব (en:Blindness)
    2. বধিৰতা (en:Deafness)
  9. মানসিক বিসংগতি (en:Mental disorder)
  10. ৰোগ (en:Disease)
  11. মৃগীৰোগ (en:Epilepsy)
  12. ঔষধ (en:Pharmaceutical drug)
    1. প্ৰতিজৈৱিক (en:Antibiotic)
  13. স্বাস্থ্য (en:Health)
  14. Gastroenteritis (en:Gastroenteritis)
  15. মূৰৰ বিষ (en:Headache)
  16. মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন (en:Heart attack)
  17. প্ৰতিৰোধ তন্ত্ৰ (en:Immune system)
  18. মেলেৰিয়া (en:Malaria)
  19. অপুষ্টি (en:Malnutrition)
  20. ঋতুস্ৰাৱ (en:Menstruation)
  21. মেদবহুলতা (en:Obesity)
  22. বৈশ্বিক মহামাৰী (en:Pandemic)
  23. নিউম'নিয়া (en:Pneumonia)
  24. প'লিঅ'মায়েলাইটিছ (en:Poliomyelitis)
  25. যৌন সংক্ৰামক ৰোগ (en:Sexually transmitted disease)
    1. এইড্‌ছ (en:AIDS)
  26. ষ্ট্ৰ'ক (en:Stroke)
  27. যক্ষ্মা (en:Tuberculosis)
  28. বহুমূত্ৰ ৰোগ (en:Diabetes mellitus)
  29. ছিটা (en:Vaccine)
  30. ভাইৰাছ (en:Virus)
    1. ইনফ্লুৱেঞ্জা (en:Influenza)
    2. বৰআই (en:Smallpox)

ৰসায়ন বিজ্ঞান[সম্পাদনা কৰক]

পৃথিৱী বিজ্ঞান[সম্পাদনা কৰক]

পদাৰ্থ বিজ্ঞান[সম্পাদনা কৰক]

  1. পদাৰ্থ বিজ্ঞান (en:Physics)
  2. ত্বৰণ (en:Acceleration)
  3. পৰমাণু (en:Atom)
  4. শক্তি (en:Energy)
    1. শক্তিৰ সংৰক্ষণশীলতা (en:Conservation of energy)
  5. বিদ্যুৎ চুম্বকীয় বিকিৰণ (en:Electromagnetic radiation)
    1. অৱলোহিত ৰশ্মি (en:Infrared)
    2. অতিবেঙুনীয়া ৰশ্মি (en:Ultraviolet)
    3. পোহৰ (en:Light)
      1. ৰং (en:Color)
  6. ধ্ৰুপদী বলবিজ্ঞান (en:Classical mechanics)
  7. বল (en:Force)
    1. বিদ্যুত চুম্বকত্ব (en:Electromagnetism)
      1. চুম্বকীয় ক্ষেত্ৰ (en:Magnetic field)
    2. মহাকৰ্ষণ (en:Gravitation)
    3. প্ৰবল অন্তৰাক্ৰিয়া (en:Strong interaction)
    4. দুৰ্বল অন্তৰাক্ৰিয়া (en:Weak interaction)
  8. চুম্বক (en:Magnet)
  9. ভৰ (en:Mass)
  10. ধাতু (en:Metal)
    1. তীখা (en:Steel)
  11. নিউক্লীয় বিভাজন (en:Nuclear fission)
  12. পদাৰ্থৰ অৱস্থা (en:State of matter)
    1. গেছীয় (en:Gas)
    2. জুলীয়া (en:Liquid)
    3. প্লাজমা (en:Plasma)
    4. কঠিন (en:Solid)
  13. কোৱাণ্টাম বলবিজ্ঞান (en:Quantum mechanics)
  14. তেজস্ক্ৰিয়তা (en:Radioactive decay)
  15. সাধাৰণ আপেক্ষিকতাবাদ (en:General relativity)
  16. বিশেষ আপেক্ষিকতাবাদ তত্ত্ব (en:Special relativity)
  17. অৰ্ধপৰিবাহী (en:Semiconductor)
  18. শব্দ (en:Sound)
  19. বেগ (en:Velocity)
    1. পোহৰৰ বেগ (en:Speed of light)
  20. উষ্ণতা (en:Temperature)
  21. সময় (en:Time)
  22. তাপগতি বিজ্ঞান (en:Thermodynamics)
  23. ভেকুৱাম (en:Vacuum)

গণিত[সম্পাদনা কৰক]

খাদ্য আৰু কৃষি[সম্পাদনা কৰক]

কৃষি[সম্পাদনা কৰক]

  1. কৃষি (en:Agriculture)
    1. জলসিঞ্চন (en:Irrigation)
    2. নাঙল (en:Plough)

খাদ্য[সম্পাদনা কৰক]

পানীয়[সম্পাদনা কৰক]

প্ৰযুক্তি[সম্পাদনা কৰক]

  1. প্ৰযুক্তি (en:Technology)
  2. জৈৱপ্ৰযুক্তি (en:Biotechnology)
  3. কাপোৰ (en:Clothing)
    1. কপাহ (en:Cotton)
  4. অভিযান্ত্ৰিকী (en:Engineering)
    1. যন্ত্ৰ (en:Machine)
    2. ৰবট (en:Robot)
    3. পেঁচ-গজাল (en:Screw)
    4. চকা (en:Wheel)
  5. ধাতুবিজ্ঞান (en:Metallurgy)
  6. নেন'প্ৰযুক্তি (en:Nanotechnology)

যোগাযোগ[সম্পাদনা কৰক]

  1. যোগাযোগ (en:Communication)
  2. কিতাপ (en:Book)
  3. তথ্য (en:Information)
    1. বিশ্বকোষ (en:Encyclopedia)
  4. সাংবাদিকতা (en:Journalism)
    1. বাতৰিকাকত (en:Newspaper)
    2. গণমাধ্যম (en:Mass media)
  5. মুদ্ৰণ (en:Printing)
  6. টেলিফোন (en:Telephone)

অণুবিদ্যুৎ বা ইলেক্ট্ৰনিক্স[সম্পাদনা কৰক]

  1. অণুবিদ্যুৎ (en:Electronics)
    1. বৈদ্যুতিক প্ৰবাহ (en:Electric current)
    2. কম্পনাংক (en:Frequency)
  2. উপাদান
    1. ধাৰক (en:Capacitor)
    2. আৱেশক (en:Inductor)
    3. ট্ৰানজিষ্টৰ (en:Transistor)
    4. ডায়ড (en:Diode)
    5. ৰোধক (en:Resistor)
    6. ৰূপান্তৰক (en:Transformer)

কম্পিউটাৰ আৰু ইণ্টাৰনেট[সম্পাদনা কৰক]

  1. কম্পিউটাৰ (en:Computer)
    1. হাৰ্ড ডিস্ক ড্ৰাইভ (en:Hard disk drive)
    2. চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (en:Central processing unit)
  2. কৃত্ৰিম বুদ্ধিমত্তা (en:Artificial intelligence)
  3. তথ্য প্ৰযুক্তি (en:Information technology)
    1. এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ (en:Algorithm)
  4. ইণ্টাৰনেট (en:Internet)
    1. ইমেইল (en:Email)
    2. ৱৰ্ল্ড ৱাইড ৱেব (en:World Wide Web)
  5. অপাৰেটিং চিষ্টেম (en:Operating system)
  6. প্ৰগ্ৰামিং ভাষা (en:Programming language)
  7. ছফ্টৱেৰ (en:Software)

শক্তি আৰু ইন্ধন[সম্পাদনা কৰক]

  1. নবীকৰণীয় শক্তি (en:Renewable energy)
  2. বিদ্যুৎ (en:Electricity)
    1. পাৰমাণবিক শক্তি (en:Nuclear power)
  3. জীৱাশ্ম ইন্ধন (en:Fossil fuel)
  4. অন্তৰ্দাহী ইঞ্জিন (en:Internal combustion engine)
  5. বাষ্প যন্ত্ৰ (en:Steam engine)
  6. জুই (en:Fire)

সামগ্ৰী[সম্পাদনা কৰক]

  1. কাঁচ (en:Glass)
  2. কাগজ (en:Paper)
  3. প্লাষ্টিক (en:Plastic)
  4. কাঠ (en:Wood)

যাতায়াত[সম্পাদনা কৰক]

  1. যাতায়াত (en:Transport)
  2. বিমান (en:Aircraft)
  3. গাড়ী (en:Automobile)
  4. চাইকেল (en:Bicycle)
  5. ডুব-জাহাজ (en:Submarine)
  6. জাহাজ (en:Ship)
  7. ৰেলগাড়ী (en:Train)

অস্ত্ৰশস্ত্ৰ[সম্পাদনা কৰক]

  1. অস্ত্ৰ (en:Weapon)
    1. তৰোৱাল (en:Sword)
    2. আগ্নেয়াস্ত্ৰ (en:Firearm)
      1. মেছিন গান (en:Machine gun)
    3. পাৰমাণবিক অস্ত্ৰ (en:Nuclear weapon)
  2. টেঙ্ক (en:Tank)
  3. বিস্ফোৰক সামগ্ৰী (en:Explosive material)
    1. বাৰুদ (en:Gunpowder)

কলা আৰু বিনোদন[সম্পাদনা কৰক]

  1. সংস্কৃতি (en:Culture)
  2. কলা (en:Art)
    1. কমিক্‌ছ (en:Comics)
    2. চিত্ৰকলা (en:Painting)
    3. ফটোগ্ৰাফী (en:Photography)
    4. ভাস্কৰ্য (en:Sculpture)
    5. মৃৎশিল্প (en:Pottery)
  3. নৃত্য (en:Dance)
  4. ফেশ্বন (en:Fashion)
  5. থিয়েটাৰ (en:Theatre)
  6. কেলিগ্ৰাফী (en:Calligraphy)

স্থাপত্যবিদ্যা আৰু অসামৰিক অভিযান্ত্ৰিকী[সম্পাদনা কৰক]

  1. স্থাপত্যবিদ্যা (en:Architecture)
  2. খিলান (en:Arch)
  3. দলং (en:Bridge)
  4. খাল (en:Canal)
  5. বান্ধ (en:Dam)
  6. গম্বুজ (en:Dome)
  7. ঘৰ (en:House)
  8. উল্লেখযোগ্য স্থাপত্য
    1. এংকৰ ৱাট (en:Angkor Wat)
    2. ক'ল'ছিয়াম (en:Colosseum)
    3. চীনৰ মহাপ্ৰাচীৰ (en:Great Wall of China)
    4. আইফেল টাৱাৰ (en:Eiffel Tower)
    5. এম্পায়াৰ ষ্টেট বিল্ডিং (en:Empire State Building)
    6. হাজিয়া চ'ফিয়া (en:Hagia Sophia)
    7. পাৰ্থেনন মন্দিৰ (en:Parthenon)
    8. গিজাৰ পিৰামিড পৰিসৰ (en:Giza pyramid complex)
    9. ছেইণ্ট পিটাৰ্ছ বেছিলিকা (en:St. Peter's Basilica)
    10. ষ্টেচু অফ লিবাৰ্টি (en:Statue of Liberty)
    11. তাজমহল (en:Taj Mahal)
    12. তিনি গিৰিসংকটৰ বান্ধ (en:Three Gorges Dam)
  9. পিৰামিড (en:Pyramid)
  10. মিনাৰ (en:Tower)

চলচ্চিত্ৰ, ৰেডিঅ' আৰু দূৰদৰ্শন[সম্পাদনা কৰক]

  1. চলচ্চিত্ৰ (en:Film)
    1. এনিমেছন (en:Animation)
  2. অনাতাঁৰ প্ৰযুক্তি (en:Radio)
  3. দূৰদৰ্শন (en:Television)

সংগীত[সম্পাদনা কৰক]

  1. সংগীত (en:Music)
  2. গান (en:Song)
  3. উল্লেখযোগ্য সংগীতৰ প্ৰকাৰ
    1. ব্লুজ্ (en:Blues)
    2. শাস্ত্ৰীয় সংগীত (en:Classical music)
      1. অপেৰা (en:Opera)
      2. চিম্ফ'নি (en:Symphony)
    3. ইলেকট্ৰনিক সংগীত (en:Electronic music)
    4. ফ্লেমেংক' (en:Flamenco)
    5. হিপ হ'প (en:Hip hop)
    6. জ্যেজ (en:Jazz)
    7. ৰেগে (en:Reggae)
    8. ৰক সংগীত (en:Rock music)
    9. চাম্বা (en:Samba)
  4. উল্লেখযোগ্য বাদ্যযন্ত্ৰ
    1. ঢোল (en:Drum)
    2. বাঁহী (en:Flute)
    3. গীটাৰ (en:Guitar)
    4. পিয়ান' (en:Piano)
    5. ট্ৰাম্পেট (en:Trumpet)
    6. ভায়'লিন (en:Violin)

বিনোদন[সম্পাদনা কৰক]

  1. খেল (en:Game)
    1. বেকগেমন (en:Backgammon)
    2. দবা খেল (en:Chess)
    3. গ' খেল (en:Go (game))
    4. ভিডিঅ' গেম (en:Video game)
  2. জুৱা খেল (en:Gambling)
  3. সমৰ কলা (en:Martial arts)
    1. কাৰাটে (en:Karate)
    2. জুদো (en:Judo)
  4. অলিম্পিক (en:Olympic Games)
  5. ক্ৰীড়া (en:Sport)
    1. এথলেটিকছ (en:Sport of athletics)
    2. বেছবল (en:Baseball)
    3. বাস্কেটবল (en:Basketball)
    4. ক্ৰিকেট (en:Cricket)
    5. ফুটবল (en:Association football)
    6. গল্ফ (en:Golf)
    7. ৰাগবী (en:Rugby football)
    8. টেনিছ (en:Tennis)
  6. খেলনা (en:Toy)
  1. ইতিহাস (en:History)

প্ৰাক-ইতিহাস আৰু প্ৰাচীন বিশ্ব‎[সম্পাদনা কৰক]

মধ্যযুগ আৰু প্ৰাৰম্ভিক আধুনিক যুগ[সম্পাদনা কৰক]

আধুনিক যুগ[সম্পাদনা কৰক]

দেশ[সম্পাদনা কৰক]

সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাত থকা আটাইবোৰ দেশৰে প্ৰবন্ধ ৱিকিপিডিয়াত থকাটো বাঞ্ছনীয়। পিছে সৰু ৱিকিপিডিয়াবোৰৰ বাবে ইয়াত কিছুমান দেশক অধিক প্ৰাধন্য দিয়া হৈছে।

  1. আফগানিস্তান (en:Afghanistan)
  2. আলজেৰিয়া (en:Algeria)
  3. আৰ্জেণ্টিনা (en:Argentina)
  4. অষ্ট্ৰেলিয়া (en:Australia)
  5. অষ্ট্ৰিয়া (en:Austria)
  6. বাংলাদেশ (en:Bangladesh)
  7. ব্ৰাজিল (en:Brazil)
  8. কানাডা (en:Canada)
  9. চীন (en:China)
  10. কংগো গণৰাজ্য (en:Democratic Republic of the Congo)
  11. কিউবা (en:Cuba)
  12. ইজিপ্ত (en:Egypt)
  13. ইথিঅ'পিয়া (en:Ethiopia)
  14. ফ্ৰান্স (en:France)
  15. জাৰ্মানী (en:Germany)
  16. ভাৰত (en:India)
  17. ইণ্ডোনেছিয়া (en:Indonesia)
  18. ইৰান en:Iran)
  19. ইৰাক (en:Iraq)
  20. ইজৰাইল (en:Israel)
  21. ইটালী (en:Italy)
  22. জাপান (en:Japan)
  23. মেক্সিকো (en:Mexico)
  24. নেডাৰলেণ্ডচ (en:Netherlands)
  25. নিউজিলেণ্ড (en:New Zealand)
  26. নাইজেৰিয়া (en:Nigeria)
  27. পাকিস্তান (en:Pakistan)
  28. পোলেণ্ড (en:Poland)
  29. পৰ্টুগাল (en:Portugal)
  30. ৰাছিয়া (en:Russia)
  31. চৌদি আৰৱ (en:Saudi Arabia)
  32. ছিংগাপুৰ (en:Singapore)
  33. দক্ষিণ আফ্ৰিকা (en:South Africa)
  34. দক্ষিণ কোৰিয়া (en:South Korea)
  35. স্পেইন (en:Spain)
  36. ছুদান (en:Sudan)
  37. ছুইজাৰলেণ্ড (en:Switzerland)
  38. তাঞ্জানিয়া (en:Tanzania)
  39. থাইলেণ্ড (en:Thailand)
  40. তুৰস্ক (en:Turkey)
  41. ইউক্ৰেইন (en:Ukraine)
  42. যুক্তৰাজ্য (en:United Kingdom)
  43. আমেৰিকা যুক্তৰাষ্ট্ৰ (en:United States)
  44. ভেটিকান চিটি (en:Vatican City)
  45. ভেনিজুৱেলা (en:Venezuela)
  46. ভিয়েটনাম (en:Vietnam)

নগৰ[সম্পাদনা কৰক]

  1. আমষ্টাৰডাম (en:Amsterdam)
  2. এথেনছ (en:Athens)
  3. বাগদাদ (en:Baghdad)
  4. বেংকক (en:Bangkok)
  5. বেইজিং (en:Beijing)
  6. বাৰ্লিন (en:Berlin)
  7. বগোটা (en:Bogotá)
  8. ব্ৰুচেলছ (en:Brussels)
  9. ব্যুনেচ আইৰিচ (en:Buenos Aires)
  10. কাইৰো (en:Cairo)
  11. কেপ টাউন (en:Cape Town)
  12. ডামাস্কাছ (en:Damascus)
  13. দিল্লী (en:Delhi)
  14. ঢাকা (en:Dhaka)
  15. ডুবাই (en:Dubai)
  16. হংকং (en:Hong Kong)
  17. ইষ্টানবুল (en:Istanbul)
  18. জাকাৰ্টা (en:Jakarta)
  19. জেৰুজালেম (en:Jerusalem)
  20. কৰাচী (en:Karachi)
  21. কিনাশাচা (en:Kinshasa)
  22. কলকাতা (en:Kolkata)
  23. লাগ'চ (en:Lagos)
  24. লণ্ডন (en:London)
  25. লচ এঞ্জেলচ (en:Los Angeles)
  26. মাড্ৰিড (en:Madrid)
  27. মক্কা (en:Mecca)
  28. মেক্সিকো চিটি (en:Mexico City)
  29. মস্কো (en:Moscow)
  30. মুম্বাই (en:Mumbai)
  31. নাইৰোবি (en:Nairobi)
  32. নিউয়ৰ্ক মহানগৰ (en:New York City)
  33. পেৰিছ (en:Paris)
  34. ৰিঅ' ডি জেনেৰ' (en:Rio de Janeiro)
  35. ৰোম (en:Rome)
  36. চেণ্ট পিটাৰছবাৰ্গ (en:Saint Petersburg)
  37. চাও পাওল' (en:São Paulo)
  38. ছিউল (en:Seoul)
  39. ছাংহাই (en:Shanghai)
  40. ছিডনী (en:Sydney)
  41. তেহৰাণ (en:Tehran)
  42. টকিঅ' (en:Tokyo)
  43. ভিয়েনা (en:Vienna)
  44. ৱাশ্বিংটন ডি.চি. (en:Washington, D.C.)

জলাঞ্চল[সম্পাদনা কৰক]

  1. আমাজান নদী (en:Amazon River)
  2. উত্তৰ মহাসাগৰ (en:Arctic Ocean)
  3. আটলাণ্টিক মহাসাগৰ (en:Atlantic Ocean)
  4. বাল্টিক সাগৰ (en:Baltic Sea)
  5. কৃষ্ণ সাগৰ (en:Black Sea)
  6. কেৰিবিয়ান সাগৰ (en:Caribbean Sea)
  7. কাস্পিয়ান সাগৰ (en:Caspian Sea)
  8. কংগো নদী (en:Congo River)
  9. ডানয়ুব নদী (en:Danube)
  10. গঙ্গা নদী (en:Ganges)
  11. বৃহৎ প্ৰবাল প্ৰাচীৰ (en:Great Barrier Reef)
  12. বৃহৎ হ্ৰদসমূহ (en:Great Lakes)
  13. ভাৰত মহাসাগৰ (en:Indian Ocean)
  14. সিন্ধু নদী (en:Indus River)
  15. বৈকাল হ্ৰদ (en:Lake Baikal)
  16. টাংগান্যিকা হ্ৰদ (en:Lake Tanganyika)
  17. ভিক্টোৰিয়া হ্ৰদ (en:Lake Victoria)
  18. ভূমধ্য সাগৰ (en:Mediterranean Sea)
  19. মিছিছিপি নদী (en:Mississippi River)
  20. নাইজাৰ নদী (en:Niger River)
  21. নীল নদী (en:Nile)
  22. উত্তৰ সাগৰ (en:North Sea)
  23. প্ৰশান্ত মহাসাগৰ (en:Pacific Ocean)
  24. পানামা খাল (en:Panama Canal)
  25. ৰাইন (en:Rhine)
  26. ছুৱেজ খাল (en:Suez Canal)
  27. দক্ষিণ মহাসাগৰ (en:Southern Ocean)
  28. ভল্গা নদী (en:Volga River)
  29. য়াংজে নদী (en:Yangtze River)
  30. হোৱাংহো নদী (en:Yellow River)

পৰ্বত আৰু মৰুভূমি[সম্পাদনা কৰক]

  1. এল্পছ (en:Alps)
  2. এণ্ডিছ (en:Andes)
  3. হিমালয় (en:Himalayas)
    1. মাউণ্ট এভাৰেষ্ট (en:Mount Everest)
  4. মাউণ্ট কিলিমাঞ্জাৰ' (en:Mount Kilimanjaro)
  5. ৰকি পৰ্বতমালা (en:Rocky Mountains)
  6. চাহাৰা মৰুভূমি (en:Sahara)