কংগো নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কংগো নদী
The ninth longest river in the world
Aerial view of the Congo River near Kisangani
দেশসমূহ Angola, Burundi, Cameroon, Central African Republic, Congo-Kinshasa, Gabon, Congo-Brazzaville, Rwanda, Tanzania, Zambia
মোহনা Atlantic Ocean
দৈৰ্ঘ্য ৪,৭০০ কিমি (২,৯২০ মাইল) [1]
অৱবাহিকা ৪০,১৪,৫০০ বৰ্গকিমি (১৫,৫০,০০৭ বৰ্গমাইল) [1]
প্ৰবাহ
 - গড় ৪১,০০০ ঘনমিটাৰ/ছেকেণ্ড (১৪,৪৭,৯০১ ঘনফুট/ছেকেণ্ড) [1]
 - সৰ্বোচ্চ ৭৫,০০০ ঘনমিটাৰ/ছেকেণ্ড (২৬,৪৮,৬০০ ঘনফুট/ছেকেণ্ড) [1]
 - সৰ্বনিম্ন ২৩,০০০ ঘনমিটাৰ/ছেকেণ্ড (৮,১২,২৩৭ ঘনফুট/ছেকেণ্ড) [1]

কংগো নদী (also known as the Zaire River; ফৰাচী: (le) fleuve Congo / Zaïre; পৰ্তুগীজ: rio Congo / Zaire) আফ্ৰিকাত অৱস্থিত এখন নদী৷ ক্ষৰণ ( discharge) ৰ দিশৰ পৰা আমাজানৰ পিছতেই এই নদী বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নদী ৷ তাৰোপৰি 220 মিটাৰ (720 ফুট) গভীৰতাৰে কংগো নদীক বিশ্বৰ সৰ্বোচ্চ গভীৰতাৰ নদী বুলিও গণ্য কৰা হয়৷[2]

কংগো নদীৰ মূঠ দৈৰ্ঘ্য প্ৰায় 4,700 km (2,920 মাইল)৷ বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নদীৰ স্থান নৱম৷ কংগো অৱবাহিকা (Congo Basin) মুঠ কালি প্ৰায় চাৰি মিলিয়ন বৰ্গ কিলোমিটাৰ, যি আফ্ৰিকাৰ মুঠ মাটিকালিৰ ১৩% অধিকাৰ কৰি ৰাখিছে৷

উপনৈসমূহ[সম্পাদনা কৰক]

Course and Drainage basin of the Congo River with countries marked
Course and Drainage basin of the Congo River with topography shading.
নিম্ন কংগো (Lower Congo)

এই অংশত গুৰুত্বপূৰ্ণ উপনৈ কেৱল এখনেই৷

মধ্য কংগো (Middle Congo)
উচ্চ কংগো (Upper Congo)

Boyoma Falls ৰ ওপৰৰ অংশত কংগো নদীক Lualaba River নামেৰে জনা যায়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Bossche, J.P. vanden; G. M. Bernacsek (1990). Source Book for the Inland Fishery Resources of Africa, Volume 1. Food and Agriculture Organization of the United Nations. পৃষ্ঠা. 338–339. ISBN 978-92-5-102983-1. https://books.google.com/books?id=WLZRxM9vfXoC&pg=PA338। আহৰণ কৰা হৈছে: 2015-12-27. 
  2. Oberg, Kevin (July 2008). "Discharge and Other Hydraulic Measurements for Characterizing the Hydraulics of Lower Congo River, July 2008". U.S. Geological Survey. http://hydroacoustics.usgs.gov/publications/Measurements4LowerCongo-6.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]