গৰু
Jump to navigation
Jump to search
এই প্ৰবন্ধটো স্তন্যপায়ী প্ৰাণীবিধৰ বিষয়ে। হিমাংশু প্ৰসাদ দাস পৰিচালিত একে নামৰ অসমীয়া চলচ্চিত্ৰখনৰ বাবে গৰু (চলচ্চিত্ৰ) চাওক।
গৰু | |
---|---|
![]() | |
কাউবেল পিন্ধি থকা এজনী ছুইছ গৰু | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
উপশ্ৰেণী: | Theria |
অনুশ্ৰেণী: | Eutheria |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Bovidae |
উপপৰিয়াল: | Bovinae |
গণ: | Bos |
প্ৰজাতি: | B. taurus |
বৈজ্ঞানিক নাম | |
Bos taurus লিনিয়াছ, ১৭৫৮ | |
![]() | |
গৰুৰ বিস্তৃতি | |
সমাৰ্থক | |
Bos primigenius, |
গৰু (ইংৰাজী: Cattle; —সামগ্ৰিকভাৱে cows বোলে।)[টোকা 1]— হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। ইহঁত Bovinae উপ-পৰিয়ালৰ আধুনিক সদস্য, Bos গণৰ অতি বিস্তাৰিত প্ৰজাতি, আৰু বেছিভাগকে Bos taurus বুলি শ্ৰেণীবিভাজিত কৰা হৈছে। গৰুৰ পৰা খাদ্য হিচাপে মাংস, গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰী আহৰণ কৰা হয়। গৰু গাড়ী চলোৱা, হাল বোৱা আদি কাৰ্যটো গৰু ব্যৱহাৰ কৰা হয়। নোম, চামৰা, আৰু ইন্ধন আৰু সাৰৰ বাবে গোৱৰ আদি গৰুৰ পৰা আহৰিত অন্য সামগ্ৰী। ভাৰতৰ দৰে কিছুমান অঞ্চলত গৰুক বিশেষ ধৰ্মীয় মান্যতা প্ৰদান কৰা হয়।
টোকা[সম্পাদনা কৰক]
- ↑ বিশেষ্য পদ cattle (যাক বহুবচন বুলি ধৰা হয় আৰু কোনো একবচন নাই) বুলিলে দুয়োটা লিংগকে বুজায়। একবচনত, cow, বুলিলে সাধাৰণতে মাইকী গৰু বুজায়, মতা গৰুক bull বোলে। কেতিয়াবা স্ত্ৰীলিংগবাচক cows শব্দই সামগ্ৰিকভাৱে দুয়োটা লিংগৰ সমুদায় গৰুক বুজায়।