সংৰক্ষণ স্থিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:


কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
Status iucn3.1 LC as.svg ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত। Status iucn2.3 LC as.svg
Status iucn3.1 NT as.svg সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰৱণতা দেখা গৈছে। Status iucn2.3 NT as.svg
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভুক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। Status iucn2.3 CD as.svg
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
Status iucn3.1 VU as.svg স্পৰ্শকাতৰ (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে। Status iucn2.3 VU as.svg
Status iucn3.1 EN as.svg বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে। Status iucn2.3 EN as.svg
Status iucn3.1 CR as.svg ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে। Status iucn2.3 CR as.svg
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ ১৯৯৪ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ২.৩)
Status iucn3.1 EW as.svg অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে। Status iucn2.3 EW as.svg
Status none DD.svg অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই। Status none DD.svg
Status none NE.svg অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই। Status none NE.svg
Status none PE.svg সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ। Status none PE.svg
Status none PEW.svg অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ। Status none PEW.svg
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
Status iucn3.1 EX as.svg বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। Status iucn2.3 EX as.svg