সমললৈ যাওক

ছাংহাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাংহাই
上海市
Shanghai Municipality
Clockwise from top: A view of the Pudong skyline, Yu Garden, China Pavilion along with the Expo Axis, neon signs on Nanjing Road, and The Bund
Clockwise from top: A view of the Pudong skyline, Yu Garden, China Pavilion along with the Expo Axis, neon signs on Nanjing Road, and The Bund
Location of Shanghai Municipality in China
Location of Shanghai Municipality in China
Country  চীন
Settled 5th–7th century
 - County 1292
 - Municipality 7 July 1927
Divisions;- County-level
 - Township-
level

16 districts, 1 county
চৰকাৰ
  ধৰণ Municipality
  CPC Secretary Han Zheng
  Mayor Yang Xiong
  Congress Chairman Yin Yicui
  Conference Chairman Wu Zhiming
কালি
  Municipality
৬,৩৪০.৫ বৰ্গকিমি (২,৪৪৮.১ বৰ্গমাইল)
  পানী ৬৯৭ বৰ্গকিমি (২৬৯ বৰ্গমাইল)
জনসংখ্যা
 (2014)
  Municipality
২,৪২,৫৬,৮০০


ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ[1][2] আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ (city proper)।[3] এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা (direct-controlled municipalities)ৰ এখন। ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিলিয়নৰো অধিক।[4] এই মহানগৰ এক আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক কেন্দ্ৰ[5] আৰু পৰিবহণৰো মূলকেন্দ্ৰ।[6]

ছাংহাই পূব চীনত য়াংজে নদীৰ অৱবাহিকাত অৱস্থিত। এই মহানগৰৰ উত্তৰে জিয়াংছু প্ৰদেশ (Jiangsu), দক্ষিণ আৰু পশ্চিমে ঝেজিয়াং ( Zhejiang) আৰু পূবে পূব চীন সাগৰ (East China Sea)-এ আৱৰি আছে।[7]

বহু শতিকাৰ পৰাই ব্যৱসায়-বাণিজ্য আৰু শাসনব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ছাংহাইক উনৈশ শতিকাত ইউৰোপীয়ানসকলে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰাৰ পৰা সমৃদ্ধিৰ পথত আগুৱাবলৈ ধৰে। প্ৰথম কানি যুদ্ধ (First Opium War) ত ব্ৰিটিছে চীন জয় কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে মুকলি কৰি দিয়া পাঁচখন প্ৰদেশৰ ভিতৰত ছাংহাই অন্যতম। ইয়াৰ পিছত ১৮৪২ চনৰ নেনকিঙৰ সন্ধি (Treaty of Nanking) আৰু ১৮৪৪ চনৰ হুৱামপোআ সন্ধি (Treaty of Whampoa)-য়ে ছাংহাই আন্তৰাষ্ট্ৰীয় অৱস্থান (Shanghai International Settlement) আৰু ফ্ৰেন্স কনছেছ’ন (French Concession) -ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে। ইয়াৰ লগে লগে এই মহানগৰী পূব আৰু পশ্চিমৰ মাজত বাণিজ্যৰ কেন্দ্ৰৰূপে ১৯৩০-ৰ সময়ত সমৃদ্ধ হ’বলৈ আৰম্ভ কৰে।[8] অৱশ্যে ১৯৪৯ চনত কমিউনিষ্ট শাসনৰ আৰম্ভ হোৱাত এই বাণিজ্যক কেৱল কিছু দেশ (socialist countries)-ত কেন্দ্ৰীভূত কৰা হয় আৰু ইয়াৰ ফলত এই নগৰীৰ আন্তৰ্জাতিক প্ৰভাৱ হ্ৰাস পায়।[9]

ছাংহাই মহানগৰী এক প্ৰখ্যাত পৰ্য্যটন কেন্দ্ৰ। এই মহানগৰীত অৱস্থিত বিভিন্ন ঐতিহাসিক কৃতীচিহ্ন যেনে The Bund, City God Temple আৰু Yu Garden আদিৰ লগতে Lujiazui ৰ অপূৰ্ব স্কাইলাইন, প্ৰসিদ্ধ অট্টালিকা আদিৰ বাবে বিখ্যাত। এই মহানগৰীক চীনত অৰ্থনৈতিক সমৃদ্ধিৰ এক চানেকী ("showpiece" of the booming economy of mainland China) বুলি গণ্য কৰা হয়। [10][11]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chan, Kam Wing (2007). "Misconceptions and Complexities in the Study of China's Cities: Definitions, Statistics, and Implications". Eurasian Geography and Economics খণ্ড 48 (4): 383–412. doi:10.2747/1538-7216.48.4.383. Archived from the original on 15 January 2013. https://web.archive.org/web/20130115173048/http://courses.washington.edu/chinageo/ChanCityDefinitionsEGE2007.pdf আহৰণ কৰা হৈছে: 13 September 2011., p. 395.
  2. "What are China's largest and richest cities?". University of Southern California. Archived from the original on 2013-11-09. https://web.archive.org/web/20131109005931/http://china.usc.edu/(S(swqn0p55xbqmsu45cwso5lzy)A(IEcheuFczAEkAAAAODRlNTk2OTMtMDViMC00Yjk5LWFmZTgtODc1OTA1YWYxMDM4e9e8O7-g5_HYhuft0Huy7h2GlGg1))/ShowAverageDay.aspx?articleID=910 আহৰণ কৰা হৈছে: 2015-08-25.
  3. "Cities: largest (without surrounding suburban areas)". Geohive. http://www.geohive.com/earth/cy_notagg.aspx আহৰণ কৰা হৈছে: 13 September 2011.
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "bulletin2014" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. "The Competitive Position of London as a Global Financial Centre". Archived from the original on 2010-07-15. https://web.archive.org/web/20100715034730/https://www.zyen.com/PDF/LCGFC.pdf আহৰণ কৰা হৈছে: 2015-08-25.
  6. "Top 50 World Container Ports". Archived from the original on 2012-07-04. https://web.archive.org/web/20120704184751/http://www.worldshipping.org/about-the-industry/global-trade/top-50-world-container-ports আহৰণ কৰা হৈছে: 2015-08-25.
  7. "Geographic Location". Basic Facts. Shanghai Municipal Government. Archived from the original on 29 May 2012. https://web.archive.org/web/20120529191415/http://www.shanghai.gov.cn/shanghai/node23919/node24059/node24061/userobject22ai36489.html আহৰণ কৰা হৈছে: 14 September 2011.
  8. Scott Tong (October 2009). "Shanghai: Global financial center? Aspirations and reality, and implications for Hong Kong". Hong Kong Journal. http://www.hkjournal.org/PDF/2009_winter/3.pdf আহৰণ কৰা হৈছে: 17 October 2011.
  9. "Historic Transformation". Shanghai.gov.cn. 27 May 1949. Archived from the original on 2 June 2012. https://web.archive.org/web/20120602103355/https://www.shanghai.gov.cn/shanghai/node17256/node17432/node17433/userobject22ai24.html আহৰণ কৰা হৈছে: 11 December 2011.
  10. Hunt, Katie (21 May 2008). "Shanghai: China's capitalist showpiece". BBC News. http://news.bbc.co.uk/2/hi/business/7373394.stm আহৰণ কৰা হৈছে: 7 August 2008.
  11. "Of Shanghai... and Suzhou". The Hindu Business Line. 27 January 2003. Archived from the original on 19 August 2005. http://www.thehindubusinessline.com/life/2003/01/27/stories/2003012700170300.htm আহৰণ কৰা হৈছে: 20 March 2008.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]