আৰ্কিয়া
আৰ্কিয়া (Archeabacteria) জীৱাশ্ম কাল: Paleoarchean or perhaps Eoarchean – Recent | |
---|---|
![]() | |
Halobacteria sp. strain NRC-1, প্ৰতিটো কোষ প্ৰায় ৫ μm দীঘল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Archaea Woese, Kandler & Wheelis, 1990 |
জগৎ আৰু পৰ্ব | |
Crenarchaeota |
আৰ্কিয়া (i/ɑrˈkiːə/Archaea) হল অণুজীৱ নামৰ কিছুমান এককোষী জীৱৰ এখন অধিজগৎ বা জগৎ। ইহঁত প্ৰকোষকেন্দ্ৰীয় জীৱ, অৰ্থাৎ ইহঁতৰ কোষ কেন্দ্ৰ নাই বা কোষৰ ভিতৰত কোনো ধৰণৰ আৱৰণ যুক্ত অংগাণু নাই।