হানগুল লিপি
অৱয়ব
হানগুল বা হাংগুল (한글) হ'ল কোৰিয়ান ভাষাৰ লিপি। পঞ্চদশ শতিকাত কোৰিয়াৰ ৰজা চেজঙে সাধাৰণ মানুহক মনত ৰাখি হাংগুল নামৰ এক অতি সহজ বৰ্ণমালা উদ্ভাৱন কৰিছিল।[1] এই বৰ্ণমালাক ২০ শতিকাত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। অসংখ্য ভাষাবিদৰ মতে হাংগুল বৰ্ণমালা হৈছে বিশ্বৰ আটাইতকৈ নিখুঁত অথচ সহজ বৰ্ণমালা। প্ৰায় হাজাৰ বছৰ আগতে কোৰিয়ান ভাষাটো চীনা পিক্ট'গ্ৰাম লিপিৰ পৰা ধাৰ লোৱা শব্দৰে লিখা হৈছিল যাৰ নাম হাঞ্জা৷


তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Tale of Hong Gildong". World Digital Library. Archived from the original on 26 October 2021. https://web.archive.org/web/20211026051240/https://www.wdl.org/en/item/4166/। আহৰণ কৰা হৈছে: 3 May 2013.