পাব্ল' পিকাছ'
পাব্ল' পিকাছ' | |
---|---|
![]() ১৯৬২ চনত পাবলো পিকাছো | |
নাম | পাব্ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ'[1] |
জন্ম | ২৫ অক্টোবৰ, ১৮৮১ মালাগা, স্পেইন |
মৃত্যু | ৮ এপ্ৰিল, ১৯৭৩ মৌগিন্ছ, ফ্ৰান্স |
দেশ | স্পেনীয় |
পেচা | চিত্ৰ, নক্সা, ভাস্কৰ্য্য,চেৰামিক্ছ |
প্ৰশিক্ষণ | জ’ছ ৰুইজ ৱাই ব্লাছক’ (পিতৃ), ৰিয়েল একাডেমীয়া ডে আৰ্টছ ডে ছান ফাৰ্নাণ্ড’ |
বিপ্লৱ | কিউবিজম |
কৰ্মৰাজী | লা ডেম’ইচেলেছ ডি এভিগন’ন (১৯০৭) গুৱেৰ্নিকা (১৯৩৭) দ্য ৱিপিং ৱুমেন (১৯৩৭) |
পাব্ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ' বা চমুকৈ পাব্ল' পিকাছ' (২৫ অক্টোবৰ, ১৮৮১- ৮ এপ্ৰিল, ১৯৭৩) আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটাইছিল। কিউবিজম বিপ্লৱৰ এজন সহ-প্ৰতিষ্ঠাপক হিছাপে আৰু বিভিন্ন শৈলীৰ বিকাশ তথা প্ৰসাৰৰ বাবে তেওঁ জনাজাত।[2][3] তেওঁৰ বিখ্যাত চিত্ৰসমূহৰ ভিতৰত কিউবিজমৰ প্ৰভাৱ থকা লা ডেম’ইচেলেছ ডি এভিগন’ন আৰু গুৱেৰ্নিকা উল্লেখযোগ্য।
পিকাছ', হেনৰী মেটিশ্ব আৰু মাৰ্চেল দুচাঁক বিংশ শতিকাৰ প্ৰথমভাগত প্লাষ্টিক কলাৰ বৈপ্লৱিক বিকাশ ঘটোৱা তিনিজন শিল্পী বুলি কোৱা হয় যি চিত্ৰশিল্প, ভাস্কৰ্য, প্ৰিণ্টমেকিং আৰু চেৰামিক্ছৰ জগতলৈ আমূল পৰিৱৰ্তন আনিছিল।[4][5][6][7]
জীৱন[সম্পাদনা কৰক]
ডন জ'ছ ৰুইজ ব্লাস্ক' আৰু মাৰিয়া পিকাছ' লোপেজৰ প্ৰথম সন্তান পিকাছ'য়ে সৰুকালৰেপৰাই চিত্ৰকলাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ চানেকি দাঙি ধৰিছিল। প্ৰথম অৱস্থাত বাস্তৱিক ৰূপৰ ছবি অঁকাৰ পিছত বেলেগ বেলেগ তত্ত্ব, কৌশল আৰু ভাৱৰ ফলস্বৰূপে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰাই তেওঁৰ শৈলী সলনি হ’বলৈ ধৰে। চিত্ৰকলা আৰু ভাস্কৰ্য্যশিল্পৰ জগতত তেওঁৰ বৈপ্লৱিক কৃতিত্বৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰে আৰু বিংশ শতিকাৰ এজন অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি হিছাপে প্ৰতিষ্ঠা লাভ কৰে।
কৰ্ম[সম্পাদনা কৰক]
ভাস্কৰ্যশিল্পী আৰু প্ৰিণ্টনিৰ্মাতা হিচাপেও কাম কৰা পিকাছ'ৰ প্ৰধান মাধ্যম আছিল পেইণ্টিং। তেওঁ সাধাৰণতে স্মৃতিৰ সহায়ত ছবি আঁকিছিল আৰু জীৱনজুৰি ভিন ভিন শৈলী চেষ্টা কৰিছিল। অভিব্যক্তিৰ উপাদান হিচাপে ৰং ব্যৱহাৰ কৰা সত্ত্বেও ফৰ্ম আৰু স্পে'ছৰ সৃষ্টিৰ বাবে তেওঁ ৰঙৰ সলনি ৰেখাচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। আৰ্গন ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ বিজ্ঞানীয়ে ২০১২ পিকাছ'ৰ The Red Armchair (১৯৩১) ছবিখনৰ নেন'প্ৰ'ব পৰীক্ষা কৰি চিত্ৰ ইতিহাসবিদসকলৰ এই বিশ্বাসক দৃঢ় কৰে যে পিকাছ'ই তেওঁৰ বহু ছবিত সাধাৰণ ঘৰুৱা ৰং ব্যৱহাৰ কৰিছিল।[8]
পাদটীকা[সম্পাদনা কৰক]
- ↑ "On-line Picasso Project". Picasso.shsu.edu. http://picasso.shsu.edu/index.php?view=BioIndex&year=1881&quarter=4। আহৰণ কৰা হৈছে: 26 August 2010.
- ↑ "''The Guitar,'' MoMA". Moma.org. http://www.moma.org/collection/browse_results.php?criteria=O%3ATA%3AE%3Aex4620&page_number=3&template_id=1&sort_order=1। আহৰণ কৰা হৈছে: 2012-02-03.
- ↑ "Sculpture, Tate". Tate.org.uk. http://www.tate.org.uk/collections/glossary/definition.jsp?entryId=267। আহৰণ কৰা হৈছে: 2012-02-03.
- ↑ "Tate Modern: Matisse Picasso". Tate.org.uk. http://www.tate.org.uk/modern/exhibitions/matissepicasso/। আহৰণ কৰা হৈছে: 13 February 2010.
- ↑ Adrian Searle (7 May 2002). "A momentous, tremendous exhibition". Guardian (UK). http://www.guardian.co.uk/culture/2002/may/07/artsfeatures। আহৰণ কৰা হৈছে: 13 February 2010.
- ↑ "Trachtman, Paul, Matisse & Picasso, Smithsonian, February 2003". Smithsonianmag.com. http://www.smithsonianmag.com/arts-culture/matisse.html। আহৰণ কৰা হৈছে: 13 February 2010.
- ↑ "Duchamp's urinal tops art survey". news.bbc.co.uk. 1 December 2004. http://news.bbc.co.uk/2/hi/entertainment/4059997.stm। আহৰণ কৰা হৈছে: 10 December 2010.
- ↑ Moskowitz, Clara (8 February 2013). "Picasso's Genius Revealed: He Used Common House Paint", Live Science. Retrieved 9 February 2013.
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- Becht-Jördens, Gereon; Wehmeier, Peter M. (2003). Picasso und die christliche Ikonographie: Mutterbeziehung und künstlerische Position. প্ৰকাশক Berlin: Dietrich Reimer Verlag. ISBN 9783496012726. http://books.google.com/books?id=vRzFAAAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Berger, John (1989). The success and failure of Picasso. Pantheon Books. ISBN 9780679722724. http://books.google.com/books?id=5T1QAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Cirlot, Juan Eduardo (1972). Picasso, birth of a genius. প্ৰকাশক New York and Washington: Praeger. http://books.google.com/books?id=MvjVAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Cowling, Elizabeth; Mundy, Jennifer (1990). On classic ground: Picasso, Léger, de Chirico and the New Classicism, 1910–1930. প্ৰকাশক London: Tate Gallery. ISBN 9781854370433. http://books.google.com/books?id=M-_pAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Daix, Pierre (1994). Picasso: life and art. Icon Editions. ISBN 9780064302012. http://books.google.com/books?id=hYymPwAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- FitzGerald, Michael C. (1996). Making modernism: Picasso and the creation of the market for twentieth-century art. প্ৰকাশক Berkeley: University of California Press. ISBN 9780520206533. http://books.google.com/books?id=fj2wtVCWkMoC। আহৰণ কৰা হৈছে: 8 October 2010.
- Granell, Eugenio Fernández (1981). Picasso's Guernica: the end of a Spanish era. প্ৰকাশক Ann Arbor, Mich.: UMI Research Press. ISBN 9780835712064. http://books.google.com/books?id=IlRQAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Krauss, Rosalind E. (1999). The Picasso papers. MIT Press. ISBN 9780262611428. http://books.google.com/books?id=pqXqbN4XUhcC। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2003). The visual grammar of Pablo Picasso. প্ৰকাশক New York: Peter Lang. ISBN 9780820456928. http://books.google.com/books?id=EJAVAQAAIAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2005). La sintaxis de la carne: Pablo Picasso y Marie-Thérèse Walter. প্ৰকাশক Santiago de Chile: Red Internacional del Libro. ISBN 9789562844550. http://books.google.com/books?id=EXoA4M1LnSkC। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2009). A Concordance of Pablo Picasso's Spanish Writings. প্ৰকাশক New York: Edwin Mellen Press. ISBN 9780773447134. http://books.google.com/books?id=NvltPgAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Mallén, Enrique (2010). A Concordance of Pablo Picasso's French Writings. প্ৰকাশক New York: Edwin Mellen Press. ISBN 9780773413252. http://www.mellenpress.com/mellenpress.cfm?bookid=8152&pc=9। আহৰণ কৰা হৈছে: 8 October 2010.
- Nill, Raymond M. “A Visual Guide to Pablo Picasso’s Works”. New York: B&H Publishers, 1987.
- Picasso, Olivier Widmaier (2004). Picasso: the real family story. Prestel. ISBN 9783791331492. http://books.google.com/books?id=HNVPAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Rubin, William (1981). Pablo Picasso: A Retrospective. Little Brown & Co. ISBN 9780316707039. http://books.google.com/books?id=8RRMPgAACAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Wattenmaker, Richard J. (1993). Great French paintings from the Barnes Foundation: Impressionist, Post-impressionist, and Early Modern. প্ৰকাশক New York: Alfred A. Knopf. ISBN 9780679409632. http://books.google.com/books?id=wq_WAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
- Wertenbaker, Lael Tucker (1967). The world of Picasso (1881– ). Time-Life Books. http://books.google.com/books?id=vNbqAAAAMAAJ। আহৰণ কৰা হৈছে: 8 October 2010.
বহিঃ সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত পাব্ল' পিকাছ' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকি উদ্ধৃতিত পাব্ল' পিকাছ' বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- আধিকাৰিক ৱেবছাইট
- Biography and works of Pablo Picasso
- Picasso: Genius in Color — slideshow by Life magazine
- Gallery of Picasso's Women
- Picasso painting on glass scene from Visit to Picasso by Paul Haesaerts
- Pablo Picasso — Biography, Quotes & Paintings, retrieved 14 June 2007.
- Poems by Picasso in English translation from Samizdat
- Cubism, The Big Picture
- Artists Rights Society, Picasso's U.S. Copyright Representatives
- Union List of Artist Names, Getty Vocabularies. ULAN Full Record Display for Pablo Picasso. Getty Vocabulary Program, Getty Research Institute. Los Angeles, California
- Picasso: Drawing With Light – slideshow by Life magazine
- Works by or about পাব্ল' পিকাছ' in libraries (WorldCat catalog)
- Footage of Pablo Picasso at Second World Peace congress in 1950
- Art History Archive
ৰচনা[সম্পাদনা কৰক]
সংগ্ৰহালয়[সম্পাদনা কৰক]
- Guggenheim Museum Biography
- Hilo Art Museum, (Hilo Hawaii, USA)
- Honolulu Academy of Arts
- Metropolitan Museum of Art (New York, USA)
- Musée National Picasso (Paris, France)
- Musée Picasso (Antibes, France)
- Museo Picasso Málaga (Málaga, Spain)
- Museu Picasso (Barcelona, Spain)
- Fundació Palau (Caldes d'Estrac, Barcelona, Spain).
- Museum Berggruen (Berlin, Germany)
- পাব্ল' পিকাছ' at the Museum of Modern Art
- National Gallery of Art list of paintings
- Graphikmuseum Pablo Picasso Münster (Münster, Germany)
- Los Angeles County Museum of Art (LACMA) (Los Angeles, California)
- Sammlung + Picasso Donation Rosengart (Lucerne, Switzerland)