নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নৃত্য হৈছে “সঙ্গীতৰ তালে-তালে এক নিৰ্দ্ধাৰিত লয়ত কৰা অঙ্গ সঞ্চালন আৰু দেহ-ভঙ্গি”[1]ৰ দ্বাৰা প্ৰকাশ কৰা এক প্ৰকাৰৰ পৰিবেশ্য কলা। এই অঙ্গ সঞ্চালনসমূহৰ নান্দনিক আৰু প্ৰতীকী মূল্য থাকে।[2] নৃত্যক ইয়াৰ নৃত্য পৰিচালনা, ভঙ্গিমাৰ সমাসাৰ বা উৎপত্তিৰ ঐতিহাসিক সময় অথবা স্থানৰ দ্বাৰা শ্ৰেণীভুক্ত আৰু বৰ্ণনা কৰিব পাৰি।[3] নৃত্যৰ উপৰিও মানুহৰ অন্য বহু ক্ৰিয়াকলাপ যেনে সমৰ কলা, জিমনাষ্টিকছ, চিয়াৰলিডিং, ফিগাৰ স্কেটিং, সমন্বিত সাঁতোৰ, মাৰ্চিং বেণ্ড আদিৰ দৰে বহুতো ক্ৰীড়াত নৃত্যসূলভ গুণ থকা দেখা পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "নৃত্য". শব্দ.অৰ্গ. http://xobdo.org/dic/%E0%A6%A8%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF। আহৰণ কৰা হৈছে: ২৪ জুলাই ২০২২. 
  2. Sondra Horton Fraleigh (1987). Dance and the Lived Body: A Descriptive Aesthetics. University of Pittsburgh Pre. পৃষ্ঠা. 49. ISBN 978-0-8229-7170-2. https://books.google.com/books?id=K4FN1lOcR-wC&pg=PA43. 
  3. Foster, Susan Leigh. (2011). Choreographing empathy : kinesthesia in performance. Routledge. ISBN 978-0-415-59656-5. OCLC 963558371.