কংগো গণৰাজ্য
অৱয়ব
স্থানাংক: 1°26′24″S 15°33′22″E / 1.44°S 15.556°E
ৰিপাব্লিক অফ দ্য কঙ্গো
|
||||||
|---|---|---|---|---|---|---|
| নীতিবাক্য "Unité, Travail, Progrès" (French) (ইংৰাজী: "Unity, Work, Progress") (অসমীয়া: "একতা, কাৰ্য, প্ৰগতি") |
||||||
| ৰাষ্ট্ৰীয় সঙ্গীত La Congolaise (Script error: The function "name_from_code" does not exist.) Besi Kôngo (Script error: The function "name_from_code" does not exist.) (ইংৰাজী: "The Congolese") |
||||||
| [[Image: |250px |center |কঙ্গো গণৰাজ্য-ৰ অৱস্থান]] | ||||||
| ৰাজধানী (আৰু বৃহত্তম নগৰ) | Brazzaville | |||||
| ৰাষ্ট্ৰভাষা (সমূহ) | ফৰাচী | |||||
| স্বীকৃত ৰাষ্ট্ৰীয় ভাষাসমূহ | [1] | |||||
| জনগোষ্ঠীসমূহ | ||||||
| জাতীয়তাসূচক বিশেষণ | Congolese | |||||
| চৰকাৰ | Unitary dominant-party semi-presidential republic | |||||
| - | President | Denis Sassou Nguesso | ||||
| - | Prime Minister | Anatole Collinet Makosso | ||||
| Independence | ||||||
| - | Republic established | 28 November 1958 | ||||
| - | from France | 15 August 1960 | ||||
| মাটিকালি | ||||||
| - | মুঠ | ৩,৪২,০০০ বৰ্গ কিমি (64th) ১,৩২,০৪৭ বৰ্গ মাইল |
||||
| - | জলভাগ (%) | ৩.৩ (১১,২৮৬ বৰ্গ কিমি) | ||||
| জনসংখ্যা | ||||||
| - | 2021 আনুমানিক | ৫৬,৫৭,০০০ (১১৪th) | ||||
| জিডিপি (পিপিপি) | 2022 আনুমানিক | |||||
| - | মুঠ | $25.897 billion | ||||
| - | জনমুৰি | $4,578[2] | ||||
| জিডিপি (নামমাত্ৰ) | 2022 আনুমানিক | |||||
| - | মুঠ | $18.345 billion | ||||
| - | জনমুৰি | $3,243[2] | ||||
| জিনি সহগ? (2011) | 40.2 | |||||
| মানৱ উন্নয়ন সূচক (2019) | 0.574 (149th) | |||||
| মুদ্ৰা | Central African CFA franc (XAF) |
|||||
| সময় অঞ্চল | WAT (ইউটিচি+1) | |||||
| তাৰিখ বিন্যাস | dd/mm/yyyy | |||||
| গাড়ী চলোৱা হয় | right | |||||
| ইণ্টাৰনেট টিএলডি | .cg | |||||
| কলিং ক'ড | ++242 | |||||
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে, আৰু আটলাণ্টিক মহাসাগৰ দক্ষিণ-পশ্চিমত অৱস্থিত। দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ উপনিবেশ হৈ থকা ফৰাচী হৈছে কঙ্গো গণৰাজ্যৰ চৰকাৰী ভাষা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Constitution de 2015" (fr ভাষাত). Digithèque matériaux juridiques et politiques, Jean-Pierre Maury, Université de Perpignan. https://mjp.univ-perp.fr/constit/cg2015.htm। আহৰণ কৰা হৈছে: 2 January 2021.
- ↑ 2.0 2.1 "Report for Selected Countries and Subjects". www.imf.org. https://www.imf.org/external/pubs/ft/weo/2019/01/weodata/weorept.aspx?pr.x=80&pr.y=5&sy=2019&ey=2024&scsm=1&ssd=1&sort=country&ds=.&br=1&c=634&s=NGDPD,PPPGDP,NGDPDPC,PPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 20 May 2020.