বৃহৎ হ্ৰদসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৃহৎ হ্ৰদসমূহৰ ছেটেলাইটৰ যোগেদি তোলা চিত্ৰ
২০০৫ চনৰ জানুৱাৰী মাহৰ বৰফাবৃত বৃহৎ হ্ৰদসমূহৰ চিত্ৰ
Photograph of Lakes Ontario, Erie and Huron plus the Finger Lakes of upstate New York, June 14, 2012, taken aboard the International Space Station, with lake names added

বৃহৎ হ্ৰদসমূহ (অন্য নাম- Laurentian Great Lakes,[1] বা Third Coast, বা Great Lakes of North America) উত্তৰ আমেৰিকাকানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমাত অৱস্থিত ভালেসংখ্যক নিৰ্মলপানীৰ হ্ৰদৰ সমষ্টি৷ এই হ্ৰদসমূহ চেইন্ট লৰেঞ্চ নদী (Saint Lawrence River)ৰ যোগেদি আটলান্টিক মহাসাগৰৰ লগত সংযোজিত ৷ ছুপিৰিঅ’ৰ হ্ৰদ (Superior Lake), মিচিগান হ্ৰদ (Michigan Lake), হুৰ’ন হ্ৰদ (Huron Lake), এৰি হ্ৰদ (Erie lake) আৰু অন্টাৰিঅ’ হ্ৰদ (Ontario lake) ৰ এই সমষ্টিয়ে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বৃহৎ নিৰ্মল পানীৰ হ্ৰদৰ সমষ্টি আৰু এই সমষ্টিয়ে বিশ্বৰ প্ৰায় ২১% পানী বহন কৰি আছে৷ [2][3][4] এই হ্ৰদ সমষ্টিৰ মুঠ পৃষ্ঠকালি (total surface) ৯৪,২৫০ বৰ্গ মাইল ({{convert/কি.মি.|94250|(94250)*2589988.110336|0||r=re|j=6.41329777-0|d=LoffAonSoff}}), আৰু মুঠ আয়তন সাঁচ:Convert/cumi[5] এই হ্ৰদসমূহৰ সাগৰৰ দৰে বৈশিষ্ট্য যেনে- সাগৰীয় ঢৌৰ দৰে ঢৌ, বতাহ, তীব্ৰ সোঁত, গভীৰতা, বৃহৎ আকাৰ আদিৰ বাবে এই পাঁচটা হ্ৰদক কেতিয়াবা ’inland seas’ বুলিও উল্লেখ কৰা হয় ৷ [6] ছুপিৰিঅ’ৰ হ্ৰদ আকাৰৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ হ্ৰদ আৰু মিচিগান হ্ৰদ কেৱল এখন দেশৰ ভিতৰতে সীমাবদ্ধ হ্ৰদসমূহৰ ভিতৰত বৃহত্তম৷ [7][8][9][10]

বৃহৎ হ্ৰদসমূহ প্ৰায় ১০,০০০ বছৰ পূৰ্বে শেষ গ্লেচিয়েল পিৰিয়ডৰ শেষৰ ফালে বিগলিত বৰফ আৎতৰি যাওতে সৃষ্টি হোৱা৷ [11] এই হ্ৰদসমূহ পৰিবহণ, বাণিজ্য আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ তাৰোপৰি এই হ্ৰদসমূহ জৈব-বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অতি চহকী৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Waples, James T. (2008). "The Laurentian Great Lakes" (PDF). North American Continental Margins (Great Lakes Environmental Research Laboratory): 73–81. http://www.glerl.noaa.gov/pubs/fulltext/2008/20080024.pdf. 
  2. "Great Lakes – U.S. EPA". Epa.gov. 2006-06-28. http://www.epa.gov/glnpo/basicinfo.html। আহৰণ কৰা হৈছে: 2011-02-19. 
  3. "LUHNA Chapter 6: Historical Landcover Changes in the Great Lakes Region". Biology.usgs.gov. 2003-11-20. Archived from the original on 2012-01-11. http://wayback.archive.org/web/20120111122929/http://biology.usgs.gov/luhna/chap6.html। আহৰণ কৰা হৈছে: 2011-02-19. 
  4. Ghassemi, Fereidoun (2007). Inter-basin water transfer. Cambridge, Cambridge University Press. ISBN 0-521-86969-2. 
  5. "Great Lakes: Basic Information: Physical Facts". United States Environmental Protection Agency (EPA). May 25, 2011. Archived from the original on 2012-05-29. http://web.archive.org/web/20120529233616/http://www.epa.gov/glnpo/physfacts.html। আহৰণ কৰা হৈছে: November 9, 2011. 
  6. Williamson, James (2007). The inland seas of North America: and the natural and industrial productions .... John Duff Montreal Hew Ramsay Toronto AH Armour and Co.. http://books.google.com/books?id=ydMNAQAAMAAJ&pg=PA7। আহৰণ কৰা হৈছে: January 5, 2014. 
  7. http://www.infoplease.com/toptens/largelakes.html
  8. http://geography.about.com/od/lists/a/largestlakes.htm
  9. Hough, Jack (1970). "Great Lakes" (Hardcover). The Encyclopædia Britannica. 10 (Commemorative Edition for Expo'70 সম্পাদনা). প্ৰকাশক Chicago: William Benton. পৃষ্ঠা. 774. ISBN 0852291353. 
  10. http://www.factmonster.com/ipka/A0001777.html
  11. Linda S. Cordell; Kent Lightfoot; Francis McManamon; George Milner (2008). Archaeology in America: An Encyclopedia: An Encyclopedia. ABC-CLIO. পৃষ্ঠা. 1. ISBN 978-0-313-02189-3. http://books.google.com/books?id=arfWRW5OFVgC&pg=RA1-PA25. 

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৃহৎ হ্ৰদসমূহ ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা ৱিকিমিডিয়া কমন্সত Great Lakes সম্পৰ্কীয় মিডিয়া ফাইল।

Dynamically updated data