নীল নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্থানাংক: 30°10′N 031°06′E / 30.167°N 31.1°E / 30.167; 31.1
নীল
নদী
The river in Uganda
দেশসমূহ ইথিওপিয়া, চুদান, ইজিপ্ত, উগাণ্ডা, কঙ্গো, কেনিয়া, টানজানিয়া, ৰুৱাণ্ডা, বুৰুণ্ডী, দক্ষিন চুদান, এৰিট্ৰিয়া
চহৰসমূহ জিনজা, জুবা
Primary source White Nile
 - উচ্চতা 2,700 m (8,858 ft)
 - স্থানাঙ্ক 02°16′56″S 029°19′53″E / 2.28222°S 29.33139°E / -2.28222; 29.33139
Secondary source Blue Nile
 - location Lake Tana, Ethiopia
 - coordinates 12°02′09″N 037°15′53″E / 12.03583°N 37.26472°E / 12.03583; 37.26472
Source confluence near Khartoum
মোহনা
 - অৱস্থান Mediterranean Sea, Egypt
 - উচ্চতা 0 m (0 ft)
 - স্থানাঙ্ক 30°10′N 031°06′E / 30.167°N 31.1°E / 30.167; 31.1 [1]
দৈৰ্ঘ্য 6,853 কিমি (4,258 মাইল)
প্ৰস্থ 2.8 কিমি (2 মাইল)
অৱবাহিকা 34,00,000 বৰ্গকিলোমিটাৰ (13,12,747 বৰ্গমাইল)
প্ৰবাহ
 - গড় 2,830 মিটাৰ/ছে (99,941 ফুট/ছে)

নীল নদী (আৰবী: النيل‎, Eg. en-Nīl, Std. an-Nīl; সাঁচ:Lang-cop, P(h)iaro; Ancient EgyptianḤ'pī and Iteru) আফ্ৰিকা মহাদেশ অৱস্থিত পৃথিৱীৰ আটাইতকৈ দীঘল নদী৷[2] ইয়াৰ দৈৰ্ঘ্য ৬,৮৫৩ কিমি (৪,২৫৮ মাইল) ৷ নীল নদীক এক আন্তIৰ্জাতিক নদী বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ জলসম্পদ এঘাৰখন দেশে ব্যৱহাৰ কৰে ৷ এই দেশসমূহ হৈছে, টানজানিয়া, উগাণ্ডা, ৰাৱাণ্ডা, বুৰুণ্ডি (Burundi), কংগো-কিনছাছা (Congo-Kinshasa), কেনিয়া (Kenya), ইথিঅ’পিয়া (Ethiopia), এৰিট্ৰিয়া (Eritrea),পশ্চিম চুডান ( South Sudan), চুডান (Sudan) আৰু ইজিপ্ট (Egypt)[3] প্ৰধানকৈ ইজিপ্ট আৰু চুডানৰ বাবে নীল নদীয়ে মূল পানীৰ উৎস৷[4]

নীল নদীৰ মূল অংশ দুটা- শুভ্ৰ নীল (White Nile) আৰু নীলা নীল ( Blue Nile) ৷ শুভ্ৰ নীল দৈৰ্ঘ্য অধিক আৰু ইয়াৰ উৎপত্তি হৈছে কেন্দ্ৰীয় আফ্ৰিকাৰ গ্ৰেইট লেক (Great Lakes ) অঞ্চলত ৷ ই টানজানিয়া, লেক ভিক্টোৰিয়া, উগাণ্ডা আৰু দক্ষিণ চুডানৰ মাজেৰে বৈ গৈছে ৷ নীলা নীল ইথিয়’পিয়াৰ লেক টানা (Lake Tana) ত আৰম্ভ হৈছে[5] আৰু পূবা-দক্ষিণাকৈ চুডানলৈ বৈ গৈছে ৷ এই দুয়োখন নৈ চুডানৰ ৰাজধানী Khartoum ত মিলিত হৈছে ৷

নীলনদীৰ উত্তৰ অংশটো চুডানৰ মৰুভূমিৰ মাজেৰে প্ৰবাহিত হৈ গৈ ইজিপ্তলৈ গৈছে শেষত ই ভূমধ্য সাগৰত মিলিত হৈছেগৈ ৷ ঐতিহাসিক কালৰে পৰা ইজিপ্টৰ সভ্যতা আৰু চুডানৰ সাম্ৰাজ্য এই নদীৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে ৷ ইজিপ্টৰ জনসংখ্যাৰ অধিকাংশই নীলনদীৰ পাৰত অৱস্থিত ৷ প্ৰাচীন ইজিপ্টৰ ভালেসংখ্যক সাংস্কৃতিক তথা ঐতিহাসিক কৃতীচিহ্ন এই নদীৰ পাৰত পোৱা যায় ৷

Iteru.png

প্ৰাচীন ইজিপ্টৰ ভাষাত নীল নদীক Ḥ'pī বা Iteru বুলি উল্লেখ কৰা হৈছিল যাৰ অৰ্থ হৈছে ’নদী’ ৷ কাষৰ চিত্ৰত ইয়াৰ hieroglyphs নমুনা দেখুওৱা হৈছে ৷[6]

গতিপথ[সম্পাদনা কৰক]

The Nile at Dendera, as seen from the SPOT satellite
The Nile's watershed[7]
The Nile near Beni Suef
Composite satellite image of the White Nile.

Khartoum ৰ ওপৰলৈ নীল নদীক শুভ্ৰ নীল (White Nile) বুলিও কোৱা হয় ৷ এই স্থানতে এই নদী নীলা নীল (Blue Nile) ৰ সৈতে সংযুক্ত হৈছে ৷ শুভ্ৰ নীলনদী পূব আফ্ৰিকাত আৰু নীলা নীল ইথিঅ’পিয়াত আৰম্ভ হৈছে ৷

নীলনদীৰ drainage basin ৰ কালি প্ৰায় Lua error in Module:Convert at line 1760: attempt to index field 'en_option_name' (a nil value)., যি আফ্ৰিকাৰ প্ৰায় ১০% মাটিকালিৰ সমতুল্য৷[8]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সাঁচ:GEOnet2
  2. "Nile River". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/415347/Nile-River. 
  3. Oloo, Adams (2007). "The Quest for Cooperation in the Nile Water Conflicts: A Case for Eritrea". African Sociological Review খণ্ড 11 (1). http://www.codesria.org/IMG/pdf/07_Oloo.pdf। আহৰণ কৰা হৈছে: 25 July 2011. 
  4. Mohamed Helmy Mahmoud Moustafa Elsanabary Teleconnection, Modeling, Climate Anomalies Impact and Forecasting of Rainfall and Streamflow of the Upper Blue Nile River Basin. প্ৰকাশক Canada: University of Alberta. 2012. http://hdl.handle.net/10402/era.28151। আহৰণ কৰা হৈছে: 23 January 2012সাঁচ:Inconsistent citations 
  5. The river's outflow from that lake occurs at 12°02′09″N 37°15′53″E / 12.03583°N 37.26472°E / 12.03583; 37.26472
  6. Faulkner, Raymond O. (1962). Concise Dictionary of Middle Egyptian. Griffith Institute. পৃষ্ঠা. 33. 
  7. "The Nile River". Nile Basin Initiative. 2011. http://www.nilebasin.org/index.php?option=com_content&task=view&id=106&Itemid=120। আহৰণ কৰা হৈছে: 1 February 2011. 
  8. EarthTrends: The Environmental Information Portal[সংযোগবিহীন উৎস]

লগতে চাওক[সম্পাদনা কৰক]

  • Jeal, Tim (2011). Explorers of the Nile: The Triumph and Tragedy of a Great Victorian Adventure. ISBN 978-0-300-14935-7
  • Tvedt, Terje, ed. The River Nile in the Post-Colonial Age: Conflict and Cooperation Among the Nile Basin Countries (I.B. Tauris, 2010) 293 pages; studies of the river's finite resources as shared by multiple nations in the post-colonial era; includes research by scholars from Burundi, Congo, Egypt, Ethiopia, Kenya, Rwanda, Sudan, Tanzania, and Uganda.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

"অপেন ষ্ট্ৰীট মেপ"-ত ‘নীল নদী’-ৰ ভৌগোলিক বিষয়ক তথ্য আছে।