সমললৈ যাওক

ড্ৰিম অফ দা ৰেড চেম্বাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড্ৰিম অফ দ্য ৰেড চেম্বাৰ  
লেখক কাও জুয়েকিন
শিৰোনাম 紅樓夢
দেশ চীন
ভাষা চীনা
প্ৰকাৰ উপন্যাস, পাৰিবাৰিক উপাখ্যান
প্ৰকাশ ১৮ শতাব্দীৰ মধ্যভাগ (পাণ্ডুলিপি)
১৭৯১ (ছপা সংস্কৰণ)
ডুৱি ডেচিমেল 895.1348

ড্ৰিম অফ দা ৰেড চেম্বাৰ (হংলৌ মংগ) বা দা ষ্ট’ৰী অফ দা ষ্টোন (শিতু জি) হৈছে ১৮ শতিকাৰ মাজভাগত কাও জুয়েকিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। চীনা সাহিত্যৰ চাৰিখন প্ৰধান ধ্ৰুপদী উপন্যাসৰ ভিতৰত অন্যতম এই উপন্যাসখন ১৮ শতিকাৰ চীনৰ বিশ্বদৃষ্টিভংগী, নান্দনিকতা, জীৱনশৈলী আৰু সামাজিক সম্পৰ্কৰ মানসিক বিশদ বিৱৰণ আৰু পৰ্যবেক্ষণৰ বাবে বিখ্যাত।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "CliffsNotes, About the Novel: Introduction". Cliffsnotes.com. https://www.cliffsnotes.com/literature/d/dream-of-the-red-chamber/about-dream-of-the-red-chamber। আহৰণ কৰা হৈছে: 2017-11-02.