সমললৈ যাওক

ত্ৰিকোণমিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিভুজ

ত্ৰিকোণমিতি (ইংৰাজী: Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।[1] ত্ৰিকোণমিতি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Trigonometry”। এই শব্দটি আকৌ গ্ৰীক শব্দ trigōnon অৰ্থাৎ ত্ৰিভুজ আৰু metron অৰ্থাৎ পৰিমাপৰ পৰা উদ্ভৱ হৈছে।[2]

ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ অধ্যয়নক সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান দিয়া হয়।


ত্ৰিকোনমিতিৰ কোণৰ মানসমুহৰ তালিকা প্ৰস্তুত

[সম্পাদনা কৰক]

নিম্নোক্ত তালিকাত কিছুমান প্ৰধান কোণৰ ত্ৰিকোনমিত্ৰিক মান দেখুওৱা হৈছে:-

θ জ্যা কোণ স্পৰ্শক বহুভুজ ভুজ
30°
45°
60°
90°


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. R. Nagel (ed.), Encyclopedia of Science, 2nd Ed., The Gale Group (2002)
  2. "trigonometry". Online Etymology Dictionary. http://www.etymonline.com/index.php?search=trigonometry.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]