সমললৈ যাওক

কাপোৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইতিহাসত কাপোৰ, (ওপৰৰ পৰা) মিচৰীয়, প্ৰাচীন গ্ৰীক, ৰোমান, বাইজেন্টাইন, ফ্ৰেংক, আৰু ত্ৰয়োদশ শতিকাৰ ইউৰোপীয়সকলক দেখুওৱা হৈছে

কাপোৰ বা বস্ত্ৰ বা পোছাক বুলি ক'লে শৰীৰৰ বিভিন্ন অংশৰ কৃত্ৰিম আৱৰণক বুজায়। পৃথিৱীৰ সকলো সমাজতে কাপোৰৰ প্ৰচলন আছে। মানুহে কৰ্মক্ষেত্ৰত সুবিধাৰ বাবে, বতৰৰ পৰা ৰক্ষা পাবলৈ, সামাজিক আৰু সাংস্কৃতিক কাৰণত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে।

প্ৰাথমিক ব্যৱহাৰ

[সম্পাদনা কৰক]

মানুহে কেতিয়া কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিলে এই বিষয়ে বিজ্ঞানীসকলৰ মাজত বিতৰ্ক পৰিলক্ষিত হয়। [1][2][3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ralf Kittler, Manfred Kayser & Mark Stoneking (2003), "Molecular evolution of Pediculus humanus and the origin of clothing", Current Biology খণ্ড 13 (16): 1414–1417, doi:10.1016/S0960-9822(03)00507-4, PMID 12932325, archived from the original on 2008-09-10, https://web.archive.org/web/20080910120019/http://www.eva.mpg.de/genetics/pdf/Kittler.CurBiol.2003.pdf 
  2. Kittler, Ralf; Kayser, Manfred; Stoneking, Mark (2004). "Molecular Evolution of Pediculus humanus and the Origin of Clothing". Current Biology খণ্ড 14 (24): 1414–7. doi:10.1016/j.cub.2004.12.024. PMID 12932325. 
  3. Toups, Melissa A. (January 2011). "Origin of Clothing Lice Indicates Early Clothing Use by Anatomically Modern Humans in Africa". Molecular Biology and Evolution খণ্ড 28 (1): 29–32. doi:10.1093/molbev/msq234. PMID 20823373. 
  4. Reed, David (2007). "Pair of lice lost or parasites regained: The evolutionary history of Anthropoid primate lice". BMC Biology খণ্ড 5 (7): 7. doi:10.1186/1741-7007-5-7. PMID 17343749.