টাংগান্যিকা হ্ৰদ
| টাংগান্যিকা হ্ৰদ (Lake Tanganyika) | |
|---|---|
| Lake Tanganyika from space, June 1985 | |
| map | |
| স্থানাংক | 6°30′S 29°50′E / 6.5°S 29.833°Eস্থানাংক: 6°30′S 29°50′E / 6.5°S 29.833°E |
| Primary inflows | Ruzizi River Malagarasi River Kalambo River |
| Primary outflows | Lukuga River |
| Catchment area | 2,31,000 বৰ্গ কি.মি. (৮৯,০০০ বৰ্গ মাইল) |
| Basin countries | Burundi DR Congo Tanzania Zambia |
| Max. length | 673 km (৪১৮ মাইল) |
| Max. width | 72 km (৪৫ মাইল) |
| Surface area | 32,900 বৰ্গ কি.মি. (১২,৭০০ বৰ্গ মাইল) |
| Average depth | 570 মিটাৰ (১,৮৭০ ফুট) |
| Max. depth | 1,470 মিটাৰ (৪,৮২০ ফুট) |
| Water volume | সাঁচ:Convert/km3 |
| Residence time | 5500 years[1] |
| Shore length1 | 1,828 km (১,১৩৬ মাইল) |
| Surface elevation | 773 মিটাৰ (২,৫৩৬ ফুট)[2] |
| Settlements | Kigoma, Tanzania Kalemie, DRC Bujumbura, Burundi |
| References | [2] |
| 1 Shore length is not a well-defined measure. | |
টাংগান্যিক হ্ৰদ আফ্ৰিকাত অৱস্থিত এটা বৃহৎ হ্ৰদ। এই হ্ৰদ ছাইবেৰিয়াৰ বৈকাল হ্ৰদৰ পিছতেই আয়তনৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ নিৰ্মল পানীৰ হ্ৰদ আৰু গভীৰতাৰ ফালৰ পৰা দ্বিতীয় বুলি গণ্য কৰা হয়।[3] তদুপৰি ই বিশ্বৰ সৰ্বোচ্চ দৈৰ্ঘ্যৰ হ্ৰদ। এই হ্ৰদ চাৰিখন দেশজুৰি বিস্তৃত হৈ আছে- টানজানিয়াত ৪৬%, কংগো (Democratic Republic of the Congo)ত ৪০%, বুৰুণ্ডি (Burundi) আৰু জাম্বিয়া (Zambia)। এই হ্ৰদৰ পানী কংগো নদীলৈ বৈ গৈ অৱশেষত আটলাণ্টিক মহাসাগৰত পৰিছেগৈ।
এই হ্ৰদৰ নামৰ অৰ্থ 'the great lake spreading out like a plain', বা 'plain-like lake'."[4]:Vol.Two,71বুলি জনা যায়।
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]টাংগান্যিকা হ্ৰদ আল্বাৰটাইন প্ৰাচীৰ (Albertine Rift) ৰ ভিতৰত অৱস্থিত। এই প্ৰাচীৰ পূব আফ্ৰিকাৰ প্ৰাচীৰ (East African Rift) ৰ এটা অংশ। আফ্ৰিকাৰ ভিতৰতে সৰ্ববৃহৎ প্ৰাচীৰ হ্ৰদ (rift lake)। এই হ্ৰদে বিশ্বৰ প্ৰায় ১৮% নিৰ্মল পানী ধৰি ৰাখিছে বুলি ধাৰণা কৰা হয়। টাংগান্যিক হ্ৰদ উত্তৰা দক্ষিণাকৈ 676 km (৪২০ মাইল) দীঘল আৰু ইয়াৰ প্ৰস্থ প্ৰায় 50 km (৩১ মাইল)। হ্ৰদটোৰ মুঠ কালি 32,900 বৰ্গ কি.মি. (১২,৭০০ বৰ্গ মাইল), পাৰ (shoreline) 1,828 km (১,১৩৬ মাইল) আৰু গড় গভীৰতা 570 মিটাৰ (১,৮৭০ ফুট) আৰু সৰ্বোচ্চ গভীৰতা 1,470 মিটাৰ (৪,৮২০ ফুট)।[5] হ্ৰদৰ পৃষ্ঠীয় পানীৰ উষ্ণতা ২৫°ছেণ্টিগ্ৰেড আৰু পি এইচ ( pH) ৮.৪।
এই হ্ৰদৰ গভীৰতা আৰু ক্ৰান্তীয় অৱস্থানৰ বাবে ইয়াৰ পানীৰ তৰপবোৰৰ বিশেষ সালসলনি ('turnover' of water masses) নহয়। যাৰ ফলত এই হ্ৰদৰ কিছু গভীৰতাৰ পানী জীবাশ্ম পানী ('fossil water') আৰু অক্সিজেন নাথাকে (anoxic)। এই হ্ৰদৰ অৱবাহিকাৰ কালি ২৩১,০০০ বৰ্গ কিলোমিটাৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Yohannes, Okbazghi (2008). Water resources and inter-riparian relations in the Nile basin. SUNY Press. পৃষ্ঠা. 127. https://archive.org/details/waterresourcesin0000yoha.
- 1 2 "LAKE TANGANYIKA". www.ilec.or.jp. Archived from the original on 2008-03-28. https://web.archive.org/web/20080328152837/http://www.ilec.or.jp/database/afr/afr-06.html। আহৰণ কৰা হৈছে: 2008-03-14.
- ↑ "~ZAMBIA~". www.zambiatourism.com. http://www.zambiatourism.com/destinations/lakes/lake-tanganyika। আহৰণ কৰা হৈছে: 2008-03-14.
- ↑ Stanley, H.M., 1899, Through the Dark Continent, London: G. Newnes, Vol. One ISBN 0486256677, Vol. Two ISBN 0486256685
- ↑ "Datbase Summary: Lake Tanganyika". www.ilec.or.jp. Archived from the original on 1999-11-10. https://web.archive.org/web/19991110092358/http://www.ilec.or.jp/database/afr/dafr06.html। আহৰণ কৰা হৈছে: 2008-03-14.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Lake Tanganyika সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Food and Agriculture Organization of the United Nations Archived 2008-03-14 at the Wayback Machine
- Index of Lake Tanganyika Cichlids Archived 2011-11-17 at the Wayback Machine