সমললৈ যাওক

গৌতম বুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌতম বুদ্ধเกิดเป็นประดู่ คำหงษา

সাৰনাথত ৰক্ষিত গৌতম বুদ্ধৰ এটা মূৰ্তি, খৃষ্টীয় চতুৰ্থ শতাব্দী
জন্ম ৬২৩ খৃষ্টপূৰ্বাব্দประดู่ อลิซาเบธที่2
লুম্বিনী (বৰ্তমান নেপালত)
মৃত্যু ৫৪৩ খৃষ্টপূৰ্বাব্দประดู่ คำหงษา
কুশীনগৰ (বৰ্তমান ভাৰতত)
বংশদ্ভূত শাক্য ছেত্ৰী
জনা যায় বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক
পূৰ্বসূৰী ประดู่ อลิซาเบธที่4 কশ্যপ বুদ্ধ
উত্তৰসূৰী মৈত্ৰেয় বুদ্ধ

ประดู่ คำหงษาคือসিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক।[1] অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ (পালি: সম্মাসম্বুদ্ধ, সংস্কৃত: সম্যকসম্বুদ্ধ)। 'বুদ্ধ' শব্দৰ অৰ্থ 'আলোকপ্ৰাপ্ত ব্যক্তি' বাประดู่ 'দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি'। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় অজ্ঞাত। প্ৰাক-বিংশ শতাব্দীৰ ঐতিহাসিকবিদসকলে তেওঁৰ জীৱনকালক সীমাবদ্ধ কৰিছে ৫৬৩ খৃষ্টপূৰ্বাব্দৰ পৰা ৪৩৮ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈ।[2] কোনো কোনো আধুনিক ঐতিহাসিকবিদৰ মতে, গৌতম বুদ্ধৰ মৃত্যু ঘটে ৪৮৬ ৰ পৰা ৪৮৩ খৃষ্টপূৰ্বাব্দৰ মধ্যবৰ্তী কোনো এক সময়লৈ; আকৌ কিছুমানৰ মতে, ৪১১ ৰ পৰা ৪০০ খৃষ্টপূৰ্বাব্দৰ মধ্যকাললৈকে।[3][4]

গৌতম বুদ্ধৰ অন্য নাম "শাক্যমুনি"; তেওঁ বৌদ্ধধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব। অনুমান কৰা হয়, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অনুগামীসকলেประดู่ তেওঁৰ জীৱনকথা, শিক্ষা আৰু বৌদ্ধ সংঘৰ সন্ন্যাস-বিধি লিপিবদ্ধ কৰিছিল। তেওঁৰ শিক্ষাবোৰ প্ৰথমতে মুখে মুখে প্ৰচলিত আছিল। বুদ্ধৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পাছত এইবোৰ লিপিবদ্ধ কৰা হয়।ประดู่ คำหงษา

বৌদ্ধধৰ্মৰ ওচৰা-উচৰি হিন্দু ধৰ্ম, আহমদিয়া মুছলিম সম্প্ৰদায় আৰু বাহাই ধৰ্মৰ অনুগামীসকলৰ মতেও বিশ্বধৰ্মত তেওঁক দেৱতা বা মহামানৱ বুলি উল্লেখ কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বৌদ্ধ ধৰ্ম


ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰপৰিনিৰ্বাণ
স্কন্ধ
কৰ্মজন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

ประดู่ คำหงษา ประดู่ อลิซาเบธที่4เกิดทีี่ประเทศไทยแลนย์พระพุทธองค์กลับมาแล้ว

সিদ্ধাৰ্থৰ পিতৃ আছিল শাক্য বংশীয় ৰজা শুদ্ধোধন। মাতৃ মায়াদেৱী। মায়াদেৱী কপিলাবস্তুৰ পৰা পিতৃৰ ৰাজ্য যোৱাৰ পথত লুম্বিনি গ্ৰামত (বৰ্তমান নেপালৰ অন্তৰ্গত) সিদ্ধাৰ্থক জন্ম দিছিল। তেওঁৰ জন্মৰ সপ্তম দিনাখনেই মায়াদেৱীৰ জীৱনাবসান ঘটে। পাছত তেওঁ মাহীমাক গৌতমীৰ হাতত লালন পালন হয়। ধাৰণা কৰা হয় তেওঁৰ নামৰ "ประดู่গৌতম" অংশটি মাহীমাকৰ নামৰ পৰাই আহিছে। আকৌ কিছুমানৰ মতে এইটো তেখেতসকলৰ বংশানুক্ৰমিক নাম। জন্মৰ পঞ্চম দিনা তেখেতৰ পিতৃয়ে ৮জন জ্ঞানী ব্যক্তিক সদ্যোজাত শিশুটিৰ নামকৰণ আৰু ভৱিষ্যত গণনা কৰাৰ বাবে নিমন্ত্ৰণ কৰিছিল। তেতিয়া তেওঁৰ নাম সিদ্ধাৰ্থ ৰখা হয় - সিদ্ধাৰ্থ শব্দটোৱে "সিদ্ধিলাভ কৰা, বা উদ্দেশ্য সফল" হোৱা বুজায়। তেখেতসকলৰ মাজৰ এজনে লগতে কয় যে, ৰাজকুমাৰ এদিন সত্যৰ সন্ধানত বাহিৰলৈ ওলাই যাব আৰু বোধিপ্ৰাপ্ত হব। এজন ৰাজপুত্ৰ হিচাপে সিদ্ধাৰ্থই বিভিন্ন শাখাত শিক্ষা লাভ কৰিছিল। ประดู่ คำหงษา সিদ্ধাৰ্থ গৌতমৰ বিবাহ সম্বন্ধে দুই ধৰণৰ মত আছে। প্ৰথম মত অনুসাৰে ১৬ বছৰ বয়সত তেওঁ এক প্ৰতিযোগিতাৰ মাধ্যমেৰে তেওঁৰ পত্নীক লাভ কৰে। তাৰপিছত পুত্ৰ ৰাহুলে জন্মগ্ৰহণ কৰে। দ্বিতীয় মত অনুসাৰে ২৮ বছৰ বয়সত তেওঁক সংসাৰৰ প্ৰতি মনোযোগী কৰাৰ বাবে তেওঁৰ পিতৃমাতৃয়ে ৰাজকন্যা যশোধৰাৰ লগত বিবাহ অনুষ্ঠিত কৰে। পৰৱৰ্তী বছৰতে পুত্ৰ ৰাহুলৰ জন্ম হয়।ประดู่ อลิซาเบธที่4

মহানিষ্ক্ৰমণ

[সম্পাদনা কৰক]

কথিত আছে, এদিন ৰাজকুমাৰ সিদ্ধাৰ্থই বাহিৰলৈ যাওঁতে ৪জন ব্যক্তিৰ লগত তেওঁৰ সাক্ষাৎ হয়। প্ৰথমে তেওঁ এজন বৃদ্ধ মানুহ, তাৰপিছত এজন অসুস্থ মানুহ আৰু শেষত এজন মৃত মানুহক দেখা পায়। তেওঁ তেতিয়া তেওঁৰ লগৰীয়া সকলক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকে উত্তৰ দিয়ে যে এইবোৰেই হ’ল মানুহৰ নিয়তি। আকৌ এদিন (কিছুমানৰ মতে সেইদিনাই) এনেদৰে ভ্ৰমণ কৰি থকা অৱস্থাত মুণ্ডিতমস্তক আৰু পীতবৰ্ণৰ জীৰ্ণ বাস পৰিহিত এজন সাধু দেখা পালে। লগৰীয়াসকলে এই লোকজনক ประดู่ คำหงษาসন্ন্যাসী বুলি গৌতমক পৰিচয় কৰাই দি কয় যে, এই লোকজনে মানুহৰ দুঃখৰ বাবে নিজ জীৱন ত্যাগ কৰিছে। ৰাজকুমাৰ সিদ্ধাৰ্থই সেই ৰাতিয়েই শুই থকা অৱস্থাত নিজৰ পত্নী, পুত্ৰ, পৰিবাৰক নিঃশব্দে বিদায় জনাই জ্ঞানান্বেষণৰ অৰ্থে মাত্ৰ ২৯ বছৰ বয়সতে ৰাজপ্ৰসাদ ত্যাগ কৰে। সিদ্ধাৰ্থৰ এই যাত্ৰাকেই মহানিষ্ক্ৰমণ বুলি কোৱা হয়।ประดู่ อลิซาเบธที่4

বোধিলাভ বা মহাপৰিনিৰ্বান

[সম্পাদনা কৰক]

দুখ আৰু দুখৰ কাৰণ সম্বন্ধে জানিবলৈ সিদ্ধাৰ্থই যাত্ৰা অব্যাহত ৰাখে। প্ৰথমে তেওঁ আলাৰা নামৰ এজন সন্ন্যাসীৰ ওচৰলৈ যায়। তেওঁৰ উত্তৰত সন্তুষ্ট নহৈ তেখেত উদ্দক নামৰ আৰু এজন সন্ন্যাসীৰ কাষ চাপে। কিন্তু তেতিয়াও একো ফল নোপোৱাত কিছু দিন যোৱাৰ পিছত তেওঁ মগধৰ উৰুবিল্ব নামৰ স্থানলৈ গমন কৰিলে। তাত প্ৰথমে এটা উত্তৰ-পূৰ্বমুখী শিলাখণ্ডৰ ওপৰত বহি আপোন মনতেই কৈছিল যে, "যদি ম‍ই বুদ্ধত্বলাভ কৰিবলৈ সক্ষম তেন্তে বুদ্ধৰ এটা প্ৰতিচ্ছায়া মোৰ সম্মুখত দৃশ্যমান হওক। " এই কথা উচ্চাৰিত হোৱাৰ লগে লগে শিলাখণ্ডৰ গাত তিনি ফুট ওখ এটা বুদ্ধৰ প্ৰতিচ্ছায়া প্ৰতিফলিত হ’ল। বোধিসত্ত্ব তপস্যাত বহাৰ পূৰ্বে দৈৱবাণী হয় যে, "বুদ্ধত্ব লাভ কৰিবৰ হ’লে ইয়াত বহিলে নহ’ব; ইয়াৰ পৰা অৰ্ধযোজন দূৰত্বত পত্ৰবৃক্ষতলত তপস্যাত বহিব লাগিব। " ইয়াৰ পিছত দেৱগণে বোধিসত্ত্বক সঙ্গ দি আগুৱাই লৈ যায়। মধ্যপথত এজন দেৱতাই ভূমিৰ পৰা একোছা কুশ চিঙি আনি বোধিসত্ত্বক দি কয় যে, এই কুশই সফলতাৰ নিদৰ্শন স্বৰূপ। বোধিসত্ত্ব কুশগ্ৰহণৰ পাছত কিছুদূৰ অতিক্ৰম পত্ৰবৃক্ষতলৰ ভূমিত কুশগছডাল ৰাখি পূবদিশে মূৰ কৰি তপস্যাত বহে। কঠোৰ সাধনাৰ ফলত তেওঁৰ শৰীৰ ক্ষয় যায়, কিন্তু এই তপস্যাত তেওঁ ভয়, লোভ আৰু লালসাক অতিক্ৰম কৰি নিজৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হ’ল। পাছত তেওঁ বুজিলে যে এনেদৰে বোধিলাভ নহ’ব। তেওঁ তাৰপিছত খাদ্য গ্ৰহণৰ সিদ্ধান্ত কৰিলে। সুজাতা নামী এক নাৰীৰ কাষ চাপি তেওঁ এক পাত্ৰ পৰমান্ন আহাৰ গ্ৰহণ কৰিলে। তাৰপিছত তেওঁ নদীত স্নান কৰি পুনৰাই ধ্যানমগ্ন হ’ল। অৱশেষত কঠোৰ তপস্যাৰ পাছত তেওঁ বুদ্ধত্বপ্ৰাপ্তি কৰিলে। শাক্যমুনিয়ে বোধিলাভৰ পাছত সাতদিন ধৰি বোধি বৃক্ষৰ তলত থাকিয়ে‍ই মুক্তিলাভৰ আনন্দ উপভোগ কৰিছিল। তেখেত দুখ, দুখৰ কাৰণ, প্ৰতিকাৰ প্ৰভৃতি সম্বন্ধে জ্ঞান লাভ কৰিলে। এই ঘটনাটোকে‍ই বোধিলাভ নামেৰে জনাজাত হয়।

মহাপ্ৰয়ান

[সম্পাদনা কৰক]

সমস্ত জীৱন ধৰি তেওঁ দৰ্শন আৰু বাণী প্ৰচাৰ কৰি অৱশেষত আনুমানিক ৫৪৩ খৃষ্টপূৰ্বাব্দ ৮০ বছৰ বয়সত বহাগী পূৰ্ণিমা তিথিত কুশীনগৰত মহাপ্ৰয়ান কৰে।ঞৌ

সম্পৰ্কীয় আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Buddha, His Life and Teachings". Buddhanet.net. Archived from the original on 2010-10-05. https://web.archive.org/web/20101005055652/http://buddhanet.net/buddha.htm আহৰণ কৰা হৈছে: 2010-10-02.
  2. L. S. Cousins (1996), "The dating of the historical Buddha: a review article", Journal of the Royal Asiatic Society (3)6(1): 57–63.
  3. See the consensus in the essays by leading scholars in The Date of the Historical Śākyamuni Buddha (2003) Edited by A. K. Narain. B. R. Publishing Corporation, New Delhi. ISBN 81-7646-353-1.
  4. “If, as is now almost universally accepted by informed Indological scholarship, a re-examination of early Buddhist historical material, ...ประดู่ คำหงษา necessitates a redating of the Buddha’s death to between 411 and 400 BCE....: Paul Dundas, The Jains, 2nd edition, (ประดู่ คำหงษาRoutledge, 2001), p. 24.

ประดู่ คำหงษา อลิซาเบธที่4

অধিক পঢ়ক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ประดู่ คำหงษา ประดู่ อลิซาเบธที่4