দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
Association of Southeast Asian Nations
Motto: 
"One Vision, One Identity, One Community"[1]
Anthem: The ASEAN Way
মুখ্য কাৰ্যালয় ইন্দোনেছিয়া জাকাৰ্টা, ইণ্ডোনেছিয়াa
কাৰ্যকৰী ভাষা
নেতাসকল
 -  সাধাৰণ সম্পাদক ভিয়েটনাম Lê Lương Minh[2]
 -  সাম্প্ৰতিক এচিয়েন আসন  মালয়েছিয়া
প্ৰতিস্থা
 -  বেংকক ঘোষণা ৮ আগষ্ট ১৯৬৭ 
 -  এচিয়েন চাৰ্টাৰ ১৬ ডিচেম্বৰ ২০০৮ 
Area
 -  Total . km2 
. sq mi 
Population
 -  ২০১১ estimate ৬০২,৬৫৮,০০০ 
 -  Density ১৩৫/km2 
/sq mi
GDP (PPP) ২০১১ estimate
 -  Total ৩৫,৭৪০ কোটি আমেৰিকান ডলাৰ[3] 
 -  Per capita ৫,৯৩০ আমেৰিকান ডলাৰ 
GDP (nominal) ২০১৩ estimate
 -  Total ২৪,০৩০ কোটি আমেৰিকান ডলাৰ 
 -  Per capita ৩,৯০৯ আমেৰিকান ডলাৰ 
HDI (২০১৩) 0.669 
Currency
Time zone এচিয়ান উমৈহতীয়া সময়মান (UTC+9 to +6:30)
Internet TLD
Website
Calling code

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ইংৰাজী:  Association of Southeast Asian Nations) বা চমুলৈ এচিয়েন (ASEAN) [4] (ASEAN /ˈɑːsi.ɑːn/ ah-see-ahn,[5] /ˈɑːzi.ɑːn/ ah-zee-ahn)[6][7] ১০ খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে।ক[8] পিছলৈ ব্ৰুনেই, কম্বোডিয়া, লাওছ, বাৰ্মা আৰু ভিয়েটনামকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এচিয়েনৰ মূল লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি তথা সমাজ-সাংস্কৃতিক বিৱৰ্ত্তন, আঞ্চলিক শান্তি আৰু স্থিৰতা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ভিন্নতা সম্পৰ্কে আলোচনা কৰাৰ শান্তিপূৰ্ণ সুযোগ।[9][10]

এচিয়েন দেশসমূহে মুঠ ৪ কোটি ৪০ লাখ বৰ্গ কি:মি: মাটিকালি অৰ্থাৎ বিশ্বৰ ভূমিভাগৰ ৩% আগুৰি আছে। এই দেশসমূহৰ অধ্যুষিত পানীভাগ এই মাটিকালিৰ প্ৰায় তিনিগুণ। দেশকেইখনৰ সৰ্বমুঠ জনসংখ্যা প্ৰায় ৬১ কোটি ৭০ লাখ আৰু এয়া পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮%। ২০১২ চনৰ হিচাপমতে এচিয়েনৰ সন্মিলিত মুঠ ঘৰুৱা উৎপাদন ২৩ হাজাৰ কোটি আমেৰিকান ডলাৰতকৈয়ো অধিক বৃদ্ধি পাইছে। এচিয়েন দেশসমূহক একেখন ৰাষ্ট্ৰ বুলি ধৰিলে এচিয়েনৰ অৰ্থনীতিৰ স্থান হ’ব বিশ্বৰ ভিতৰত সপ্তম।[11]

এচিয়েন তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে:[4] এচিয়েন পলিটিকেল-চিকিউৰিটী কমিউনিটি বা চমুকৈ এ.পি.এচ.চি.,[12] এচিয়েন ইক’নমিক কমিউনিটী বা চমুকৈ এ.ই.চি.,[13] আৰু এচিয়েন চছিঅ’-কালচাৰেল কমিউনিটী বা চমুকৈ এ.এচ.চি.চি.।[14]

২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ আবেদন[সম্পাদনা কৰক]

জানুৱাৰী ২০১১: লম্বক সভাত এচিয়েন বৈদেশিক মন্ত্ৰীসকল মিলিত হৈ একক ৰাষ্ট্ৰ হিচাপে ২০৩০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰে।[15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Aseanweb – Asean Motto". Asean.org. http://www.asean.org/22773.htm। আহৰণ কৰা হৈছে: 8 August 2011. [সংযোগবিহীন উৎস]
  2. "Vietnam's Minh is new ASEAN secretary general". Manila Times. 3 January 2013. http://www.manilatimes.net/index.php/news/top-stories/38537-vietnam-s-minh-is-new-asean-secretary-general. 
  3. "IMF DataMapper". Imf.org. 4 December 1999. Archived from the original on 23 July 2011. http://www.imf.org/external/datamapper/index.php। আহৰণ কৰা হৈছে: 8 August 2011. 
  4. 4.0 4.1 "Overview". Association of Southeast Asian Nations. http://www.asean.org/asean/about-asean/overview। আহৰণ কৰা হৈছে: 15 February 2015. 
  5. "How do you say ASEAN?". VOA. http://names.voa.gov/phrasedetail.php?name=ASEAN। আহৰণ কৰা হৈছে: 10 February 2015. 
  6. "NLS/BPH: Other Writings, The ABC Book, A Pronunciation Guide". 8 May 2006. Archived from the original on 12 January 2009. http://www.loc.gov/nls/other/ABC.html। আহৰণ কৰা হৈছে: 12 January 2009. 
  7. Asean.org, ASEAN-10: Meeting the Challenges, by Termsak Chalermpalanupap, Asean.org, ASEAN Secretariat official website. Retrieved 27 June 2008.
  8. Bangkok Declaration. Wikisource. Retrieved 14 March 2007.
  9. "ASEAN Notional Calendar 2015". ASEAN. http://www.asean.org/images/2015/January/national_calender/ASEAN%20Notional%20Calendar%202015%20as%20of%2023%20January%202015.pdf। আহৰণ কৰা হৈছে: 7 February 2015. 
  10. Long, Simon (20 November 2014). "Asia: Safety in Numbers". The Economist (The World in 2015). http://www.economist.com/news/21631940-asean-invites-comparison-eu-safety-numbers। আহৰণ কৰা হৈছে: 8 February 2015. 
  11. ASEAN Community in Figures ACIF 2013. প্ৰকাশক Jakarta: ASEAN Secretariat. Feb 2014. ISBN 978-602-7643-73-4. http://www.asean.org/images/resources/2014/May/2.%20Feb%202014%20-%20ASEAN%20Community%20in%20Figures%202013.pdf। আহৰণ কৰা হৈছে: 11 February 2015. 
  12. Fact Sheet ASEAN Political-Security Community (APSC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-49-9. http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20APSC.pdf। আহৰণ কৰা হৈছে: 15 February 2015. 
  13. Fact Sheet ASEAN Economic Community (AEC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-50-5. http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20AEC.pdf। আহৰণ কৰা হৈছে: 15 February 2015. 
  14. Fact Sheet of ASEAN Socio-Cultural Community (ASCC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-51-2. http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20ASCC.pdf। আহৰণ কৰা হৈছে: 15 February 2015. 
  15. Challenges to ASEAN's bid to host W. Cup http://www.thejakartapost.com/print/302457[সংযোগবিহীন উৎস]