ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা/ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অত্যাৱশ্যকীয় প্ৰবন্ধ
প্ৰথম স্তৰ     দ্বিতীয় স্তৰ     তৃতীয় স্তৰ     চতুৰ্থ স্তৰ     পঞ্চম স্তৰ

এই তালিকাখনত অন্তৰ্ভূক্ত কৰা প্ৰবন্ধসমূহ প্ৰতিখন ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াত থকাতো অত্যাৱশ্যকীয় হিচাপে বিবেচনা কৰা হৈছে। ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াবোৰৰ প্ৰতিনিধিসকলৰ লগত আলোচনা কৰি এই তালিকাখন তৈয়াৰ কৰা হৈছে। এই লিঙ্কত থকা মূল তালিকাখন ইয়াত অসমীয়ালৈ অনুবাদ কৰা হৈছে।

এইখন ৱিকিপিডিয়া প্ৰজেক্ট টাইগাৰ ২.০ত লিখিবলগীয়া প্ৰবন্ধসমূহৰ এখন তালিকা। অখিল−ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সম্পৰ্কে হোৱা এক প্ৰাথমিক সমজুৱা আলোচনাত এই তালিকাখন অনুমোদন কৰা হৈছিল। অনুগ্ৰহ কৰি তালিকাখনত প্ৰত্যক্ষভাৱে সম্পাদনা নকৰিব।

বিজ্ঞান[সম্পাদনা কৰক]

  • সকলো ৰাসায়নিক অনুৰ তালিকা
  • সকলো ধাতু আৰু খনিজ লৱনৰ তালিকা
  • ৰাসায়নিক যৌগসমূহৰ তালিকা
    • সকলো ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ
    • ফাৰ্মিং আৰু কৃষিৰ সৈতে জড়িত
  • ন'বেল বঁটা বিজয়ীসকলৰ তালিকা
  • চ'লা সাম্ৰাজ্য (Chola dynasty)
  • যুদ্ধ আৰু সংগ্ৰাম
  • সকলো ৰাষ্ট্ৰৰ তালিকা
  • সকলো নদীৰ তালিকা

ভাৰত - প্ৰশাসনিক[সম্পাদনা কৰক]

  • ৰাজ্যসমূহৰ তালিকা
  • সংবিধান স্বীকৃত ভাষাসমূহৰ তালিকা
  • লোকসভা সমষ্টিসমূহৰ তালিকা
  • প্ৰধান মন্ত্ৰীসকলৰ তালিকা
  • ৰাষ্ট্ৰপতিসকলৰ তালিকা

ভাৰত - জীৱনী[সম্পাদনা কৰক]

  • জ্ঞানপীঠ বঁটা বিজয়ীসকলৰ তালিকা
  • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী খেলুৱৈসকলৰ তালিকা
  • সাহিত্য একাডেমি বঁটা বিজয়ীসকলৰ তালিকা

ভাৰত - অনুষ্ঠান/প্ৰতিষ্ঠান[সম্পাদনা কৰক]

  • আইআইটি সমূহৰ তালিকা
  • বিশ্ববিদ্যালয়সমূহৰ তালিকা
  • ৰাষ্ট্ৰীয় গুৰুত্ব থকা গৱেষণা প্ৰতিষ্ঠানসমূহৰ তালিকা
  • এনআইটি সমূহৰ তালিকা
  • চিকিৎসা প্ৰতিষ্ঠানসমূহৰ তালিকা

ভাৰত - আন্তঃগাঠনি[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ তালিকা
  • বিমান বন্দৰসমূহৰ তালিকা
  • নদীবান্ধসমূহৰ তালিকা