উদ্ভিদবিজ্ঞান
উদ্ভিদবিজ্ঞান, (ইংৰাজী: Botany; plant science(s) বা plant biology বুলিও কোৱা হয়।) উদ্ভিদৰ জীৱন বিজ্ঞান, জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাৰ অধ্যয়ন কৰা বিজ্ঞানী সকলক উদ্ভিদবিজ্ঞানী বা উদ্ভিদবিদ বুলি কোৱা হয়। পৰম্পৰাগতভাৱে, উদ্ভিদবিজ্ঞান বুলিলে, ভেঁকুৰ আৰু শেলাইৰ অধ্যয়নকো সাঙুৰি লোৱা হয়। বৰ্তমান, উদ্ভিদবিদসকলে প্ৰায় ৪,০০,০০০ বিধ জীৱিত প্ৰজাতিৰ অধ্যয়ন কৰে[1] ইয়াৰ ভিতৰত প্ৰায় ২,৬০,০০০ বিধ সংবহনী উদ্ভিদ আৰু প্ৰায় ২,৪৮,০০০ বিধ সপুষ্পক উদ্ভিদ। [2]
উনবিংশ আৰু বিংশ শতিকাত, উদ্ভিদবিদ্যাত পোহৰ অণুবীক্ষণবিদ্যা আৰু জীৱন্ত কোষৰ চিত্ৰায়ন, বিদ্যুৎ অণুবীক্ষণবিদ্যা, ক্ৰ'ম'জমৰ সংখ্যাৰ বিশ্লেষণ, উদ্ভিদ ৰসায়ন আৰু উৎসেচক আৰু অন্য প্ৰ'টিনৰ গঠন আৰু কাৰ্য আদিৰ দৰে নতুন কৌশল উদ্ভাৱন হৈছিল।
আধুনিক উদ্ভিদবিদ্যা, বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্য বহু ক্ষেত্ৰক সাঙুৰি লোৱা এটা বহুধাবিভক্ত বিষয়। উদ্ভিদবিদ্যাত উদ্ভিদৰ গঠন, বিকাশ আৰু ভিন্নতা, প্ৰজনন, জৈৱৰসায়ন আৰু পৰিপাক ক্ৰিয়া, ৰাসায়নিক উৎপাদ, বিকাশ, ৰোগ, বংশগতি, শ্ৰেণীবিভাজন, আৰু বৰ্গীকৰণ আদি বিষয়বস্তুৰ গৱেষণা কৰা হয়। একবিংশ শতিকাত উদ্ভিদবিদ্যাৰ সৰ্বাধিক অধ্যয়ন কৰা বিষয়বস্তু আছিল আনবিক বংশগতি আৰু এপিজেনেটিক্স। উদ্ভিদবিদ্যা অধ্যয়নৰ কিছুমান প্ৰধান প্ৰয়োগক্ষেত্ৰ হৈছে প্ৰমুখ্য ভোজন আৰু ৰেছম, আধুনিক উদ্যানকৃষি, কৃষি আৰু বনাঞ্চল, উদ্ভিদৰ বিস্তাৰ, উদ্ভিদ প্ৰজনন আৰু জিনীয় উৎপৰিবৰ্তন, ৰসায়নৰ সংশ্লেষণ, নিৰ্মাণ আৰু শক্তি আহৰণৰ কেঁচামাল, প্ৰাকৃতিক পৰিচালনা, জৈৱবিচিত্ৰতাৰ সংৰক্ষণ।
পৰিসৰ আৰু গুৰুত্ব
[সম্পাদনা কৰক]মানুহ বা অন্য জীৱৰ শ্বসন আৰু শক্তি আহৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু খাদ্যৰ সিংহভাগেই উদ্ভিদে প্ৰদান কৰে বাবে উদ্ভদবিদ্যা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। উদ্ভিদ, শেলাই আৰু চাইনবেক্টেৰিয়াবোৰে সালোক সংশ্লেষণৰ যোগেদি, সৌৰ শক্তিৰ সহায়ত পানী আৰু কাৰ্বন ডাইঅক্সাইডক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰি[3] শৰ্কৰাত আবদ্ধ কৰে। এই শৰ্কৰা ৰাসায়নিক শক্তি আৰু কোষৰ গাঠনৰ বাবে প্ৰয়োজনীয় জৈৱ যৌগৰ উৎস হিচাপে ব্যৱহৃত হয়। [4] সালোক সংশ্লেষণৰ অৱশিষ্ট উৎপাদ হিচাপে, প্ৰায় সকলো জীৱৰ কোষীয় শ্বসনৰ বাবে অত্যাৱশ্যকীয় গেছ, অক্সিজেন বায়ুমণ্ডলত মুক্ত কৰে। ইয়াৰোপৰি, উদ্ভিদে গোলকীয় কাৰ্বন আৰু জল চক্ৰত অৰিহনা যোগাই উদ্ভিদৰ শিপাই ভু-ক্ষয় প্ৰতিৰোধ কৰি ভূমি সংৰক্ষণ কৰে। [5] উদ্ভিদ মানৱ জাতিৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো উদ্ভিদে খাদ্য, অক্সিজেন, ভেষজ, আৰু অন্য উৎপাদ উপলব্দ কৰাৰ লগতে মাটিৰ সৃষ্টি আৰু সংৰক্ষণ কৰে। [6]
ঐতিহাসিকভাৱে, সকলো জীৱক হয় প্ৰাণী নহয় উদ্ভিদ বুলি কোৱা হয়[7] আৰু উদ্ভিদবিদ্যাত প্ৰাণী হিচাপে গণ্য নকৰা সকলো জীৱৰ অধ্যয়ন কৰা হয়। [8] উদ্ভিদবিদসকলে উদ্ভিদ অংগানু, কোষ, কলা, উদ্ভিদ, উদ্ভিদ জনসংখ্যা আৰু উদ্ভিদ সমাজৰ আভ্যন্তৰিণ কাৰ্য আৰু প্ৰক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰে। দুয়ো ক্ষেত্ৰতে, উদ্ভিদবিদজন শ্ৰেণাবিভাজন (বৰ্গীকৰণ), উদ্ভিদ বংশগতি আৰু বিৱৰ্তন, গঠন (শৰীৰ ৰচনা আৰু বাহ্যিক গঠনবিদ্যা), বা উদ্ভিদৰ কাৰ্য (ভৌতিক ক্ৰিয়া)ৰ সৈতে জড়িত থাকে। [9]
মানৱ পুষ্টি
[সম্পাদনা কৰক]সকলো প্ৰমুখ্য খাদ্য উদ্ভিদৰ পৰা প্ৰত্যক্ষভাৱে প্ৰাথমিক উৎপাদনৰূপে, বা উদ্ভিদক খাদ্যৰূপে গ্ৰহণ কৰা জীৱৰূপে পৰোক্ষভাৱে আহৰণ কৰা হয়। [10] উদ্ভিদ বা অন্য সালোকসংশ্লেশী জীৱবোৰ সদায়ে খাদ্য শৃংখলৰ একেবাৰে তলত অৱস্থান গ্ৰহণ কৰে কাৰণ ইহঁতে সূৰ্যৰ পৰা শক্তি আহৰণ কৰে আৰু মাটি আৰু বায়ুমণ্ডলৰ পৰা খাদ্য প্ৰস্তুত কৰে আৰু অন্য জীৱই ব্যৱহাৰ কৰিব পৰা ৰূপলৈ পৰিবৰ্তন কৰে। সেইবাবে পৰিস্থিতিবিদসকলে ইহঁতক প্ৰথম পোষক স্তৰ বুলি কয়। [11]
উদ্ভিদ জৈৱৰসায়ন
[সম্পাদনা কৰক]উদ্ভিদে কেনেদৰে ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত কৰে, উদ্ভিদ জৈৱৰসায়নত সেয়া অধ্যয়ন কৰা হয়। এনে কিছুমান প্ৰক্ৰিয়া প্ৰাথমিক পৰিপাকক্ৰিয়াত সংঘটিত হয়, যেনে- সালোকসংশ্লেষীয় কেলভিন চক্ৰ। [12] অন্য কিছুমান বিশেষ পদাৰ্থ গঠনত সংঘটিত হয়, যেনে- চেলুলজ আৰু লিগনিনৰ গঠন, আৰু ৰেজিনৰ দৰে গৌণ উংপাদৰ গঠন।
ঔষধ আৰু পদাৰ্থ
[সম্পাদনা কৰক]উদ্ভিদে বহুতো পদাৰ্থৰ উৎপাদন কৰে। [13] ইয়াৰে কিছুমান বিষাক্ত আৰু কিছুমান অতি প্ৰয়োজনীয়। বহু উদ্ভিদৰ পৰা সুগন্ধি, মছলা আৰু ঔষধ আহৰণ কৰা হয়। বহু ঔষধ, যেনে- টেট্ৰাহাইড্ৰকেনাবিনল (কেনবিছৰ সক্ৰিয় উপাদান), কেফেইন, মৰফিন আৰু নিকটাইন উদ্ভিদৰ পৰা প্ৰত্যক্ষভাৱে আহৰণ কৰা হয়। আনহাতে অন্য কিছুমান পৰোক্ষভাৱে আহৰণ কৰা হয়, যেনে- এছপিৰিণ বেদনানাশকবিধ প্ৰকৃততে ছেলিচাইক্লিক এচিডৰ এচিটাইল এষ্টাৰ, যিটো ৱিল্লৌ গছৰ বাকলিৰ পৰা আহৰণ কৰা হয়। [14] অধিকাংশ সূৰাজাতীয় পদাৰ্থ শৰ্কৰা-সমৃদ্ধ উদ্ভিদজাত সামগ্ৰী, যেনে- বাৰ্লি (বিয়েৰ), চাউল (ছেক) আৰু আঙুৰ (মদ) আদিৰ পৰা কিন্বন পদ্ধতিৰে আহৰণ কৰা হয়। [15]
উদ্ভিদৰ পৰা ৰঙীন ডাই আৰু ৰঞ্জক আহৰণ কৰা হয়।
চেনি, স্বেতসাৰ, কপাহ, লিনেন, hemp, কিছুমান ৰছী, কাঠ আৰু তক্তা, কাগজ, উদ্ভিদজাত তেল, মম, আৰু ৰবৰ প্ৰকৃতৰে উদ্ভিদৰে গৌণ উৎপাদ। কয়লা, উদ্ভিদৰে অৱদান। চেলুলজ, এবিধ জৈৱিক বহুযোগী,[16] ইয়াক শক্তি, ইন্ধন, অন্য পদাৰ্থ, যেনে- ৰেয়ন আদিলৈ ৰূপান্তৰ কৰা হয়।
উদ্ভিদ হৰম'ন
[সম্পাদনা কৰক]কিছুমান উদ্ভিদ হৰম'নৰ নাম হৈছে:
- অক্সিন, ইণ্ডল-৩-এচিটিক এচিড (IAA): কোষ বৃদ্ধিৰ লগত জড়িত।
- চাইটকাইনিন: কোষ বিভাজনৰ লগত জড়িত।
- জিয়াটিন: কোষ বিভাজন, মুকুলৰ বিকাশ আদি।
- জিবাৰেলিন, যেনে- জিবাৰলিক এচিড: অংকুৰণত সহায় কৰে।
- এচকৰ্বিক এচিড (ABA): বীজৰ গঠন।
- ইথিলিন: ফল পকাত সহায় কৰে।
- জেছমনেট: প্ৰতিৰক্ষাৰ লগত জড়িত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bold 1977, পৃষ্ঠা. 7.
- ↑ Judd et al. 2002, পৃষ্ঠা. 2.
- ↑ Campbell et al. 2008, পৃষ্ঠা. 186–187.
- ↑ Campbell et al. 2008, পৃষ্ঠা. 1240.
- ↑ Gust 1996.
- ↑ Missouri Botanical Garden 2009.
- ↑ Chapman et al. 2001, পৃষ্ঠা. 56.
- ↑ Braselton 2013.
- ↑ Ben-Menahem 2009, পৃষ্ঠা. 5368.
- ↑ Ben-Menahem 2009, পৃষ্ঠা. 5367–5368.
- ↑ Butz 2007, পৃষ্ঠা. 534–553.
- ↑ Lüttge 2006, পৃষ্ঠা. 7–25.
- ↑ Benderoth et al. 2006, পৃষ্ঠা. 9118–9123.
- ↑ Jeffreys 2005, পৃষ্ঠা. 38–40.
- ↑ University of Maryland Medical Center 2011.
- ↑ Klemm et al. 2005.
প্ৰসংগ
[সম্পাদনা কৰক]- Acharya, Deepak; Anshu, Shrivastava (2008). Indigenous Herbal Medicines: Tribal Formulations and Traditional Herbal Practices. প্ৰকাশক Jaipur, India: Aavishkar Publishers. ISBN 81-7910-252-1.
- Addelson, Barbara (December 2003). "Natural Science Institute in Botany and Ecology for Elementary Teachers". Botanical Gardens Conservation International. Archived from the original on May 23, 2013. https://web.archive.org/web/20130523155525/http://www.bgci.org/education/article/414। আহৰণ কৰা হৈছে: June 8, 2013.
- Anderson, Edward F. (2001). The Cactus Family. প্ৰকাশক Pentland, Oregon: Timber Press. ISBN 978-0-88192-498-5.
- Armstrong, G. A.; Hearst, J. E. (1996). "Carotenoids 2: Genetics and Molecular Biology of Carotenoid Pigment Biosynthesis". FASEB J. খণ্ড 10 (2): 228–37. PMID 8641556.
- Becker, Burkhard; Marin, Birger (2009). "Streptophyte Algae and the Origin of Embryophytes". Annals of Botany (Oxford: Oxford University Press) খণ্ড 103 (7): 999–1004. doi:10.1093/aob/mcp044. PMID 19273476. PMC 2707909. http://aob.oxfordjournals.org/content/103/7/999.abstract। আহৰণ কৰা হৈছে: June 16, 2013.
- Beerling, D. J.; Osborne, C. P.; Chaloner, W. G. (2001). "Evolution of Leaf-form in Land Plants Linked to Atmospheric CO2 Decline in the Late Palaeozoic Era". Nature খণ্ড 410 (6826): 352–4. doi:10.1038/35066546. PMID 11268207.
- Benderoth, Markus; Textor, Susanne; Windsor, Aaron J.; Mitchell-Olds, Thomas; Gershenzon, Jonathan; Kroymann, Juergen (June 2006). "Positive Selection Driving Diversification in Plant Secondary Metabolism". Proceedings of the National Academy of Sciences of the United States of America (Washington, D.C.) খণ্ড 103 (24): 9118–23. doi:10.1073/pnas.0601738103. PMID 16754868.
- Ben-Menahem, Ari (2009). Historical Encyclopedia of Natural and Mathematical Sciences. 1. প্ৰকাশক Berlin: Springer-Verlag. ISBN 3-540-68831-5.
- Bennett, Charles E.; Hammond, William A. (1902). The Characters of Theophrastus – Introduction. প্ৰকাশক London: Longmans, Green, and Co.. https://books.google.com/books?id=n0JgAAAAMAAJ&pg=PR30। আহৰণ কৰা হৈছে: June 27, 2012.
- Bennett, K. D.; Willis, K. J. (2001). "Pollen". In Smol, John P.; Birks, H. John B.. Tracking Environmental Change Using Lake Sediments. 3: Terrestrial, Algal, and Siliceous Indicators. প্ৰকাশক Dordrecht, Germany: Kluwer Academic Publishers.
- Bird, Adrian (May 2007). "Perceptions of Epigenetics". Nature খণ্ড 447 (7143): 396–8. doi:10.1038/nature05913. PMID 17522671.
- Björn, L. O.; Callaghan, T. V.; Gehrke, C.; Johanson, U.; Sonesson, M. (November 1999). "Ozone Depletion, Ultraviolet Radiation and Plant Life". Chemosphere - Global Change Science (Philadelphia: Elsevier Ltd.) খণ্ড 1 (4): 449–454. doi:10.1016/S1465-9972(99)00038-0. http://www.sciencedirect.com/science/article/pii/S1465997299000380। আহৰণ কৰা হৈছে: June 16, 2013.
- Bold, H. C. (1977). The Plant Kingdom (4th সম্পাদনা). প্ৰকাশক Englewood Cliffs, NJ: Prentice-Hall. ISBN 0-13-680389-X.
- Braselton, J. P. (2013). "What is Plant Biology?". Ohio University. Archived from the original on September 24, 2015. https://web.archive.org/web/20150924071530/http://www.ohio.edu/people/braselto/readings/plantbiol.html। আহৰণ কৰা হৈছে: June 3, 2013.
- Burger, William C. (2013). "Angiosperm Origins: A Monocots-First Scenario". প্ৰকাশক Chicago: The Field Museum. Archived from the original on 2012-10-23. https://web.archive.org/web/20121023131822/http://fieldmuseum.org/explore/angiosperm-origins-monocots-first-scenario। আহৰণ কৰা হৈছে: 2015-08-08.
- Burrows, W. J. (1990). Processes of Vegetation Change. প্ৰকাশক London: Unwin Hyman. ISBN 0-04-580013-8.
- Butz, Stephen D. (2007). Science of Earth Systems (2 সম্পাদনা). প্ৰকাশক Clifton Park, NY: Delmar Cengage Learning. ISBN 1-4180-4122-X.
- Campbell, Neil A.; Reece, Jane B.; Urry, Lisa Andrea; Cain, Michael L.; Wasserman, Steven Alexander; Minorsky, Peter V.; Jackson, Robert Bradley (2008). Biology (8 সম্পাদনা). প্ৰকাশক San Francisco: Pearson - Benjamin Cummings. ISBN 978-0-321-54325-7.
- de Candolle, Alphonse (2006). Origin of Cultivated Plants. প্ৰকাশক Glacier National Park, MT: Kessinger Publishing. ISBN 978-1-4286-0946-4.
- Capon, Brian (2005). Botany for Gardeners (2nd সম্পাদনা). প্ৰকাশক Portland, OR: Timber Publishing. ISBN 0-88192-655-8.
- Cavalier-Smith, Thomas (2004). "Only Six Kingdoms of Life" (PDF). Proceedings of the Royal Society of London B খণ্ড 271 (1545): 1251–1262. doi:10.1098/rspb.2004.2705. PMID 15306349. PMC 1691724. http://www.cladocera.de/protozoa/cavalier-smith_2004_prs.pdf.
- Chaffey, Nigel (2007). "Esau's Plant Anatomy, Meristems, Cells, and Tissues of the Plant Body: their Structure, Function, and Development". Annals of Botany খণ্ড 99 (4): 785–786. doi:10.1093/aob/mcm015. http://aob.oxfordjournals.org/content/99/4/785.2.full.
- Chapman, Jasmin; Horsfall, Peter; O'Brien, Pat; Murphy, Jan; MacDonald, Averil (2001). Science Web. প্ৰকাশক Cheltenham, GB: Nelson Thornes. ISBN 0-17-438746-6.
- Chase, Mark W.; Bremer, Birgitta; Bremer, Kåre; Reveal, James L.; Soltis, Douglas E.; Soltis, Pamela S.; Stevens, Peter S. (2003). "An Update of the Angiosperm Phylogeny Group Classification for the Orders and Families of Flowering Plants: APG II" (PDF). Botanical Journal of the Linnean Society (The Linnean Society of London) খণ্ড 141 (4): 399–436. doi:10.1046/j.1095-8339.2003.t01-1-00158.x. http://ktriop.bio.ug.edu.pl/upload/preview/0f0c6bdcb447f9defaa482c50120a62d.pdf.
- Chini, A.; Fonseca, S.; Fernández, G.; Adie, B.; Chico, J. M.; Lorenzo, O.; García-Casado, G.; López-Vidriero, I. et al. (2007). "The JAZ Family of Repressors is the Missing Link in Jasmonate Signaling". Nature খণ্ড 448 (7154): 666–71. doi:10.1038/nature06006. PMID 17637675.
- Cocking, Edward C. (October 18, 1993). "Obituary: Professor F. C. Steward". The Independent (London). http://www.independent.co.uk/news/people/obituary-professor-f-c-steward-1511531.html। আহৰণ কৰা হৈছে: July 5, 2013.
- Copeland, Herbert Faulkner (1938). "The Kingdoms of Organisms". Quarterly Review of Biology খণ্ড 13 (4): 383–420. doi:10.1086/394568.
- Costa, Silvia; Shaw, Peter (March 2007). "'Open Minded' Cells: How Cells Can Change Fate" (PDF)). Trends in Cell Biology খণ্ড 17 (3): 101–6. doi:10.1016/j.tcb.2006.12.005. PMID 17194589. Archived from the original on 2013-12-15. https://web.archive.org/web/20131215042638/http://cromatina.icb.ufmg.br/biomol/seminarios/outros/grupo_open.pdf। আহৰণ কৰা হৈছে: 2015-08-08.
- Cousens, Roger; Mortimer, Martin (1995). Dynamics of Weed Populations. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-49969-9. https://books.google.com/books?id=0qw24PtWGQAC&pg=PA243.
- Dallal, Ahmad (2010). Islam, Science, and the Challenge of History. প্ৰকাশক New Haven, CT: Yale University Press. ISBN 978-0-300-15911-0. https://books.google.com/books?id=97l0L7zKagkC&lpg=PT197&dq=Ab%C5%AB%20%E1%B8%A4an%C4%ABfa%20D%C4%ABnawar%C4%AB&pg=PT197#v=onepage&q=Ab%C5%AB%20%E1%B8%A4an%C4%ABfa%20D%C4%ABnawar%C4%AB&f=false.
- Darwin, Charles (1880) (PDF). The Power of Movement in Plants. প্ৰকাশক London: Murray. http://darwin-online.org.uk/converted/pdf/1880_Movement_F1325.pdf.
- Demole, E.; Lederer, E.; Mercier, D. (1962). "Isolement et détermination de la structure du jasmonate de méthyle, constituant odorant caractéristique de l'essence de jasminIsolement et détermination de la structure du jasmonate de méthyle, constituant odorant caractéristique de l'essence de jasmin". Helvetica Chimica Acta খণ্ড 45 (2): 675–685. doi:10.1002/hlca.19620450233.
- Devos, Katrien M.; Gale, M. D. (May 2000). "Genome Relationships: The Grass Model in Current Research". The Plant Cell (American Society of Plant Physiologists) খণ্ড 12 (5): 637–646. doi:10.2307/3870991. PMID 10810140. PMC 139917. http://www.plantcell.org/cgi/content/full/12/5/637.
- Ehrhardt, D. W.; Frommer, W. B. (February 2012). "New Technologies for 21st Century Plant Science" (PDF). The Plant Cell খণ্ড 24 (2): 374–94. doi:10.1105/tpc.111.093302. PMID 22366161. PMC 3315222. http://www.plantcell.org/content/early/2012/02/21/tpc.111.093302.full.pdf+html.
- Ereshefsky, Marc (1997). "The Evolution of the Linnaean Hierarchy". Biology and Philosophy (Kluwer Academic Publishers) খণ্ড 12 (4): 493–519. doi:10.1023/A:1006556627052.
- Ferro, Myriam; Salvi, Daniel; Rivière-Rolland, Hélène; Vermat, Thierry et al. (20 August 2002). "Integral Membrane Proteins of the Chloroplast Envelope: Identification and Subcellular Localization of New Transporters". Proceedings of the National Academy of Sciences (of the USA) খণ্ড 99 (17): 11487–11492. doi:10.1073/pnas.172390399.
- Fairon-Demaret, Muriel (October 1996). "Dorinnotheca streelii Fairon-Demaret, gen. et sp. nov., a New Early Seed Plant From the Upper Famennian of Belgium". Review of Palaeobotany and Palynology খণ্ড 93: 217–233. doi:10.1016/0034-6667(95)00127-1.
- Finney, D. J. (November 1995). "Frank Yates 12 May 1902 – 17 June 1994". Biographical Memoirs of Fellows of the Royal Society খণ্ড 41: 554–573. doi:10.1098/rsbm.1995.0033.
- Floros, John D.; Newsome, Rosetta; Fisher, William (2010). "Feeding the World Today and Tomorrow: The Importance of Food Science and Technology" (PDF). Institute of Food Technologists. Archived from the original on February 16, 2012. https://web.archive.org/web/20120216152705/http://www.ift.org/knowledge-center/read-ift-publications/science-reports/~/media/Knowledge%20Center/Science%20Reports/IFTScientificReview_feedingtheworld.pdf। আহৰণ কৰা হৈছে: March 1, 2012.
- Fry, S. C. (1989). "The Structure and Functions of Xyloglucan". Journal of Experimental Biology (Cambridge: The Company of Biologists) খণ্ড 40.
- Gordh, Gordon; Headrick, D. H. (2001). A Dictionary of Entomology. প্ৰকাশক Cambridge, MA: CABI Publishing. ISBN 978-0-85199-291-4. https://books.google.com/?id=d0XSwMJLDg4C&pg=PA134&lpg=PA134&dq=botane+boskein+botany#v=onepage&q=botane%20boskein%20botany&f=false.
- Gray, Asa; Sargent, Charles (1889). Scientific Papers of Asa Gray: Selected by Charles Sprague Sargent. প্ৰকাশক Boston, MA: Houghton Mifflin. https://books.google.com/books?id=_48KAAAAMAAJ&pg=PA292। আহৰণ কৰা হৈছে: February 26, 2012.
- Greene, Edward Lee (1909). Landmarks of botanical history: a study of certain epochs in the development of the science of botany: part 1, Prior to 1562 A.D.. প্ৰকাশক Washington, D.C.: Smithsonian Institution. https://books.google.com/books?id=c6DPAAAAMAAJ&pg=PA140.
- Glynn, Jonathan M.; Miyagishima, Shin-ya; Yoder, David W.; Osteryoung, Katherine W.; Vitha, Stanislav (May 1, 2007). "Chloroplast Division". Traffic খণ্ড 8 (5): 451–61. doi:10.1111/j.1600-0854.2007.00545.x. PMID 17451550.
- Gowik, U.; Westhoff, P. (2010). "The Path from C3 to C4 Photosynthesis". Plant Physiology খণ্ড 155 (1): 56–63. doi:10.1104/pp.110.165308. PMID 20940348.
- Grime, J. P.; Hodgson, J. G. (1987). "Botanical Contributions to Contemporary Ecological Theory". The New Phytologist খণ্ড 106.
- Gust, Devens (1996). "Why Study Photosynthesis?". Arizona State University. Archived from the original on February 9, 2012. https://web.archive.org/web/20120209225717/http://bioenergy.asu.edu/photosyn/study.html। আহৰণ কৰা হৈছে: February 26, 2012.
- Hancock, James F. (2004). Plant Evolution and the Origin of Crop Species. প্ৰকাশক Cambridge, MA: CABI Publishing. ISBN 0-85199-685-X.
- Haberlandt, G. (1902). "Kulturversuche mit isolierten Pflanzenzellen" (German ভাষাত). Mathematisch-naturwissenschaftliche (Vienna: Akademie der Wissenschaften in Wien Sitzungsberichte) খণ্ড 111 (1): 69–92.
- Harris, Henry (2000). The Birth of the Cell. প্ৰকাশক New Haven, CT: Yale University Press. ISBN 0-300-08295-9.
- Heinhorst, S.; Cannon, G. C. (January 1993). "DNA Replication in Chloroplasts". Journal of Cell Science খণ্ড 104 (104): 1. https://journals.biologists.com/jcs/article/104/1/1/23430/DNA-replication-in-chloroplasts। আহৰণ কৰা হৈছে: July 2, 2013.
- Herrera, C. M.; Pellmyr, O. (2002). Plant Animal Interactions: An Evolutionary Approach. প্ৰকাশক Hoboken, NJ: Blackwell Science. ISBN 978-0-632-05267-7.
- Hill, Arthur W. (1915). "The History and Functions of Botanic Gardens". Annals of the Missouri Botanical Garden খণ্ড 2 (1/2): 185–240. doi:10.2307/2990033.
- Hoek, Christiaan; Mann, D. G.; Jahns, H. M. (2005). Algae: An Introduction to Phycology. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 0-521-30419-9. https://books.google.com/books?id=xuUoiFesSHMC&printsec=frontcover.
- Howe, C. J.; Barbrook, A. C.; Nisbet, R. E. R; Lockhart, P. J.; Larkum, A. W. D. (2008). "The Origin of Plastids". Philosophical Transactions of the Royal Society B: Biological Sciences খণ্ড 363 (1504): 2675–85. doi:10.1098/rstb.2008.0050. PMID 18468982.
- Hunter, Philip (May 2008). "What Genes Remember". Web.archive.org. Archived from the original on May 1, 2008. https://web.archive.org/web/20080501094940/http://www.prospect-magazine.co.uk/article_details.php?id=10140। আহৰণ কৰা হৈছে: August 24, 2013.
- Iyer, Meena (2009). Faith & Philosophy of Zoroastrianism. প্ৰকাশক Delhi, India: Kalpaz Publications. ISBN 978-81-7835-724-9.
- Janzen, Daniel H. with the CBOL Plant Working Group; Forrest, L. L.; Spouge, J. L.; Hajibabaei, M. et al. (August 4, 2009). "A DNA Barcode for Land Plants". Proceeding of the National Academy of Sciences (PNAS) খণ্ড 106 (31): 12794–7. doi:10.1073/pnas.0905845106. PMID 19666622.
- Jasechko, Scott; Sharp, Zachary D.; Gibson, John J.; Birks, S. Jean; Yi, Yi; Fawcett, Peter J. (April 3, 2013). "Terrestrial Water Fluxes Dominated by Transpiration". Nature খণ্ড 496 (7445): 347–50. doi:10.1038/nature11983. PMID 23552893.
- Jeffreys, Diarmuid (2005). Aspirin : The Remarkable Story of a Wonder Drug. প্ৰকাশক New York: Bloomsbury. ISBN 978-1-58234-600-7. https://books.google.com/?id=x-sL4iNQOgcC&pg=PA38.
- Judd, W. S.; Campbell, C. S.; Kellogg, E. A.; Stevens, P. F.; Donoghue, M. J. (2002). Plant Systematics, a Phylogenetic Approach. প্ৰকাশক Sunderland, MA: Sinauer Associates. ISBN 0-87893-403-0.
- Karp, Gerald (2009). Cell and Molecular Biology: Concepts and Experiments. প্ৰকাশক Hoboken, NJ: John Wiley & Sons. ISBN 978-0-470-48337-4. https://books.google.com/?id=arRGYE0GxRQC&pg=PA382&lpg=PA382&dq=august+weismann+gametes#v=onepage&q=august%20weismann%20gametes&f=false.
- Kenrick, Paul; Crane, Peter R. (September 1997). "The Origin and Early Evolution of Plants on Land". Nature খণ্ড 389 (6646): 33–39. doi:10.1038/37918.
- Kim, E.; Archibald, J. M. (2009). "Diversity and Evolution of Plastids and Their Genomes". In Sandelius, Anna Stina; Aronsson, Henrik. The Chloroplast. Plant Cell Monographs. 13. doi:10.1007/978-3-540-68696-5_1. ISBN 978-3-540-68692-7.
- Klemm, Dieter; Heublein, Brigitte; Fink, Hans-Peter; Bohn, Andreas (September 6, 2005). "Cellulose: Fascinating Biopolymer and Sustainable Raw Material". ChemInform (Hoboken, NJ: John Wiley & Sons) খণ্ড 36 (36). doi:10.1002/chin.200536238.
- Kolattukudy, Pappachan E. (1996). "3". In Kerstiens, G.. Plant Cuticles. Environmental Plant Biology Series. প্ৰকাশক Oxford: BIOS Scientific Publishers Ltd. ISBN 1-85996-130-4.
- Kress, W. J.; Wurdack, K. J.; Zimmer, E. A.; Weigt, L. A.; Janzen, D. H. (June 2005). "Use of DNA Barcodes to Identify Flowering Plants". Proceeding of the National Academy of Sciences (PNAS) খণ্ড 102 (23): 8369–74. doi:10.1073/pnas.0503123102. PMID 15928076. Supporting Information
- Lee, Ernest K.; Cibrian-Jaramillo, Angelica; Kolokotronis, Sergios-Orestis; Katari, Manpreet S.; Stamatakis, Alexandros; Ott, Michael; Chiu, Joanna C.; Little, Damon P. et al. (2011). Sanderson, Michael J. ed. "A Functional Phylogenomic View of the Seed Plants". PLOS Genetics খণ্ড 7 (12): e1002411. doi:10.1371/journal.pgen.1002411. PMID 22194700.
- Leonelli, Sabina; Charnley, Berris; Webb, Alex; Bastow, Ruth; Janzen, DH (2012). "Under One Leaf, A Historical Perspective on the UK Plant Science Federation". New Phytologist খণ্ড 102 (23): 8369–74. doi:10.1111/j.1469-8137.2012.4168.x. PMID 22530650. http://academia.edu/3314509/Under_One_Leaf._A_Historical_Perspective_on_the_UK_Plant_Science_Federation.
- Lepp, Heino (2012). "Mosses". Australian National Botanic Gardens. http://www.anbg.gov.au/bryophyte/life-cycle-sporophyte-dev-mosses.html। আহৰণ কৰা হৈছে: July 14, 2013.
- Levey, Martin (1973). Early Arabic Pharmacology: An Introduction Based on Ancient and Medieval Sources. প্ৰকাশক Leiden: Brill Archive. ISBN 978-90-04-03796-0. https://books.google.com/books?id=LtYUAAAAIAAJ&lpg=PA116&dq=%22Ibn%20al-Baitar%22&pg=PA116#v=onepage&q&f=false.
- Lewis, Louise A.; McCourt, Richard M. (2004). "Green Algae and the Origin of Land Plants". American Journal of Botany (St. Louis, MO) খণ্ড 91 (10): 1535–56. doi:10.3732/ajb.91.10.1535. PMID 21652308.
- Liddell, Henry George; Scott, Robert (1940). Botane (βοτάνη). প্ৰকাশক Oxford: Clarendon Press via Perseus Digital Library, Tufts University. http://www.perseus.tufts.edu/hopper/text?doc=Perseus%3Atext%3A1999.04.0057%3Aentry%3Dbota%2Fnh.
- Lilburn, Timothy G.; Harrison, Scott H.; Cole, James R.; Garrity, George M. (2006). "Computational aspects of systematic biology". Briefings in Bioinformatics খণ্ড 7 (2): 186–195. doi:10.1093/bib/bbl005. PMID 16772262.
- Lin, Z.; Zhong, S.; Grierson, D. (2009). "Recent Advances in Ethylene Research". Journal of Experimental Botany (Oxford) খণ্ড 60 (12): 3311–36. doi:10.1093/jxb/erp204. PMID 19567479.
- López-Bautista, J. M.; Waters, D.A.; Chapman, R.L. (2003). "Phragmoplastin, Green Algae and the Evolution of Cytokinesis". International Journal of Systematic and Evolutionary Microbiology (Reading, UK) খণ্ড 53 (6): 1715–1718. doi:10.1099/ijs.0.02561-0.
- Lunn, J. E. (2002). "Evolution of Sucrose Synthesis". Plant Physiology খণ্ড 128 (4): 1490–500. doi:10.1104/pp.010898. PMID 11950997.
- Lüttge, Ulrich (2006). "Photosynthetic Flexibility and Ecophysiological Plasticity: Questions and Lessons from Clusia, the Only CAM Tree, in the Neotropics". New Phytologist (Hoboken, NJ) খণ্ড 171 (1): 7–25. doi:10.1111/j.1469-8137.2006.01755.x. PMID 16771979.
- Mann, J. (1987). Secondary Metabolism, 2nd ed.. প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-855529-6.
- Mauseth, James D. (2003). Botany : An Introduction to Plant Biology (3rd সম্পাদনা). প্ৰকাশক Sudbury, MA: Jones and Bartlett Learning. ISBN 0-7637-2134-4.
- Mauseth, James D. (2012). Botany : An Introduction to Plant Biology (5th সম্পাদনা). প্ৰকাশক Sudbury, MA: Jones and Bartlett Learning. ISBN 978-1-4496-6580-7.
- McNeill, J.; Barrie, F. R.; Buck, W. R.; Demoulin, V.; Greuter, W.; Hawksworth, D. L.; Herendeen, P. S.; Knapp, S. et al. (2011). International Code of Nomenclature for algae, fungi, and plants (Melbourne Code) adopted by the Eighteenth International Botanical Congress Melbourne, Australia, July 2011. Regnum Vegetabile 154. A.R.G. Gantner Verlag KG. ISBN 978-3-87429-425-6. http://www.iapt-taxon.org/nomen/main.php?page=title.
- Medbury, Scot (1993). "Taxonomy and Arboreturm Design" (PDF). Harvard University. Archived from the original on June 9, 2015. https://web.archive.org/web/20150609153849/http://arnoldia.arboretum.harvard.edu/pdf/articles/1993-53-3-taxonomy-and-arboretum-design.pdf। আহৰণ কৰা হৈছে: July 26, 2013.
- Mithila, J.; Hall, J. C.; Victor, J. M.; Saxena, P. K. (January 2003). "Thidiazuron Induces Shoot Organogenesis at Low Concentrations and Somatic Embryogenesis at High Concentrations on Leaf and Petiole Explants of African Violet (Saintpaulia ionantha Wendl)". Plant Cell Reports খণ্ড 21 (5): 408–14. doi:10.1007/s00299-002-0544-y (inactive 2015-01-10) . PMID 12789442.
- Morgensen, H. L. (1996). "The Hows and Whys of Cytoplasmic Inheritance in Seed Plants". American Journal of Botany খণ্ড 83 (3).
- Morton, Alan G. (1981). History of Botanical Science: An Account of the Development of Botany from Ancient Times to the Present Day. প্ৰকাশক London: Academic Press. ISBN 978-0-12-508380-5.
- Needham, Joseph; Lu, Gwei-djen; Huang, Hsing-Tsung (1986). Science and Civilisation in China, Vol. 6 Part 1 Botany. প্ৰকাশক Cambridge: Cambridge University Press.
- Nobel, P. S. (1983). Biophysical Plant Physiology and Ecology. প্ৰকাশক San Francisco: W. H. Freeman. ISBN 0-7167-1447-7.
- Oberlies, Thomas (1998) (German ভাষাত). Die Religion des Rgveda. প্ৰকাশক Wien: Sammlung De Nobili. ISBN 978-3-900271-31-2.
- Padmanabhan, Meenu S.; Dinesh-Kumar, S. P. (2010). "All Hands on Deck—The Role of Chloroplasts, Endoplasmic Reticulum, and the Nucleus in Driving Plant Innate Immunity". Molecular Plant-Microbe Interactions (St. Paul, MN: The American Phytopathological Society) খণ্ড 23 (11): 1368–80. doi:10.1094/MPMI-05-10-0113. PMID 20923348.
- Panaino, Antonio (2002). Ideologies as Intercultural Phenomena: Proceedings of the Third Annual Symposium of the Assyrian and Babylonian Intellectual Heritage Project, Held in Chicago, USA, October 27–31, 2000. প্ৰকাশক Bologna: Mimesis Edizioni. ISBN 978-88-8483-107-1. https://books.google.com/books?id=hUNFLpQSqbkC&lpg=PA93&dq=%22First%2C%20the%20books%20of%20the%20Nabatean%20corpus%20themselves%20claim%20to%20be%20translations%20from&pg=PA93#v=onepage&q&f=false.
- Porley, Ron; Hodgetts, Nick (2005). Mosses and Liverworts. প্ৰকাশক London: HarperCollins UK. ISBN 978-0-00-220212-1.
- Possingham, J. V.; Rose, R. J. (May 18, 1976). "Chloroplast Replication and Chloroplast DNA Synthesis in Spinach Leaves" (PDF). Proceedings of the Royal Society B: Biological Sciences খণ্ড 193 (1112): 295–305. doi:10.1098/rspb.1976.0047. http://rspb.royalsocietypublishing.org/content/193/1112/295.full.pdf.
- Proctor, M.; Yeo, P. (1973). The Pollination of Flowers, New Naturalist series. প্ৰকাশক London: Harper Collins. ISBN 0-00-219504-6.
- Raven, Peter H.; Evert, Ray H.; Eichhorn, Susan E. (2005). Biology of Plants (7th সম্পাদনা). প্ৰকাশক New York: W. H. Freeman. ISBN 0-7167-1007-2.
- Reed, Howard S. (1942). A Short History of the Plant Sciences. প্ৰকাশক New York: Ronald Press.
- Reik, Wolf (May 2007). "Stability and Flexibility of Epigenetic Gene Regulation in Mammalian Development". Nature খণ্ড 447 (7143): 425–32. doi:10.1038/nature05918. PMID 17522676.
- Renner, S. S.; Ricklefs, R. E. (1995). "Dioecy and its Correlates in the Flowering Plants". American Journal of Botany খণ্ড 82 (5): 596. doi:10.2307/2445418.
- Rochaix, J. D.; Goldschmidt-Clermont, M.; Merchant, Sabeeha (1998). The Molecular Biology of Chloroplasts and Mitochondria in Chlamydomonas. প্ৰকাশক Dordrecht, Germany: Kluwer Academic. ISBN 978-0-7923-5174-0. https://books.google.com/books?id=apv1hktfq_8C&pg=PA550#v=onepage&q&f=false.
- Roux, Stanley J. (1984). "Ca2+ and Phytochrome Action in Plants". BioScience (Berkeley, CA) খণ্ড 34 (1): 25–9. doi:10.2307/1309422. PMID 11540810.
- Russin, William A.; Evert, Ray F.; Vanderveer, Peter J.; Sharkey, Thomas D.; Briggs, Steven P. (1996). "Modification of a Specific Class of Plasmodesmata and Loss of Sucrose Export Ability in the sucrose export defective1 Maize Mutant" (PDF). The Plant Cell খণ্ড 8 (4): 645–658. doi:10.1105/tpc.8.4.645. PMID 12239395.
- Sattler, R. (1992). "Process morphology: structural dynamics in development and evolution" (PDF). Canadian Journal of Botany খণ্ড 70 (4): 708–714. doi:10.1139/b92-091. http://aob.oxfordjournals.org/content/78/5/577.full.pdf.
- Sattler, R.; Jeune, B. (1992). "Multivariate analysis confirms the continuum view of plant form". Annals of Botany খণ্ড 69: 249–262.
- Savidan, Y. H. (2000). "Apomixis: Genetics and Breeding". Plant Breeding Reviews খণ্ড 18: 13–86. doi:10.1002/9780470650158.ch2. ISBN 978-0-470-65015-8.
- Scharf, Sara T. (2009). "Identification Keys, the "Natural Method," and the Development of Plant Identification Manuals". Journal of the History of Biology খণ্ড 42 (1): 73–117. doi:10.1007/s10739-008-9161-0. PMID 19831202.
- Scharlemann, J. P. W.; Laurance, W. F. (2008). "How Green are Biofuels?". Science (American Association for the Advancement of Science) খণ্ড 319 (5859): 43–4. doi:10.1126/science.1153103. PMID 18174426.
- Schell, J.; Van Montagu, M. (1977). "The Ti-plasmid of Agrobacterium tumefaciens, a Natural Vector for the Introduction of Nif Genes in Plants?". Basic Life Sciences খণ্ড 9: 159–79. doi:10.1007/978-1-4684-0880-5_12. ISBN 978-1-4684-0882-9. PMID 336023.
- Schoening, Steve (2005). "California Noxious and Invasive Weed Action Plan" (PDF). California Department of Food and Agriculture. http://www.cdfa.ca.gov/weedhome/pdfs/noxious_weed_plan.pdf। আহৰণ কৰা হৈছে: March 1, 2012.
- Schnurr, J. A.; Shockey, J. M.; De Boer, G. J.; Browse, J. A. (2002). "Fatty Acid Export from the Chloroplast. Molecular Characterization of a Major Plastidial Acyl-Coenzyme a Synthetase from Arabidopsis". Plant Physiology খণ্ড 129 (4): 1700–9. doi:10.1104/pp.003251. PMID 12177483.
- Silyn-Roberts, Heather (2000). Writing for Science and Engineering: Papers, Presentation. প্ৰকাশক Oxford: Butterworth-Heinemann. ISBN 0-7506-4636-5. https://books.google.com/?id=hVUU7Gq8QskC&lpg=PA198&dq=species%20epithet%20capitalize&pg=PA198#v=onepage&q=species%20epithet%20capitalize.
- Small, Michael (2012). Dynamics of Biological Systems. প্ৰকাশক Boca Raton, FL: CRC Press. ISBN 978-1-4398-5336-8. https://books.google.com/books?id=T2ueAopatF0C&pg=PA118.
- Sobotka, Roman; Sáková, Lenka; Curn, Vladislav (2000). "Molecular Mechanisms of Self-incompatibility in Brassica". Current Issues in Molecular Biology খণ্ড 2 (4): 103–12. PMID 11471754.
- Spector, Tim (2012). Identically Different: Why You Can Change Your Genes. প্ৰকাশক London: Weidenfeld & Nicolson. ISBN 978-0-297-86631-2.
- Sprague, T. A.; Sprague, M. S. (1939). "The Herbal of Valerius Cordus". The Journal of the Linnean Society of London (Linnean Society of London) খণ্ড LII (341): 1–113. doi:10.1111/j.1095-8339.1939.tb01598.x.
- Stace, Clive A. (2010a). "Classification by molecules: What's in it for field botanists?". Watsonia খণ্ড 28. Archived from the original on 2011-07-26. https://web.archive.org/web/20110726104027/https://www.watsonia.org.uk/Wats28p103.pdf। আহৰণ কৰা হৈছে: 2013-07-06.
- Stace, Clive (2010b). New Flora of the British Isles (3rd সম্পাদনা). প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-70772-5.
- Starr, Cecie (2009). The Unity and Diversity of Life (AP সম্পাদনা). প্ৰকাশক Belmomt, CA: Brooks/Cole, Cenpage Learning. ISBN 978-1-111-58097-1. https://books.google.com/books?id=dAyuAgAAQBAJ&pg=PA299.[সংযোগবিহীন উৎস]
- Stewart, Wilson Nichols; Rothwell, Gar W. (1993). Paleobiology and the Evolution of Plants. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 978-0-521-38294-6.
- Stover, R. H.; Simmonds, N. W. (1987). Bananas (3rd সম্পাদনা). প্ৰকাশক Harlow, England: Longman. ISBN 978-0-582-46357-8.
- Sumner, Judith (2000). The Natural History of Medicinal Plants. প্ৰকাশক New York: Timber Press. ISBN 0-88192-483-0.
- Sun, Yuh-Ju; Forouhar, Farhad; Li Hm, Hsou-min; Tu, Shuh-Long; Yeh, Yi-Hong; Kao, Sen; Shr, Hui-Lin; Chou, Chia-Cheng et al. (2002). "Crystal Structure of Pea Toc34, a Novel GTPase of the Chloroplast Protein Translocon". Nature Structural Biology খণ্ড 9 (2): 95–100. doi:10.1038/nsb744. PMID 11753431.
- Sussex, I. (2008). "The Scientific Roots of Modern Plant Biotechnology" (PDF). The Plant Cell খণ্ড 20 (5): 1189–98. doi:10.1105/tpc.108.058735. PMID 18515500. PMC 2438469. http://www.plantcell.org/content/20/5/1189.full.pdf+html.
- Taiz, Lincoln; Zeiger, Eduardo (2002). Plant Physiology (3rd সম্পাদনা). প্ৰকাশক Sunderland, MA: Sinauer Associates. ISBN 0-87893-823-0.
- Takaichi, Shinichi (June 2011). "Carotenoids in Algae: Distributions, Biosyntheses and Functions". Marine Drugs খণ্ড 9 (12): 1101–1118. doi:10.3390/md9061101. PMID 21747749.
- Tansley, A. G. (1935). "The Use and Abuse of Vegetational Terms and Concepts". Ecology (Washington, D.C.: Ecological Society of America) খণ্ড 16 (3): 284. doi:10.2307/1930070.
- Taylor, T.N.; Taylor, E.L.; Krings, M. (2009). Paleobotany, The Biology and Evolution of Fossil Plants (2nd সম্পাদনা). প্ৰকাশক Amsterdam; Boston: Academic Press. ISBN 978-0-12-373972-8.
- Thompson, James E.; Fry, Stephen C. (2001). "Restructuring of Wall-bound Xyloglucan by Transglycosylation in Living Plant Cells". The Plant Journal (West Sussex, England: John Wiley & Sons) খণ্ড 26 (1): 23–34. doi:10.1046/j.1365-313x.2001.01005.x. PMID 11359607.
- Waggoner, Ben (2001). "University of California Museum of Paleontology". University of California-Berkeley. http://www.ucmp.berkeley.edu/history/hooke.html। আহৰণ কৰা হৈছে: February 27, 2012.
- Went, F. W.; Thimann, K. V. (1937) (PDF). Phytohormones. প্ৰকাশক New York: Macmillan. http://ia700408.us.archive.org/33/items/phytohormones00went/phytohormones00went.pdf.
- Willis, A. J. (1997). "The Ecosystem: An Evolving Concept Viewed Historically". Functional Ecology (London: British Ecological Society) খণ্ড 11 (2): 268–271. doi:10.1111/j.1365-2435.1997.00081.x.
- Woese, C. R.; Magrum, W. E.; Fox, L. J.; Wolfe, G. E.; Woese, R. S. (August 1977). "An Ancient Divergence Among the Bacteria". Journal of Molecular Evolution খণ্ড 9 (4): 305–311. doi:10.1007/BF01796092. PMID 408502.
- Yaniv, Zohara; Bachrach, Uriel (2005). Handbook of Medicinal Plants. প্ৰকাশক Binghampton, NY: Haworth Press. ISBN 1-56022-994-2.
- Yates, F.; Mather, K. (1963). Ronald Aylmer Fisher 1890–1962. 9.
- Zohary, Daniel; Hopf, Maria (2000). Domestication of Plants in the Old World (3rd সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. ISBN 978-0-19-850356-9.
- The Arabidopsis Genome Initiative (2000). "Analysis of the Genome Sequence of the Flowering Plant Arabidopsis thaliana". Nature (London: Nature Publishing Group) খণ্ড 408 (6814): 796–815. doi:10.1038/35048692. PMID 11130711.
- "Auxins". Plant Hormones, Long Ashton Research Station, Biotechnology and Biological Sciences Research Council. https://agrikaido.com/plant-hormones/auxins/। আহৰণ কৰা হৈছে: July 15, 2013.
- "A Basic Introduction to the Science Underlying NCBI Resources". National Center for Biotechnology Information. March 30, 2004. http://www.ncbi.nlm.nih.gov/About/primer/genetics_cell.html। আহৰণ কৰা হৈছে: March 5, 2012.
- "Botany". Online Etymology Dictionary. 2012. http://www.etymonline.com/index.php?allowed_in_frame=0&search=botany&searchmode=none। আহৰণ কৰা হৈছে: February 24, 2012.
- "Early Herbals – The German Fathers of Botany". National Museum of Wales. July 4, 2007. http://www.museumwales.ac.uk/en/852/?article_id=131। আহৰণ কৰা হৈছে: February 19, 2012.
- "Katherine Esau". National Science Foundation. 1989. http://www.nsf.gov/od/nms/recip_details.cfm?recip_id=120। আহৰণ কৰা হৈছে: June 26, 2013.
- "Evolution and Diversity, Botany for the Next Millennium: I. The Intellectual: Evolution, Development, Ecosystems". Botanical Society of America. http://www.botany.org/bsa/millen/mil-chp1.html#Evolution। আহৰণ কৰা হৈছে: June 25, 2013.
- "Herbal Medicine". University of Maryland Medical Center. Archived from the original on March 2, 2012. https://web.archive.org/web/20120302205401/http://www.umm.edu/altmed/articles/herbal-medicine-000351.htm। আহৰণ কৰা হৈছে: March 2, 2012.
- "Paleobotany". Cleveland Museum of Natural History. https://www.cmnh.org/discover/science/paleobotany-paleoecology। আহৰণ কৰা হৈছে: July 30, 2014.
- "Physical Map of Brachypodium". University of California-Davis. Archived from the original on August 24, 2011. https://web.archive.org/web/20110824105534/http://phymap.ucdavis.edu/brachypodium/phymapintro.jsp। আহৰণ কৰা হৈছে: February 26, 2012.
- "Plants and Life on Earth". Missouri Botanical Garden. 2009. http://www.mbgnet.net/bioplants/earth.html। আহৰণ কৰা হৈছে: March 10, 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক] ৱিকিগ্ৰন্থত
শিৰোনামৰ এখন কিতাপ আছে |
ৱিকিমিডিয়া কমন্সত Botany সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Wikisource has original works on the topic: Botany |
- Botany বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Botany databases at the Hunt Institute for Botanical Documentation
- High quality pictures of plants and information about them Archived 2012-01-31 at the Wayback Machine from Catholic University of Leuven
- Native Plant Information Network
- USDA plant database
- The Virtual Library of Botany
- Larry Oglesby Collection in the Claremont Colleges Digital Library