ৰবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ৰবৰ একপ্ৰকাৰৰ স্থিতিস্থাপক কঠিন দ্ৰব্য। ৰবৰ দুই প্ৰকাৰৰ-

  1. প্ৰাকৃতিক বা স্বাভাৱিক ৰবৰ
  2. কৃত্ৰিম বা সংশ্লেষিত ৰবৰ [1]

তথ্যসূত্ৰ:[সম্পাদনা কৰক]

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড