গাণিতিক বিশ্লেষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গাণিতিক বিশ্লেষণ (ইংৰাজী : mathematical analysis) গণিতৰ এটা শাখা য'ত বাস্তৱ আৰু জটিল মানৰ ক্ৰিয়াসমূহৰ অধ্যয়ন কৰা হয়। সাধাৰণতে এই ক্ৰিয়াসমূহ নিয়মবৰ্হিভূত নহয়, অবিচ্ছিন্ন (ইংৰাজী :continuous) অথবা অন্তৰকলনীয় (ইংৰাজী :differentiable) নাইবা বিশ্লেষণীয় (ইংৰাজী :analytic) হয়। অন্তৰকলন তত্ত্ব, সমাকলন তত্ত্ব, পৰিমাপ তত্ত্ব (ইংৰাজী :measure theory), সীমা (ইংৰাজী :limit), অভিসৃতি (ইংৰাজী :convergence) আৰু বিশ্লেষণীয় ক্ৰিয়া গাণিতিক বিশ্লেষণৰ অন্তৰ্গত।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. এডউইন হেউইট আৰু কাৰ্ল স্ট্ৰমবাৰ্গ, "Real and Abstract Analysis", Springer-Verlag, ১৯৬৫