মকৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মকৰা
জীৱাশ্ম কাল: Pennsylvanian - Holocene,
৩১৯–০ নিযুত বছৰ
বিভিন্ন মকৰাৰ ছবি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Arachnida
বৰ্গ: Araneae
Clerck, 1757
উপবৰ্গ

Mesothelae
Mygalomorphae
Araneomorphae

Diversity
১০৯ টা পৰিয়াল, ৪০,০০০তকৈ অধিক প্ৰজাতি

মকৰা (ইংৰাজীSpider) হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম।[1] এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদদি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত, মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি,[2] আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে।[3]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sebastin PA & Peter KV (eds.). (2009) Spiders of India. Universities Press/Orient Blackswan. ISBN 978-81-7371-641-6
  2. Sociable spiders: Come into my parlour. Economist, January 26, 2013
  3. Platnick, Norman I. (2009). "The World Spider Catalog, version 9.5". American Museum of Natural History. http://research.amnh.org/entomology/spiders/catalog/COUNTS.html। আহৰণ কৰা হৈছে: 2009-04-25.