মকৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মকৰা
জীৱাশ্ম কাল: Pennsylvanian - Holocene,
৩১৯–০ নিযুত বছৰ
বিভিন্ন মকৰাৰ ছবি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Arachnida
বৰ্গ: Araneae
Clerck, 1757
উপবৰ্গ

Mesothelae
Mygalomorphae
Araneomorphae

Diversity
১০৯ টা পৰিয়াল, ৪০,০০০তকৈ অধিক প্ৰজাতি

মকৰা (ইংৰাজী: Spider) হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম।[1] এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদদি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত, মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি,[2] আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে।[3]

Baby spiders

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Sebastin PA & Peter KV (eds.). (2009) Spiders of India. Universities Press/Orient Blackswan. ISBN 978-81-7371-641-6
  2. Sociable spiders: Come into my parlour. Economist, January 26, 2013
  3. Platnick, Norman I. (2009). "The World Spider Catalog, version 9.5". American Museum of Natural History. http://research.amnh.org/entomology/spiders/catalog/COUNTS.html। আহৰণ কৰা হৈছে: 2009-04-25.