সমললৈ যাওক

ঘৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘৰ

সাধাৰণতে ঘৰ ইংৰাজী: house) হ'ল এটি অট্টালিকা য'ত মানুহে বাস কৰে[1]। ঘৰত প্ৰায়েই এটি পৰিয়ালে বাস কৰে, কিন্তু কেৱল এজন ব্যক্তি, সামাজিক গোট আদিয়েও বাস কৰিব পাৰে। ঘৰ সাধাৰণতে দুবিধ। কেচা আৰু

পকী | কেচা ঘৰ বাহ বেত আৰু খেৰেৰে নিৰ্মিত আনহাতে পকী ঘৰ ইটা বালি আৰু চিমেণ্টেৰে নির্মিত

ঘৰ কেইবা প্ৰকাৰৰো থাকিব পাৰে, যেনে,

প্ৰকাৰবিৱৰণ
ইগ্ল'ইগ্ল' হ'ল বৰফেৰে নিৰ্মিত এটি ঘৰ য'ত এস্কিম' সকলে বাস কৰে।[2]
বঙলাবঙলা হ'ল এটি ইটা, শিল আদিৰে সজা ডাঙৰ ঘৰ[3]
ফ্লেট
পঁজাপঁজা হ'ল এটি সৰু, মানুহ থকা ঘৰ[4]
কনাকঅত্তমান ৰাজৰ সময়ত টুৰ্কীৰ এক অতিকৈ প্ৰচলিত ঘৰ
মেনৰ হাউচমজলীয়া যুগৰ ৰাজন্যৰ ঘৰ
ট্ৰী হাউচগছৰ ওপৰত নিৰ্মিত ঘৰ
এপাৰ্ট্মেণ্টএটি অট্টালিকাত একে ধৰণৰ কোঠাৰ মাজত এটি কোঠা বা কোঠাৰ গোট[5]
হাউচ্ ব'টপানীত ওপঙা, সমতল তলিৰ এখন নাও যাক বাসৰ বাবে ব্যৱহাৰ কৰা হয়।[6]
তম্বুডাঠ কাপোৰেৰে সজা এটি অস্থায়ী ঘৰ[7]
চাংঘৰওখকৈ চাং পাতি সজা ঘৰ।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://dictionary.reference.com/browse/house
  2. http://dictionary.reference.com/browse/bungalow?s=t
  3. http://xobdo.org/ ত বঙলা সন্ধান কৰিলে পোৱা যায়
  4. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
  5. http://dictionary.reference.com/browse/apartment?s=t
  6. http://dictionary.reference.com/browse/houseboat?s=t
  7. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
  8. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়