কেলিগ্ৰাফী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেলিগ্ৰাফীত জাৰ্মান শব্দ উৰকুণ্ডে (মৃত)

কেলিগ্ৰাফী (লিপিবিদ্যা, লিপিকলা বা হস্তলিপি শিল্প হিচাপেও পৰিচিত; ইংৰাজী: Calligraphy গ্ৰীক: καλλιγραφία) হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা।[1] এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়।

আধুনিক কেলিগ্ৰাফী ইমানেই বিস্তৃত যে অনেক ক্ষেত্ৰত আখৰসমূহকে পঢ়িব পৰা নাযায়। ধ্ৰুপদী কেলিগ্ৰাফী মুদ্ৰাক্ষৰশিল্প, অ-ধ্ৰুপদী হস্তলিপিতকৈ পৃথক, কিন্তু কেলিগ্ৰাফীত উভয় ৰীতিৰ প্ৰচলন আছে।[2][3][4][5]

বিবাহ বা অন্য কোনো অনুষ্ঠানৰ আমন্ত্ৰণপত্ৰ, মুদ্ৰাক্ষৰশিল্প, মূল হস্তলিখিত ল'গ' ডিজাইন কৰা, ধৰ্মীয় চিত্ৰ, ঘোষণা, দৃশ্যমান নক্সাকৰণ, স্মৃতি নথি আদিত কেলিগ্ৰাফীৰ ব্যৱহাৰ কৰা হয়। চলচ্চিত্ৰ আৰু টেলিভিশনত "প্ৰপ" আৰু চলন্ত চিত্ৰ হিচাপে, প্ৰশংসাপত্ৰ, জন্ম আৰু মৃত্যু নথি, মানচিত্ৰ আৰু অন্যান্য লিখন কাৰ্যত ইয়াৰ ব্যবহৃত হয়।[6][7]

কেলিগ্ৰাফীৰ ইতিহাস[সম্পাদনা কৰক]

কেলিগ্ৰাফীত ব্যবহৃত সঁজুলিসমূহ[সম্পাদনা কৰক]

কেলিগ্ৰাফীক নিবৰ বিভিন্ন অংশৰ নাম।

কেলিগ্ৰাফীৰ মূল সঁজুলিবোৰ হ'ল কলম আৰু ব্ৰাছ। কেলিগ্ৰাফী কলমৰ নিববোৰ চেপেটা, বৃত্তাকাৰ বা জোঙা হ’ব পাৰে।[8][9][10]

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

বিভিন্ন ধৰণৰ কেলিগ্ৰাফী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mediavilla, Claude,. Calligraphy : from calligraphy to abstract painting. প্ৰকাশক Wommelgem, Belgium. ISBN 90-803325-1-8. OCLC 36585304. https://www.worldcat.org/oclc/36585304. 
  2. Pott, G. (2006) (de ভাষাত). Kalligrafie: Intensiv Training. Verlag Hermann Schmidt. ISBN 9783874397001. 
  3. Pott, G. (2005) (de ভাষাত). Kalligrafie: Erste Hilfe und Schrift-Training mit Muster-Alphabeten. Verlag Hermann Schmidt. ISBN 9783874396752. 
  4. Zapf, H. (2007). Alphabet Stories: A Chronicle of technical developments. প্ৰকাশক Rochester, New York: Cary Graphic Arts Press. ISBN 9781933360225. 
  5. Zapf, H. (2006). The world of Alphabets: A kaleidoscope of drawings and letterforms.  CD-ROM
  6. Propfe, Joachim. (2005) (de ভাষাত). SchreibKunstRäume - Kalligraphie im Raum. প্ৰকাশক München: Callwey. ISBN 3-7667-1630-1. OCLC 254137442. https://www.worldcat.org/oclc/254137442. 
  7. Geddes, Anne. (2004). Miracle : a celebration of new life. প্ৰকাশক Kansas City, MO: Andrews McMeel Pub. ISBN 0-7407-4696-0. OCLC 55600762. https://www.worldcat.org/oclc/55600762. 
  8. Reaves, M. (2006). Brush Lettering: An instructional manual in Western brush calligraphy. প্ৰকাশক New York: Design Books. 
  9. The Calligrapher's Handbook. Taplinger Publishing Co.. 1985. 
  10. Calligrapher's Handbook. Pentalic. 1976. 

সহায়ক গ্ৰন্থ আৰু ৰচনাপঞ্জি[সম্পাদনা কৰক]

  • (de ভাষাত) SchreibKunstRaume: Kalligraphie im Raum Verlag. প্ৰকাশক Munich: George D.W. Callwey GmbH & Co.K.G.. 2005. ISBN 9783766716309. 
  • Miracle: a celebration of new life. প্ৰকাশক Auckland: Photogenique Publishers. 2004. ISBN 9780740746963.