পৰুৱা
অৱয়ব
| পৰুৱা জীৱাশ্ম কাল: 100–0Ma এলবিয়ান – শেহতীয়া | |
|---|---|
| ৰঙা পৰুৱা | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Arthropoda |
| শ্ৰেণী: | Insecta |
| বৰ্গ: | Hymenoptera |
| উপবৰ্গ: | Apocrita |
| মহাপৰিয়াল: | Vespoidea |
| পৰিয়াল: | Formicidae Latreille, 1809 |
| Type genus | |
| ফৰ্মিকা | |
| উপপৰিয়াল | |
| |
পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।[1]
জীৱন আৰু প্ৰজনন
[সম্পাদনা কৰক]পৰুৱাৰ জীৱন এটি কণীৰ পৰা আৰম্ভ হয়। যদি কণীটো নিষেচিত হয়, পৰুৱা মাইকী হ'ব, নহ'লে মতা। পৰুৱাৰ জীৱনত ৪টা ভাগ থাকে। পৰুৱা সম্পূৰ্ণ ৰূপে ৰূপান্তৰ হয়। ভাগ কেইটা পলু, লেটা আদি। পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। মাথোঁ ৰাণী আৰু প্ৰজননক্ষম মাইকীয়েহে যৌন সম্পৰ্ক কৰিব পাৰে। কিছু বাহত এজনীতকৈ অধিক ৰাণী থাকে।[2]
খাদ্য
[সম্পাদনা কৰক]বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱা মাংসভোজী, তৃণভোজী বা সৰ্বভোজী হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, কীট-পতংগ আদি খায়। কিছু পৰুৱাই গোটি খায়, কিছুৱে ভেকুৰ আদি খায়।[3]